Wednesday, 16 March 2022
Tuesday, 15 March 2022
মা আৰু প্ৰকৃতি (Mother and Nature) ( मा और प्रकृति)হে মানৱ জাতি আহক আমি সকলো পাহৰি এক মানৱ জাতি হিচাপে এই পৃথিবীত প্ৰতিষ্ঠা হওঁ আৰু নিজকে মা আৰু প্ৰকৃতি ৰ সন্তান বুলি আমি নিজকে চিনাকি দিওঁ। মা আৰু প্ৰকৃতি য়ে যেনকৈ আমাক সকলো দিছে, থিক তেনেকৈ আমি মা আৰু প্ৰকৃতিৰ কথা চিন্তা কৰো। সকলো লুভ মোহ কাম ক্ৰধ অংহকাৰ ত্যাগ দি জীয়াই থকা দিন বোৰত এককবদ্ধ ভাবে ভাল কৰ্মৰ যোগেদি আমাৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰো। সকলো জাতি ধৰ্ম ভাষা ভাষি নধৰি এক মানৱ জাতি হৈ পৃথিবীত বাস কৰো আহঁক।। বিশ্বৰ সকলো মানৱ জাতিলৈ আহ্বান। আহক আমি সকলো মিলি মানৱ জাতি হিচাপে এই পৃথিবীত প্ৰতিষ্ঠা হওঁ। আহক আমি সকলো মা আৰু প্ৰকৃতি ৰ সন্তান হিচাপে সুস্থ মানসিকতাৰে জীয়াই থাকো। মোৰ সকলোলৈ আহ্বান। সকলো অঞ্চলতে এখনকৈ সকলোকে সামৰি সমাজ গঠন কৰিবলৈ অনুৰোধ জনালো। মা আৰু প্ৰকৃতি (Mother and Nature) ( मा और प्रकृति)আমাৰ এই মঞ্চত সকলোৱে ঠাই পাৱ। আমাৰ মহান উদ্দেশ্য হৈছে বিশ্বত চিৰ শান্তি, সুস্থ বাৰ্তাবৰণ, সুস্থ পৰিবেশ , সুস্থ সমাজ গঢ় লৈ উঠে। সমগ্র বিশ্বত মানৱ জাতি সত্য পথত অগ্রসৰ হয়। শান্তি বিৰাজ কৰে সমগ্র পৃথিবীত। মা আৰু প্ৰকৃতি (Mother and Nature) ( मा और प्रकृति)আমাৰ লক্ষ্য আৰু উদেশ্যে :-🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩আমাৰ ইয়াৰ সকলোৱে এখন সুস্থ পৰিয়ালৰ দৰে কাম কৰি যাব লাগিব। 🚩আমি সকলো মা, দেউতা, আই, বোপাই, বাই, ভনী, ককাই, ভাই, বংশ, পৰিয়াল হিচাপে কাম কৰি যাব লাগিব। 🚩আমাৰ কোনো জাতি ধৰ্ম বুলি নাথাকিব। যেনেকৈ মা আৰু প্ৰকৃতিৰ কোনো ধৰ্ম বা জাতি নাই। 🚩আমাক বিশ্বত মানৱ জাতি বুলি হে জানিব। 🚩 আমাৰ কৰ্মই ধৰ্ম হব। 🚩 সকলো মানৱ জাতি প্ৰতি আমি সমভাৱ ৰাখিব লাগিৱ। 🚩 শান্তি সম্প্রতি ভাতিত্ববোধ একতা আমি সকলোৱে বৰ্তাই ৰাখিব লাগিব। তেতিয়াহে আমি এখন সুস্থ পৃথিবী লাভ কৰিম।🚩আমাৰ সকলোৱে এটা পৰিয়াল হৈ থাকিব লাগিব। যদি আমাৰ কাৰোবাৰ কিবা বিপদ সমস্যা হয়, তেন্তে সকলোৱে মিলি সেই পৰিয়াল টোক বা ব্যক্তি গৰাকীক সহায় সহযোগিতা কৰিব লাগিব।🚩 আমাৰ সকলোৱে ইজনে সিজনক - মা, দেউতা, আই, বোপাই, বাই, ভনী, ককাই, ভাই, বংশ, পৰিয়াল হিচাপে সন্মান কৰিব লাগিব। 🚩 আমাৰ লক্ষ্য আৰু উদ্দেশ্য সুস্থ বিশ্ব গঢ়াৰ। পৃথিবীৰ সকলোকে সমান চকুৰে চোৱা আৰু সকলোকে সম অধিকাৰ দিয়াৰ আহ্বান।মা আৰু প্ৰকৃতি য়ে দিছে আমাক শক্তি। আমি সকলো মানৱ জাতি হৈ পৰো মা আৰু পৃথিবীৰ দৰে। সকলো ভেদাভেদ লুভ,মোহ,অংহকাৰ ত্যাগ কৰি, জীৱ শ্ৰেষ্ঠ মানৱ জাতি ৰূপে, তাৰে মোৰ কামনা, সকলো মানৱ জাতি লৈ। আহক আমি সকলো হাতে হাত ধৰি আগবাঢ়ি যাওঁ আৰু এখন সুন্দৰ সব্বাঙ্গীন পৃথিবী নিমার্ণ কৰো ।।