Tuesday, 2 June 2020

2 Jun, 2020 মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে ডিজিটেল মাধ্যমৰ যোগেদি গুৱাহাটীত 'SUDAKHYA PROGRAM' (সুদক্ষ)ৰ শুভাৰম্ভ কৰে। দেশৰ অন্য ৰাজ্যৰপৰা ইতিমধ্যে অসমলৈ উভতি অহা শ্ৰমিকসকলৰ সংস্থাপনৰ বাবে । শেহতীয়াকৈ উভতি অহা শ্ৰমিকসকলৰ দক্ষতা আৰু সংস্থাপনৰ সম্ভাৱনা বৃদ্ধি কৰাই হৈছে ইয়াৰ মূল লক্ষ্য।



No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ

প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ  মাধৱ গগৈ গোলাঘাট, অসম...