Wednesday, 16 March 2022

গোলাঘাট নগৰৰ পাচ আলিত অগ্নিকাণ্ড। গোলাঘাট ১৬ মাৰ্চ ২০২২ ঃ গোলাঘাট নগৰৰ পাচ আলিত অগ্নিকাণ্ড , কেইবাখনো দোকান জুইত জাহ যায় । অগ্নি সূত্ৰপাত হোৱা ফলত কেইবাখনো দোকানত এই জুইৰে ছানি ধৰে । ফলত এটি বাস গৃহ আৰু কেইবাখনো দোকান জুইত জাহ যায় । NORTHEAST NEWS INDIA


 

No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ

প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ  মাধৱ গগৈ গোলাঘাট, অসম...