সেই মানৱ জাতি আমি কোন দিখে গৈছো ?
এবাৰ চিন্তা কৰাৰ সময়। আমাৰ হাতত সময় বহোত কম।
আমি মানৱ জাতি জীয়াই থাকিবলৈ এসাজ সুখম আহাৰ, লাজ নিবাৰণ কৰিবলৈ এহাজ কাপোৰ, জিৰণি লবলৈ এটা বাসস্থান, আৰু সমাজ পাতি থাকিবলৈ এখন সুস্থ পৰিবেশ, স্বাস্থ্যকৰ পৃথিবীৰ প্ৰয়োজন।
প্ৰকৃততে আমি মানৱ হব পাৰিছোনে ?
আমি কাক লৈ অংহকাৰ কৰিছো ?
আমাক মা আৰু প্ৰকৃতি য়ে, এই পৃথিবীত ধংস কৰিব পঠাইছেনে, সৃষ্টি কৰিব পঠাইছে ?
এবাৰ সুদ্ধ মনে বিচাৰ কৰক।
আমি মানৱ জাতি এই পৃথিবীৰ পৰা একো লৈ যাব নোৱাৰো বা দি যাবওঁ নোৱাৰো। মাএ আমাৰ কৰ্মৰ ভাল আৰু বেয়া এই দুটাই আমি লৈ যাব লাগিব। আৰু ইয়াৰ ফল আমি ভোগ কৰিব লাগিব। এই পৃথিবীত।
মোৰ বুলি এই পৃথিবীত একো বস্তু আমাৰ নাই। আমাৰ শৰীৰ টোও নিজৰ নহয়।
অথচ আমি লোভ, মোহ, কাম, ক্ৰধৰ বশব্ৰতি হৈ সচাঁ কথা জানিওঁ, যে এদিন আমাৰ অন্ত পৰিব এই পৃথিবীত। কিন্তু অংহকাৰত আমি নিজকে পাহৰি পেলাইছো।।
আহক আমি মানৱ জাতি সময় থাকোতেই সত্যক মানি লওঁ আৰু সকলোৰে মঙ্গল চিন্তা কৰো।।
সেবাৰে
মা আৰু প্ৰকৃতি।
মাধৱ গগৈ
অসম।।
No comments:
Post a Comment
Welcome Northeast News India