Friday, 6 August 2021
অহা ইংৰাজী ০৭/০৮/২০২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ সৌজন্যত , জিলাখনৰ উল্লেখিত চাহবাগিছাত অৱস্থিত টীকাকৰণ কেন্দ্ৰসমূহত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ চাহ বাগিচাৰ বাসিন্দা সকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ প্ৰথম পালি টীকা(Covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । থলীতে পঞ্জীয়ন পক্ৰিয়াৰেও প্ৰথম পালি টীকা গ্ৰহণ কৰিব পাৰিব ।
অহা ইংৰাজী ০৭/০৮/২০২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ সৌজন্যত , জিলাখনৰ উল্লেখিত চাহবাগিছাত অৱস্থিত টীকাকৰণ কেন্দ্ৰসমূহত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ চাহ বাগিচাৰ বাসিন্দা সকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ প্ৰথম পালি টীকা(Covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । থলীতে পঞ্জীয়ন পক্ৰিয়াৰেও প্ৰথম পালি টীকা গ্ৰহণ কৰিব পাৰিব । এইক্ষেত্ৰত জিলা প্ৰশাসনে ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব আৰু ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।
শিৱসাগৰ জিলাৰ ১৮ বছৰ বয়সৰ উৰ্ধৰ যিসকল COVAXIN ভেকচিনৰ প্ৰথম পালি যোৱা মাৰ্চ, এপ্ৰিল আৰু মে' মাহত গ্ৰহণ কৰিছিল আৰু দ্বিতীয় পালি গ্ৰহণ কৰাৰ সময় হৈ গৈছে, সেই ব্যক্তি সকলক অহা ৭ আগষ্ট তাৰিখে স্থানীয় বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা প্ৰতিষেধক প্ৰদান কেন্দ্ৰত গৈ COVAXIN ভেকচিনৰ দ্বিতীয় পালি গ্ৰহণ কৰিবলৈ জিলা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা আহ্বান ।
শিৱসাগৰ জিলাৰ ১৮ বছৰ বয়সৰ উৰ্ধৰ যিসকল COVAXIN ভেকচিনৰ প্ৰথম পালি যোৱা মাৰ্চ, এপ্ৰিল আৰু মে' মাহত গ্ৰহণ কৰিছিল আৰু দ্বিতীয় পালি গ্ৰহণ কৰাৰ সময় হৈ গৈছে, সেই ব্যক্তি সকলক অহা ৭ আগষ্ট তাৰিখে স্থানীয় বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা প্ৰতিষেধক প্ৰদান কেন্দ্ৰত গৈ COVAXIN ভেকচিনৰ দ্বিতীয় পালি গ্ৰহণ কৰিবলৈ জিলা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা আহ্বান জনাইছে। অহা ৭ আগষ্ট তাৰিখৰ বাবে উক্ত কেন্দ্ৰটিত ৩০০ পালি ভেকচিন মজুত ৰাখিব।
Subscribe to:
Posts (Atom)
धरती को पाप मय कर दिया
दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...

-
30 January, 2021 *লখিমপুৰ ফুটবল ৰেফাৰী চেমিনাৰ* Date :- 30/1/21 ## সদৌ অসম ফুটবল ৰেফাৰী কৈল্যাণ সন্থাৰ তত্ত্বৱধানত হাতীলোং ফুটবল ক্'চিং...
-
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...
-
02 July, 2021 প্ৰেছ বিজ্ঞপ্তি নং : ১১২ জনসংযোগ, গোলাঘাট *গোলাঘাট জিলাত ক'ভিড ৰোগীৰ সংস্পৰ্শলৈ অহা লোকৰ পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰাৰ নিৰ্দ...