ধন্যবাদেৰে। MADHOB GOGOIমা আৰু প্ৰকৃতি (Mother and Nature) ( मा और प्रकृति) Founder (CEO), প্ৰতিষ্ঠাপক ,মূখ্য কাৰ্যবাহী ।Email- mother.and.nature2021@gmail.com - WhatsApp - 9859593814https://www.facebook.com/groups/337392691438331/?ref=sharehttps://www.facebook.com/মা-আৰু-প্ৰকৃতি-Mother-and-Nature-मा-और-प्रकृति-107887604953240/https://kutumbapp.page.link/JFm61ZVhMWUKpvwF9
মা আৰু প্ৰকৃতি (Mother and Nature) ( मा और प्रकृति)
হে মানৱ জাতি আহক আমি সকলো পাহৰি এক মানৱ জাতি হিচাপে এই পৃথিবীত প্ৰতিষ্ঠা হওঁ আৰু নিজকে মা আৰু প্ৰকৃতি ৰ সন্তান বুলি আমি নিজকে চিনাকি দিওঁ। মা আৰু প্ৰকৃতি য়ে যেনকৈ আমাক সকলো দিছে, থিক তেনেকৈ আমি মা আৰু প্ৰকৃতিৰ কথা চিন্তা কৰো। সকলো লুভ মোহ কাম ক্ৰধ অংহকাৰ ত্যাগ দি জীয়াই থকা দিন বোৰত এককবদ্ধ ভাবে ভাল কৰ্মৰ যোগেদি আমাৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰো। সকলো জাতি ধৰ্ম ভাষা ভাষি নধৰি এক মানৱ জাতি হৈ পৃথিবীত বাস কৰো আহঁক।।
বিশ্বৰ সকলো মানৱ জাতিলৈ আহ্বান। আহক আমি সকলো মিলি মানৱ জাতি হিচাপে এই পৃথিবীত প্ৰতিষ্ঠা হওঁ। আহক আমি সকলো মা আৰু প্ৰকৃতি ৰ সন্তান হিচাপে সুস্থ মানসিকতাৰে জীয়াই থাকো।
মোৰ সকলোলৈ আহ্বান। সকলো অঞ্চলতে এখনকৈ সকলোকে সামৰি সমাজ গঠন কৰিবলৈ অনুৰোধ জনালো।
মা আৰু প্ৰকৃতি (Mother and Nature) ( मा और प्रकृति)
আমাৰ এই মঞ্চত সকলোৱে ঠাই পাৱ। আমাৰ মহান উদ্দেশ্য হৈছে বিশ্বত চিৰ শান্তি, সুস্থ বাৰ্তাবৰণ, সুস্থ পৰিবেশ , সুস্থ সমাজ গঢ় লৈ উঠে। সমগ্র বিশ্বত মানৱ জাতি সত্য পথত অগ্রসৰ হয়। শান্তি বিৰাজ কৰে সমগ্র পৃথিবীত।
মা আৰু প্ৰকৃতি (Mother and Nature) ( मा और प्रकृति)
আমাৰ লক্ষ্য আৰু উদেশ্যে :-🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩
🚩আমাৰ ইয়াৰ সকলোৱে এখন সুস্থ পৰিয়ালৰ দৰে কাম কৰি যাব লাগিব।
🚩আমি সকলো মা, দেউতা, আই, বোপাই, বাই, ভনী, ককাই, ভাই, বংশ, পৰিয়াল হিচাপে কাম কৰি যাব লাগিব।
🚩আমাৰ কোনো জাতি ধৰ্ম বুলি নাথাকিব। যেনেকৈ মা আৰু প্ৰকৃতিৰ কোনো ধৰ্ম বা জাতি নাই।
🚩আমাক বিশ্বত মানৱ জাতি বুলি হে জানিব।
🚩 আমাৰ কৰ্মই ধৰ্ম হব।
🚩 সকলো মানৱ জাতি প্ৰতি আমি সমভাৱ ৰাখিব লাগিৱ।
🚩 শান্তি সম্প্রতি ভাতিত্ববোধ একতা আমি সকলোৱে বৰ্তাই ৰাখিব লাগিব। তেতিয়াহে আমি এখন সুস্থ পৃথিবী লাভ কৰিম।
🚩আমাৰ সকলোৱে এটা পৰিয়াল হৈ থাকিব লাগিব। যদি আমাৰ কাৰোবাৰ কিবা বিপদ সমস্যা হয়, তেন্তে সকলোৱে মিলি সেই পৰিয়াল টোক বা ব্যক্তি গৰাকীক সহায় সহযোগিতা কৰিব লাগিব।
