Sunday, 6 November 2022

আহক, আমি সকলোৱে মিলি ডেংগু প্ৰতিৰোধ কৰো৷

আহক, আমি সকলোৱে মিলি ডেংগু প্ৰতিৰোধ কৰো৷
ডেংগু প্ৰতিৰোধ কৰিব পাৰি৷ 

 ডেংগুৰ পৰা নিজকে আৰু পৰিয়ালৰ লোকক
সুৰক্ষিত কৰি ৰাখিবলৈ ডেংগু প্ৰতিৰোধী কাৰকসমূহ আৰু এই
ৰোগৰ লক্ষণসমূহৰ প্ৰতি ধ্যান দিয়ক৷

NORTHEAST NEWS INDIA

Friday, 4 November 2022

Assam COVID-19🦠😷 Details 03/11/2022.

Assam COVID-19🦠😷 Details
 03/11/2022.

অসমৰ স্বাস্থ্য বিভাগৰ দ্বাৰা এটা প্ৰচেষ্টা

অসমৰ স্বাস্থ্য বিভাগৰ দ্বাৰা এটা প্ৰচেষ্টা
এছ.এন.চি.ইউ.-ৰ অভিভাৱকসকলক আৰ্থিক সহায় প্ৰদান কৰিব
ডিচচাৰ্জ কৰা উচ্চ বিপদাশংকা নৱজাতকৰ সুবিধা অনুসৰণ কৰে।
যোগ্যতাৰ চৰ্ত আৰু তলৰ অন্যান্য বিৱৰণ।

Thursday, 3 November 2022

*শিশু অধিকাৰ " সম্পৰ্কীয় এখন‌ সজাগতা সভা অনুস্থিত*

*শিশু অধিকাৰ " সম্পৰ্কীয় এখন‌ সজাগতা সভা অনুস্থিত*

০৩ নৱেম্বৰ,২০২২ঃ অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ উদ্যোগত ৩ নবেম্বৰ ২০২২ ইং তাৰিখে গোলাঘাট জিলাৰ  দেবৰাজ ৰয় মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত  শিশু শিক্ষা সমিতি অসমৰদ্বাৰা পৰিচালিত শংকৰদেৱ শিশু নিকেতনৰ  ৬খন জিলাৰ কিছু প্ৰধানাচায্যৰ মাজত "শিশু অধিকাৰ " সম্পৰ্কীয় এখন‌ সজাগতা সভা অনুস্থিত হয়। আয়োগৰ সদস্য ফনীন্দ্ৰ বুঢজৰ বৰুৱাৰ আদৰনী ভাষণেৰে আৰম্ভ সভাত "শিশু শ্ৰমিক এক প্ৰত্যাহ্বান   আৰু শিশুৰ  মানসিক স্বাস্থ"  সন্দৰ্ভত  বক্তব্য ৰাখে আয়োগৰ সদস্য অজয়  দত্তদেবে।  আয়োগৰ অধক্ষ্যা  ড০সুনীতা চাংকাকতি   আৰু সদস্যা ড০পীলু হাজৰিকাই "পকচো এক্ট ২০১২ আৰু জে জে এক্ট ২০১৫ ৰ বিভিন্ন  দৰকাৰী দফা "  সন্দৰ্ভত বক্তব্য ৰাখে।  আয়োগৰ এগৰাকী পৰামৰ্শদাতা নন্দিনী দাসে "আজিৰ সময়ত চাইবাৰ  অপৰাধ আৰু সুৰক্ষা" সন্দৰ্ভত বক্তব্য ৰাখে।  উদ্ধোধনী অনুষ্ঠানত  দেবৰাজ ৰয় মহাবিদ্যালয় অধ্যক্ষ ড০ জয়ন্ত বাৰুকীয়াল,  জিলাৰ অতিৰিক্ত উপায়ুক্ত সঙ্গীতা বৰঠাকুৰ উপস্থিত থাকি বক্তব্য আগবঢ়াই। তিনিচুকীয়া; ডিব্ৰুগড়; চৰাইদেউ; শিৱসাগৰ; যোৰহাট  আৰু গোলাঘাট জিলাৰ পৰা  ৭০ গৰাকী প্ৰধানাচাৰ্যই অংশগ্ৰহণ কৰা অনুষ্ঠানটোৰ আঁত ধৰে আয়োগৰ কাৰিকৰী পৰামৰ্শদাতা মৃদুস্মিতা দত্তই । আয়োগৰ গাণনিক দিব্যজ্যোতি কলিতাই অনুস্থানত উপস্থিত থাকি বিশেষ সহযোগিতা আগবঢ়াই ।

NORTHEAST NEWS INDIA

Assam COVID-19🦠😷 Details 02/11/2022.

Assam COVID-19🦠😷 Details
 02/11/2022.

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...