জনসংযোগ, গোলাঘাট
গোলাঘাট, ২১ আগষ্ট ২০২৩ : গোলাঘাট জিলাৰ অন্তৰ্গত ৪৯ খন বিদ্যালয় তথা সাহায্য শিবিৰক চেনিটেৰী নেপকিন ভেণ্ডিং মেচিন আৰু নিষ্কাশন মেচিন প্ৰদানৰ বাবে আজি Conference Hall, DC office ot অনুষ্ঠিত এক সভাত CSR পদক্ষেপৰ অধীনত NRL ৰ তৰফৰ পৰা ৪৯ টা Sanitary Napkin Vending Machines আৰু 49 টা Disposal মেচিন আগবঢ়োৱা হৈছে । উল্লেখযোগ্য যে ভাৰতত নিৰ্মিত এই ভেণ্ডিং মেচিন আৰু নিষ্কাশন মেচিনৰ জীৱনকাল প্ৰায় দুই বছৰ । জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰবীণে এই মেচিন সমূহ পৰ্যবক্ষন কৰি ৰূপ জ্যোতি মধ্য ইংৰাজী বিদ্যালয় আৰু শাওঁতলি ধনশিৰি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ হাতত দুটাকৈ মেচিন অৰ্পণ কৰে। তেওঁ ইয়াৰ দ্বাৰা ঋতুচক্ৰ স্বচ্ছতাৰ ক্ষেএত girl students য়ে নিৰাপদ তথা পৰিষ্কাৰ menstrual products পাবলৈ সক্ষম হৱ বুলি মত প্ৰকাশ কৰে।এই সভাত অতিৰিক্ত জিলা আয়ুক্ত ডামোদৰ বৰ্মন, নিৰ্বাচনী বিষয়া Hrishikesh Borua, এ চি ছ, ভাৰপ্ৰাপ্ত তথ্য আৰু জনসংযোগ বিষয়া ভাৰ্গৱ কলিতা, এ চি এছ ,বিদ্যালয় উপ পৰিদৰ্শক ড° সমীৰণ বৰা আৰু DPM ronney rajkumar কে ধৰি ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা (গোলাঘাট) ৰ আন বিষয়া সকল উপস্থিত থাকে।
ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট। NORTHEAST NEWS INDIA