Friday, 15 April 2022

সেই মানৱ জাতি আমি আহিছিলোহে এই পৃথিবীত, আকৌ চোন যাবৰ সময়ে হল।

সেই মানৱ জাতি আমি আহিছিলোহে এই পৃথিবীত, আকৌ চোন যাবৰ সময়ে হল।

কিন্তু আমি কৰিছো কি? 

মিছাতে আমি এই পৃথিবীৰ, এই প্ৰকৃতিৰ সুন্দৰতা আমি ধংস কৰিছো। কাৰো কথা নাভাবি। 
আমি মিছাতে ধৰ্মৰ নামত, টকাৰ নামত, জাতিৰ নামত, সম্পত্তিৰ নামত কাজিয়া অংহকাৰ কৰিছো। 
সকলো জীৱৰ কথা নাভাবি, অকল নিজৰ পেটৰ কথা ভাবি। 

আমি পাহৰি পেলাইছো আমাৰ মূল দায়িত্ব ও পালন কৰ্তব্য । 

আমাৰ এই পৃথিবীত যি মহান উদ্দেশ্যৰ কাৰণে জন্ম হৈছিল ।

 আমি সকলো মানৱ জাতি সত্য কথা জানিওঁ যেন নজনাৰ অভিনয় কৰিছো। 

সেই জীৱ চেষ্ট মানৱ জাতি, আহক সময় থাকোতেই আমাৰ ভূলবোৰ সংশোধন কৰো। 

আমি সকলো এক মানৱ জাতি হিচাপে মা আৰু প্ৰকৃতিৰ বুকোত প্ৰতিষ্ঠা হওঁ। আমি সকলো মানৱ জাতি নিজকে ধন্য কৰো।। 

আহক আমি সকলোৱে এই নতুন বছৰত প্ৰতিজ্ঞাবদ্ধ হওঁ। মা আৰু প্ৰকৃতিৰ আমি সকলো সন্তান হিচাপে চিনাকি দিওঁ।। 

আহক আমি সকলো, সকলোকে লগত লৈ সকলো অঞ্চলতে আমাৰ মা আৰু প্ৰকৃতিৰ যি লক্ষ্য আৰু উদ্দেশ্য লগত লৈ এখন সুন্দৰ সব্বাঙ্গীন সমাজ গঠন কৰো।। 


সেৱাৰে

*মাধৱ গগৈ*
*মা আৰু প্ৰকৃতি*
*প্ৰতিষ্ঠাপক*
*অসম*
Email- mother.and.nature2021@gmail.com -  
*WhatsApp - 9859593814*

ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...