Saturday, 29 October 2022
Friday, 28 October 2022
*মা আৰু প্ৰকৃতিৰ কেন্দ্ৰীয় অধিবেশনৰ প্ৰস্তুতি*
*মা আৰু প্ৰকৃতিৰ কেন্দ্ৰীয় অধিবেশনৰ প্ৰস্তুতি*
নগাঁও ২৮ অক্টোবৰ, ২০২২ঃ
নগাঁৱত মা আৰু প্ৰকৃতিৰ কেন্দ্ৰীয় অধিবেশনৰ প্ৰস্তুতি_____ মা আৰু প্ৰকৃতিৰ মানৱ সেৱা আৰু ভাতৃতব বন্ধনৰ ভেটি সুদৃঢ় কৰা উদ্দেশ্যে গোলাঘাটত প্ৰতিষ্ঠা হোৱা মানৱ সেৱাৰ শ্ৰেষ্ঠ সামাজিক অনুষ্ঠান য'ত পৰিয়ালৰ মহান চিন্তা ধাৰা সকলোৱে মিলি কৰা নতুন প্ৰজন্মক সু পথে আগবঢ়াই নিয়া হ'ব সমাজৰ কু সংস্কাৰ আতঁৰাই সু সংস্কাৰ লৈ পৰিবৰ্তন কৰিব লাগিব লগতে এখন সুন্দৰ সমাজ পাবলৈ আমাৰ নীতি নিয়ম সু পৰিপক্ক ভাৱে কৰিব লাগিব। মা আৰু প্ৰকৃতিৰ যি বিশাল ধাৰা অক্ষুণ্ণ ৰখাৰ আন এক উদ্দেশ্যে অসমৰ প্ৰাথমিক আঞ্চলিক শাখাৰ পৰা জিলাৰ শাখা লৈকে একগোট কৰি নগাঁৱত অথৱা হোজাইত অহা জানুৱাৰীত এদিনীয়া কাৰ্যসূচীৰে কেন্দ্ৰীয় অধিবেশনৰ আয়োজন কৰা হৈছে। উক্ত অধিৱেশনলৈ অসমৰ সকলো ৰাইজক আমন্ত্ৰণ জনোৱা উপৰিও অধিবেশন খন সফল কৰি তুলিবলৈ সকলো ধৰনৰ সহায় সহযোগিতা বিচাৰি এক প্ৰেছ বিবৃতি যোগে মা আৰু প্ৰকৃতিৰ প্ৰতিষ্ঠাপক মাধৱ গগৈ ডাঙৰীয়া আৰু উপ-সভাপতি কেশৱ বৰাই বিশেষ ভাৱে আহ্বান জনাইছে। আপোনালোকৰ বহু মূলীয়া পৰামৰ্শ বিচাৰি ফোন নম্বৰ ৯৮৫৪৪০৭৮০৪ নম্বৰত যোগাযোগ কৰিব পাৰিব। অথৱা গাঁও ডাকঘৰ বিহৰী গাঁও ননৈ জিলা নগাঁও এই ঠিকনাত নিজৰ এলেকাৰ প্ৰাথমিক আঞ্চলিক সমিতি গঠন কৰিব পাৰিব লগতে বিশজন প্ৰতিনিধি নাম কেশৱ বৰাৰ হাতত জমা দিবৰ বাবে অনুৰোধ জনোৱা হ'ল।
NORTHEAST NEWS INDIA
Thursday, 27 October 2022
Monday, 24 October 2022
*কেশৱ বৰালৈ মহাত্মা গান্ধী শান্তি সেৱা ৰাষ্ট্ৰীয় বঁটা*
*কেশৱ বৰালৈ মহাত্মা গান্ধী শান্তি সেৱা ৰাষ্ট্ৰীয় বঁটা*
২৪ অক্টোবৰ,২০২২ঃ
কেশৱ বৰালৈ মহাত্মা গান্ধী শান্তি সেৱা ৰাষ্ট্ৰীয় বঁটা ______বিগত ৩২ টা বছৰ ধৰি সাহিত্য সংস্কৃতি শিক্ষা পৰিবেশ ক্ষেত্ৰখনৰ সৈতে জড়িত নগাঁৱৰ বিশিষ্ট উদ্যোগী সমাজ জীৱনৰ লগত জড়িত বিশিষ্ট লেখক সমাজ সেৱক ৰূপেও বিশেষ ভাৱে পৰিচিত তথা গুৱাহাটীৰ শান্তি সাধনা আশ্ৰমৰ একান্ত সেৱক কেশৱ বৰাক অলপতে মহাৰাষ্ট্ৰ আৰু বিশাখাপটৰনম ত গান্ধী জয়ন্তী উপলক্ষে নৱৰাত্ৰি আৰু ভাৰতৰ স্বাধীনতা ৭৫ তম অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি অসমৰ নগাঁৱৰ লেখক কৃতী শিক্ষক কেশৱ বৰাক মহাত্মা গান্ধীৰ শান্তি সেৱা ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে। ইয়াৰ উপৰিও চিননাৰাও ওৱেলফেৱাৰ সমাজেও বিশাখাপটনমত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰে। এই বঁটা প্ৰাপ্তিৰ বাবে তেওঁক নগাঁৱৰ পাথৰি আৰু পশ্চিম ননৈ আঞ্চলিক বাৰগঞা ৰাইজে সম্বৰ্ধনা জনায়।
NORTHEAST NEWS INDIA
Subscribe to:
Posts (Atom)
মানৱ জাতিৰ ধ্বংস সমাগত
মানৱ জাতিৰ ভৱিষ্যৎক লৈ মাধৱ গগৈৰ সতৰ্কবাণী বিশেষ সংবাদ মাধৱ গগৈ এ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থা আৰু মানৱ সমাজৰ ভৱিষ্যৎক লৈ গভীৰ উদ্বেগ প্ৰকাশ ক...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
।।জয় গুৰু মা প্ৰকৃতি।। বিশ্বৰ সকলো মানৱ জাতিলৈ আহ্বান। যুদ্ধই একো সমস্যা সমাধান নহয়। দুয়ো পক্ষৰ অকল ক্ষতি হোৱাৰ বাহিৰে একো লা...