Friday, 3 July 2020

3 July, 2020 ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে আই আই টি, গুৱাহাটী চৌহদ আৰু গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰৰ চৌহদত স্থাপন কৰি থকা ক'ভিড কেয়াৰ চেণ্টাৰ দুটা আজি মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে পৰিদর্শন কৰি ইয়াত উপলব্ধ কৰোৱা বিভিন্ন সা-সুবিধাৰ বুজ লয়। মাননীয় স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী মাননীয় শ্ৰী পীযুষ হাজৰিকাই মুখ্যমন্ত্ৰীক কেন্দ্ৰ দুটাত থকা বিভিন্ন সা-সুবিধাৰ সবিশেষ অৱগত কৰে।



No comments:

Post a Comment

Welcome Northeast News India

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।