Friday, 22 April 2022
*গোলাঘাট জিলাতো ২৪ এপ্ৰিলৰ পৰা সপ্তাহজোৰা কাৰ্যসূচীৰে "কিষাণ ভাগীদাৰি প্ৰাথমিকতা হামাৰী" অভিযান**পি এম কিষাণৰ হিতাধিকাৰী সকলক কেচিচিৰ সুবিধা লোৱাৰ লগতে কৃষি বীমা কৰোৱাবলৈ উপায়ুক্তৰ আহ্বান*
দেশ তথা ৰাজ্য চলাবলৈ দেশৰ তথা ৰাজ্যৰ জনসাধাৰণে নিবাচিত কৰি দিয়া সকলো জনপ্ৰতিনিধি সকললৈ বিশেষ আহ্বান।
Thursday, 21 April 2022
Wednesday, 20 April 2022
Tuesday, 19 April 2022
NATIONAL MEANS CUM-MERIT SCHOLARSHIP (NMMS) ২০০৯-১০ বৰ্ষৰ পৰা ২০১৭-১৮ বৰ্ষৰ ভিতৰত পৰীক্ষাত উত্তীৰ্ণ পৰীক্ষাৰ্থীসকলৰ বাবে বিশেষ জাননী-
শনিবাৰৰ পৰা আৰম্ভ হোৱা গোলাঘাটৰ হনুমান জন্মোৎসৱ সোমবাৰে নিশা সামৰণি পৰে।
গোলাঘাটত হনুমান জন্মোৎসৱ সমাপ্ত
শনিবাৰৰ পৰা আৰম্ভ হোৱা গোলাঘাটৰ হনুমান জন্মোৎসৱ সোমবাৰে নিশা সামৰণি পৰে।
গোলাঘাটত শ্ৰী হনুমান জন্মোৎসৱ উদযাপন সমিতিৰ উদ্যোগত বাগিচা আলি অৱস্থিত শ্ৰী হনুমান মন্দিৰত তিনি দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হনুমান জয়ন্তী উপলক্ষে প্ৰথম দিনা পুৱা নগৰৰ মাজমজিয়াত অৱস্থিত বজাৰ শিৱ মন্দিৰৰ প্ৰভাত ফেৰী কাৰ্যসূচীৰে আৰম্ভ কৰি বিধিবত পূজন আৰম্ভ কৰা হয় আৰু দুপৰীয়া নগৰত এখনি বৰনাট্য শোভাযাত্ৰা উলিওৱাৰ পিছত সোমবাবে নিশা ভাণ্ডাৰা কায্যসূচীৰে সামৰণি পৰে ৷ শেষৰদিনাৰ এই কায্যসূচীত ১০ হেজাৰ লোকক প্ৰসাদ হিচাপে খাদ্যৰে আপ্যায়ন কৰা হয় ৷
ভিডিঅ জাৰ্নেলিষ্ট বিশ্বজিতৰ সহযোগত প্ৰকাশ শৰ্মা গোলাঘাট
Northeast News India
মোৰ জাতি এটাই
মোৰ জাতি এটাই , মই মানুহ জাতি , মোৰ ধৰ্ম এটাই , ভাল শুদ্ধ সত্য কৰ্মই মোৰ ধৰ্ম। মাধৱ গগৈ অসম,ভাৰত। Northeast News India
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...