Saturday, 19 March 2022
Friday, 18 March 2022
first provisional list for the posts of Asst Teacher of LP Schools and Asst Teacher, Science Teacher, Assamese language teacher & Manipuri language teacher of UP schools will be published on the midnight of 18th March, 2022.Candidates check the official website of DEE, Assam - https://dee.assam.gov.in
গোলাঘাট জেনেৰেল ফিল্ডত ৬ ৰ পৰা ২২ মাৰ্চলে অনুষ্ঠিত হোৱা গোলাঘাট ট্ৰেড এস্কপ্ৰ’
গোলাঘাট জেনেৰেল ফিল্ডত ৬ ৰ পৰা ২২ মাৰ্চলে অনুষ্ঠিত হোৱা গোলাঘাট ট্ৰেড এস্কপ্ৰ’
গোলাঘাট জেনেৰেল ফিল্ডত ৬ ৰ পৰা ২২ মাৰ্চলে অনুষ্ঠিত হোৱা গোলাঘাট ট্ৰেড এস্কপ্ৰ’ শুক্ৰবাৰে বিয়লি দেখাগল এজন জ’কাৰ ৷ তেও বিচৰণ কৰিছে গোলাঘাটৰ এক জনসমাগমৰ মাজত ৷ ৰাইজেও হঠাতে জকাৰক ঘেৰিধৰি ফটো উঠাই আনন্দ লভিছে ৷ জকাৰজনক দেখি ৰ’ লাগি চাইছে ৷ আচলতে আজি সন্ধিয়া জ’কাৰৰ বেশত এইজন বৰপেটাৰ কুৰ্দ্দোছ আলী ৷ বৰপেটাৰ কুৰ্দ্দছ আলীয়ে বিভিন্ন বেশ ধাৰণ কৰিব পাৰে ৷ বিগত দিন কেইটাত কুৰ্দ্দুছে মহাদেৱ শিৱ ; চাৰ্লি চেপলিন ; আৰু বৃহস্পতিবাৰে মহাত্মা গান্ধীৰ বেশত জেনেৰেল ফিল্ড বিচৰণ কৰি ৰাইজৰ দৃষ্টি আক্ৰষণ কৰিছিল ৷ ৬ ৰ পৰা ২২ মাৰ্চলৈ গোলাঘাটৰ জেনেৰেল ফিল্ডত অনুষ্ঠিত হৈছে গোলাঘাট ট্ৰেড এস্কপ’ ৷ শ্ৰীমন্ত শংকৰদেৱ ফাউণ্ডেচনৰ উদ্যোগত অনুষ্ঠিত হোৱা এই এক্সপ্ৰ’ত ভাৰতৰ বিভিন্ন ঠাইৰ ৯৪ খন বিপনীয়ে অংশ গ্ৰহণ কৰিছে ৷ ইয়াৰ লগতে অসমৰো জনজাতীয় খাদ্যৰ জুতি লৈছে ৰাইজে ৷ ২০ মাৰ্চৰ দিনা কবিতা ; চিত্ৰাংকন ; আৰু ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ৷৷
প্ৰকাশ শৰ্মা গোলাঘাট NORTHEAST NEWS INDIA
Thursday, 17 March 2022
Wednesday, 16 March 2022
মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ
প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ গোলাঘাট, অসম...
-
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি: ১৪-১২-২০২২ *১৬ ডিচেম্বৰৰ পৰা গোলাঘাটত বিশেষ টিকাকৰন অভিযান ২.০ ...
-
জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩৮৪/২০২৩ *গোলাঘাটত ধান ক্ৰয় ব্যৱস্থাৰ পৰ্যালোচনা উপায়ুক্তৰ* ...