Monday, 11 April 2022
প্ৰধানমন্ত্ৰী আৱাস যোজনা(গ্ৰামীণ)ৰ ৰূপায়নত হোৱা অনিয়ম সন্দৰ্ভত ধুবুৰী জিলাৰ জনসাধাৰণে হোৱাটছআপ যোগে অভিযোগ কৰিব পাৰিব এই ৯৩৮৭৫৪৯৭০২ নম্বৰত৷ ধুবুৰী জিলা উপায়ুক্ত ডাঙৰীয়াই পোনপটীয়াকৈ অভিযোগসমূহ চাই গ্ৰহণ কৰিব ব্যৱস্থা৷NORTHEAST NEWS INDIA
*অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, গোলাঘাটৰ অধীনত এল ই ডি বাল্ব প্ৰস্তুতকৰণ প্ৰকল্প ৰূপায়ণ*
Sunday, 10 April 2022
Saturday, 9 April 2022
Friday, 8 April 2022
ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ বিউৰিঅ গোলাঘাট শাখাৰ উদ্যোগত সজাগতা
ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ বিউৰিঅ গোলাঘাট শাখাৰ উদ্যোগত সজাগতা
গোলাঘাট, ৮এপ্ৰিল। গোলাঘাটত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ বিউৰিঅৰ গোলাঘাট শাখাৰ উদ্যোগত গোলাঘাট চহৰত বিশ্ব স্বাস্থ্য দিৱস উদযাপন লগত সংগতি ৰাখি সজাগতা। ৭ এপ্ৰিল দিনা গোলাঘাট চহৰত থকা কেইবাখনো মিঠাই দোকান আৰু হোটেলত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ বিউৰিঅৰ গোলাঘাট শাখাৰ কাৰ্য্যকৰ্তা সকলে উপস্থিত হৈ মালিক আৰু কৰ্মচাৰী সকলক তেওঁলোকৰ দোকানত থকা খাদ্য সামগ্ৰী যেনে মিঠাইৰ দাম লিখি ৰখা দৰে মিঠাই বনোৱা তাৰিখ আৰু উকলি যোৱা তাৰিখ লিখি থব লাগে, দোকান খন পৰিস্কাৰ পৰিচন্নতা কৈ ৰখা, মালিক আৰু কৰ্মচাৰী দোকানত থাকোতে চাফ চিকুন কৈ থকা, খোৱা সামগ্ৰী বিক্ৰী কৰোতে হেন্ড গ্লভ লগাই থৱ লাগে আৰু মাখি, ধূলি বালি নপৰাকৈ খোৱা সামগ্ৰী ঢাকি ৰখা ইত্যাদি বিভিন্ন ধৰনে সজাগতা কৰে। এই সজাগতা অনুষ্ঠানত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ বিউৰিঅৰ গোলাঘাট শাখাৰ সভানেত্ৰী অনুৰেখা বাকিলিৱাল, উপ সভাপতি সন্তোষ কুমাৰ কানু, ব্লক সভানেত্ৰী ৰসীতা জচৱাল, মিডিয়া বিষয়া সোণেশ্বৰ বাঢ়ৈ,অশোক চাহু, সঞ্জীৱ কুমাৰ প্ৰজাপতি আৰু ভলনটিয়াৰ বিশাল ৰজক, সঞ্জয় দে, ব্ৰ্ৰীজমণী পাণ্ডে আৰু স্থানীয় যুৱ সমাজকৰ্মী মনোজ তাঁতী, পাপো তাঁতীয়ে অংশ গ্ৰহণ কৰে। এই সজাগতা সময়ত দোকানৰ মালিক সকলক বিশ্ব স্বাস্থ্য দিৱসৰ লগত সংগতি ৰাখি এখনকৈ প্ৰশংসা পত্ৰ জিলা শাখাই প্ৰদান কৰে। এনেধৰণৰ কাৰ্য্যসূচীৰ দ্বাৰা সজাগতা কৰাৰ বাবে এনে পদক্ষেপক মালিক পক্ষ আৰু জন সাধাৰনে উদ্যোগতা সকলক শলাগ লয়।
Sanjib Kumar Prajapati Report Northeast News India
धरती को पाप मय कर दिया
दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...

-
30 January, 2021 *লখিমপুৰ ফুটবল ৰেফাৰী চেমিনাৰ* Date :- 30/1/21 ## সদৌ অসম ফুটবল ৰেফাৰী কৈল্যাণ সন্থাৰ তত্ত্বৱধানত হাতীলোং ফুটবল ক্'চিং...
-
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...