🚩 আমাৰ সকলোৱে ইজনে সিজনক - মা, দেউতা, আই, বোপাই, বাই, ভনী, ককাই, ভাই, বংশ, পৰিয়াল হিচাপে সন্মান কৰিব লাগিব।
🚩 আমাৰ লক্ষ্য আৰু উদ্দেশ্য সুস্থ বিশ্ব গঢ়াৰ। পৃথিবীৰ সকলোকে সমান চকুৰে চোৱা আৰু সকলোকে সম অধিকাৰ দিয়াৰ আহ্বান।
মা আৰু প্ৰকৃতি য়ে দিছে আমাক শক্তি। আমি সকলো মানৱ জাতি হৈ পৰো মা আৰু পৃথিবীৰ দৰে। সকলো ভেদাভেদ লুভ,মোহ,অংহকাৰ ত্যাগ কৰি, জীৱ শ্ৰেষ্ঠ মানৱ জাতি ৰূপে, তাৰে মোৰ কামনা, সকলো মানৱ জাতি লৈ।
আহক আমি সকলো হাতে হাত ধৰি আগবাঢ়ি যাওঁ আৰু এখন সুন্দৰ সব্বাঙ্গীন পৃথিবী নিমার্ণ কৰো ।।
ধন্যবাদেৰে।
MADHOB GOGOI
মা আৰু প্ৰকৃতি (Mother and Nature) ( मा और प्रकृति) Founder (CEO), প্ৰতিষ্ঠাপক ,মূখ্য কাৰ্যবাহী ।
Email- mother.and.nature2021@gmail.com -
WhatsApp - 9859593814
https://www.facebook.com/groups/337392691438331/?ref=share
https://www.facebook.com/মা-আৰু-প্ৰকৃতি-Mother-and-Nature-मा-और-प्रकृति-107887604953240/
https://kutumbapp.page.link/JFm61ZVhMWUKpvwF9
Monday, 14 March 2022
Sunday, 13 March 2022
সেই মানৱ জাতি আমি কোন দিখে গৈছো ?
সেই মানৱ জাতি আমি কোন দিখে গৈছো ?
এবাৰ চিন্তা কৰাৰ সময়। আমাৰ হাতত সময় বহোত কম।
আমি মানৱ জাতি জীয়াই থাকিবলৈ এসাজ সুখম আহাৰ, লাজ নিবাৰণ কৰিবলৈ এহাজ কাপোৰ, জিৰণি লবলৈ এটা বাসস্থান, আৰু সমাজ পাতি থাকিবলৈ এখন সুস্থ পৰিবেশ, স্বাস্থ্যকৰ পৃথিবীৰ প্ৰয়োজন।
প্ৰকৃততে আমি মানৱ হব পাৰিছোনে ?
আমি কাক লৈ অংহকাৰ কৰিছো ?
আমাক মা আৰু প্ৰকৃতি য়ে, এই পৃথিবীত ধংস কৰিব পঠাইছেনে, সৃষ্টি কৰিব পঠাইছে ?
এবাৰ সুদ্ধ মনে বিচাৰ কৰক।
আমি মানৱ জাতি এই পৃথিবীৰ পৰা একো লৈ যাব নোৱাৰো বা দি যাবওঁ নোৱাৰো। মাএ আমাৰ কৰ্মৰ ভাল আৰু বেয়া এই দুটাই আমি লৈ যাব লাগিব। আৰু ইয়াৰ ফল আমি ভোগ কৰিব লাগিব। এই পৃথিবীত।
মোৰ বুলি এই পৃথিবীত একো বস্তু আমাৰ নাই। আমাৰ শৰীৰ টোও নিজৰ নহয়।
অথচ আমি লোভ, মোহ, কাম, ক্ৰধৰ বশব্ৰতি হৈ সচাঁ কথা জানিওঁ, যে এদিন আমাৰ অন্ত পৰিব এই পৃথিবীত। কিন্তু অংহকাৰত আমি নিজকে পাহৰি পেলাইছো।।
আহক আমি মানৱ জাতি সময় থাকোতেই সত্যক মানি লওঁ আৰু সকলোৰে মঙ্গল চিন্তা কৰো।।
সেবাৰে
মা আৰু প্ৰকৃতি।
মাধৱ গগৈ
অসম।।
Subscribe to:
Posts (Atom)
धरती को पाप मय कर दिया
दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...

-
30 January, 2021 *লখিমপুৰ ফুটবল ৰেফাৰী চেমিনাৰ* Date :- 30/1/21 ## সদৌ অসম ফুটবল ৰেফাৰী কৈল্যাণ সন্থাৰ তত্ত্বৱধানত হাতীলোং ফুটবল ক্'চিং...
-
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...