Wednesday, 3 June 2020

3 Jun, 2020 মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱালক আজি অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ত উপস্থিত হোৱাৰ সময়ত সঞ্চালক শ্ৰী অনুপম চৌধুৰীয়ে এটি স্মাৰক প্ৰদান কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে সঞ্চালকালয়টো পৰিদর্শন কৰি ইয়াৰ বিভিন্ন কাৰ্য্য-পদ্ধতি সম্পৰ্কে সঞ্চালকগৰাকীৰ পৰা বুজ লয়।



No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিৰ ধ্বংস সমাগত

মানৱ জাতিৰ ভৱিষ্যৎক লৈ মাধৱ গগৈৰ সতৰ্কবাণী বিশেষ সংবাদ মাধৱ গগৈ এ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থা আৰু মানৱ সমাজৰ ভৱিষ্যৎক লৈ গভীৰ উদ্বেগ প্ৰকাশ ক...