Monday, 4 May 2020

4 May, 2020

বঙাইগাঁওত আজি মাননীয়  ডঃ হিমন্তবিশ্ব শৰ্মা , সতীৰ্থ মন্ত্ৰী শ্ৰীযুত পীযুষ হাজৰিকা ডাঙৰীয়াৰ উপস্থিতিত বঙাইগাঁও ভ্ৰমণ কৰি অঞ্চলটোত কোভিড-১৯ৰ সংক্ৰমণে সৃষ্টি কৰা পৰিস্থিতিৰ লগতে সংক্ৰমিত অঞ্চলৰ  বুজ লয় ৷ ইয়াৰ উপৰি সংক্ৰমিত ব্যক্তিক আছুতীয়াকৈ ৰখাৰ বাবে অসামৰিক চিকিৎসালয়ত স্থাপিত পৃথকীকৰণ কেন্দ্ৰৰ কাম-কাজো পৰিদৰ্শন কৰে ৷ কোভিড-১৯ সংক্ৰমিত ৫ গৰাকী ৰোগীক যথাম্ভৱ উন্নত সেৱা প্ৰদান কৰিবলৈ তেখেতে জিলা প্ৰশাসনক পৰামৰ্শ প্ৰদান কৰে  ৷


No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিলৈ প্ৰকৃতি ৰক্ষাৰ আহ্বান — মাধৱ গগৈ

সংবাদ প্রতিবেদন মানৱ জাতিলৈ প্ৰকৃতি ৰক্ষাৰ আহ্বান — মাধৱ গগৈ অসম, ভাৰতঃ সমাজচিন্তক মাধৱ গগৈয়ে সমগ্ৰ মানৱ সমাজলৈ এক গভীৰ আহ্বান জনাইছে। তেওঁ...