Friday, 3 July 2020
3 July, 2020 মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালৰ সৈতে আজি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী যুত নৰেন্দ্ৰ মোদীয়ে টেলিফোনযোগে বাৰ্তালাপ কৰে আৰু ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতি, গৰাখহনীয়া, ভূমিস্খলন আৰু ক'ভিড-১৯ সংক্ৰমণৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত বুজ লয়। মুখ্যমন্ত্ৰীয়ে ৰাজ্য চৰকাৰে এই সকলো দিশতে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে প্ৰধানমন্ত্ৰী গৰাকীক সবিশেষ অৱগত কৰে। কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা এই দিশত সকলোধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে মাননীয় প্ৰধানমন্ত্ৰীয়ে।
Subscribe to:
Post Comments (Atom)
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...


No comments:
Post a Comment
Welcome Northeast News India