4 May, 2020
আজি কামৰূপৰ ৰাণীস্থিত পশুপালন আৰু পশুচিকিৎসা বিভাগৰ অধীনৰ আঞ্চলিক পশুধন উদ্যমিতা আৰু ব্যৱস্থাপনা প্ৰতিষ্ঠানৰ অন্তৰ্গত গাহৰি পাম, Nucleus Pig Breeding Unit আৰু দুগ্ধ উৎপাদন গোট পৰিদর্শন কৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱালৰ সৈতে মাননীয় কৃষি মন্ত্রী শ্ৰী যুত অতুল বৰা । মাননীয় মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত পশু চিকিৎসা বিশেষজ্ঞ আৰু পশুচিকিৎসকৰ সৈতে এক জৰুৰী বৈঠকত মিলিত হয়। ৰাজ্যৰ কিছুসংখ্যক জিলাত ভয়াৱহতাৰ ৰূপ লোৱা "আফ্ৰিকান ছোৱাইন ফিভাৰ"ৰ কবলৰ পৰা গাহৰিবিলাকক ৰক্ষা কৰা আৰু জৈৱ নিৰাপত্তা প্ৰণালীৰ জৰিয়তে কিদৰে নিৰাপত্তা সুনিশ্চিত কৰিব পৰা যায় সেইবিষয়ে বিষদভাৱে আলোচনা কৰে। উক্ত অনুষ্ঠানত বিধায়ক শ্ৰীযুত বিমল বৰা আৰু অসম পশুধন নিগমৰ অধ্যক্ষ শ্ৰীযুত মনোজ শইকীয়া ও উপস্থিত থাকে।
Tuesday, 5 May 2020
Subscribe to:
Post Comments (Atom)
মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ
প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ গোলাঘাট, অসম...
-
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি: ১৪-১২-২০২২ *১৬ ডিচেম্বৰৰ পৰা গোলাঘাটত বিশেষ টিকাকৰন অভিযান ২.০ ...
-
জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩৮৪/২০২৩ *গোলাঘাটত ধান ক্ৰয় ব্যৱস্থাৰ পৰ্যালোচনা উপায়ুক্তৰ* ...
No comments:
Post a Comment
Welcome Northeast News India