।।জয় মা আৰু প্ৰকৃতি ।।
মৃত্যু হৈছে এটা চিৰ সত্য কথা। এই পৃথিৱীত জীৱ ৰূপে জন্ম ললে, এদিন মৃত্যু বৰণ কৰিব লাগিব। কিন্তু আমি মানৱ জাতি সত্য কথা মানি লবলৈ আমাৰ কষ্ট হয়। এদিন আমাৰ সকলোৰে এদিন আগতে হওঁক বা এদিন পিছত মৃত্যু অনিবাৰ্য্য।
তাৰে আজি এই বিশেষ দিনত আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গ এই পৃথিৱীৰ বুকুৰ পৰা বিদায় মাগিলে।
তথাপিও তেওঁ মৃত্যুবৰণ কৰিও এই পৃথিৱীত তেওঁৰ সুন্দৰ কৰ্ম ৰাজিৰ জৰিয়তে জীয়াই থাকিব।। তেওঁ অমৰত্ব লাভ কৰিলে।
সেই কাৰণে সকলো মানৱ জাতিয়ে এই পৃথিৱীত জীৱন্ত কালত সুন্দৰ কৰ্ম কৰিবলৈ চেষ্টা কৰিব লাগে। ভাল কৰ্মৰ জড়িয়তে মানৱ জাতিয়ে এই পৃথিৱীত জীয়াই থাকিব পাৰিব।।
সেৱাৰে
মাধৱ গগৈ
অসম।।
Friday, 19 September 2025
Thursday, 3 July 2025
धरती को पाप मय कर दिया
दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया है आपलोगो ने। आपलोगो का लूभ ने धरती गन्दी कर दिया है। सभी जीवों को अशान्ति करके राखा है। य प्रकृति के खिलाफ है। ईस धरती पर सभी जीवों का अधिकार है, आच्छे जिनदगी जिने का। लेकिन आपलोगो के वुराई कर्म से सभी खत्म होने के कंगार में है। अभी भी समय है सुधर जाओ। और प्रकृति के साथ दै।।
सेवा मे
माधब गोगोई
असम
Tuesday, 24 June 2025
Sunday, 22 June 2025
Tuesday, 6 May 2025
বিশ্বৰ সকলো মানৱ জাতিলৈ আহ্বান।
।।জয় গুৰু মা প্ৰকৃতি।।
বিশ্বৰ সকলো মানৱ জাতিলৈ আহ্বান।
যুদ্ধই একো সমস্যা সমাধান নহয়। দুয়ো পক্ষৰ অকল ক্ষতি হোৱাৰ বাহিৰে একো লাভ নহয়। মা আৰু প্ৰকৃতি য়ে ভাৰসাম্য হেৰুৱাই পেলাৱ। সমস্ত জীৱকোলৰ ক্ষতিগ্রস্ত হৱ।
সময় থাকোতেই মানৱ জাতিয়ে শুদ্ধ পথ, শুদ্ধ কৰ্ম, শুদ্ধ চিন্তা,শুদ্ধ মানসিকভাবে এই পৃথিৱীৰ বুকুত জীয়াই থাকিবলৈ চেষ্টা কৰক।
পৃথিৱীত কৈ ডাঙৰ কোনো দেশ, কোনো ৰাষ্ট্ৰ, কোনো ৰাজ্য, কিম্বা কোনো মানুহ হৱ নোৱাৰে। অন্য জীৱ জন্তুুয়ে যি দৰে পৃথিৱীৰ বুকুত থাকি, পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰাত অৰিহণা যোগাই আহিছে।
সেইদৰে সমগ্র মানুহ জাতিয়ে পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰাত অৰিহণা যিমান পাৰে আগবঢ়াই যাৱ লাগে, তেতিয়াহে সকলো জীৱকোল এই পৃথিৱীত জীয়াই থাকিবলৈ সক্ষম হৱ। নহলে পৃথিৱীৰ বুকুত সমষ্ট জীৱকোল ধংস সমাগত, ইয়াৰ বাবে জগৰীয়া কেৱল মানৱ জাতি হব।।
সেৱাৰে
।।জয় গুৰু মা প্ৰকৃতি।।
মাধৱ গগৈ
অসম

Sunday, 16 March 2025
যি খন দেশত
যি খন দেশত তথা ৰাজ্যত উচিত বিনামূলীয়া সংস্কাৰ শিক্ষা ব্যৱস্থা অভাৱ, উচিত বিনামূলীয়া স্বাস্থ্য ব্যবস্থা অভাৱ, বিশুদ্ধ খোৱাপানীৰ অভাৱ, তথা খেতিৰ কৃষিভূমি নষ্ট হয়, সেইখন দেশ তথা ৰাজ্যত কৈ দুখিয়া কোনো ৰাষ্ট্ৰ হব নোৱাৰে ।।
সেৱাৰে
মাধৱ গগৈ
অসম
Sunday, 23 February 2025
মানৱ জাতিলৈ আহ্বান
মানুহ জাতিয়ে অকল কিতাপৰ পৰা শিক্ষা গ্রহণ কৰিলেই নহব। প্ৰকৃতিৰ পৰা আন আন জীৱ জন্তুৰ পৰা শিক্ষা গ্রহণ কৰা উচিত। তেওলোকক অনুসৰণ কৰিব লাগে, তেতিয়াহে মানুহ জাতিটোৱে উচিত শিক্ষা লাভ কৰিব পাৰিৱ।
সেৱাৰে ।
মাধৱ গগৈ
সেৱাৰে ।
মাধৱ গগৈ
Subscribe to:
Comments (Atom)
মোৰ জাতি এটাই
মোৰ জাতি এটাই , মই মানুহ জাতি , মোৰ ধৰ্ম এটাই , ভাল শুদ্ধ সত্য কৰ্মই মোৰ ধৰ্ম। মাধৱ গগৈ অসম,ভাৰত। Northeast News India
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...