Friday, 10 July 2020
10 July, 2020 ৰাজ্যৰ ডিমা হাছাও জিলাত কেন্দ্ৰীয় চৰকাৰে স্থাপন কৰিব উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন বেম্বো ইণ্ডাষ্ট্ৰিয়েল পার্ক। বাঁহ খণ্ডই বহন কৰা প্ৰচুৰ সম্ভাৱীয়তাৰ প্ৰতি লক্ষ্য ৰাখি। মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে বেম্বো ইণ্ডাষ্ট্ৰিয়েল পার্ক নিৰ্মাণৰ দিশত অগ্ৰণী ভূমিকা লোৱাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু উত্তৰ-পূব উন্নয়ন দপ্তৰৰ মন্ত্ৰী ড° জিতেন্দ্ৰ সিঙক বিশেষভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। ৰাজ্যত বেম্বো ইণ্ডাষ্ট্ৰিয়েল পার্ক স্থাপনে বাঁহ খেতিয়ক তথা উদ্যোগীসকলক বিশেষভাৱে উদগনি যোগাব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
Subscribe to:
Post Comments (Atom)
মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ
প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ গোলাঘাট, অসম...
-
জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩৮৪/২০২৩ *গোলাঘাটত ধান ক্ৰয় ব্যৱস্থাৰ পৰ্যালোচনা উপায়ুক্তৰ* ...
-
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি: ১৪-১২-২০২২ *১৬ ডিচেম্বৰৰ পৰা গোলাঘাটত বিশেষ টিকাকৰন অভিযান ২.০ ...


No comments:
Post a Comment
Welcome Northeast News India