Friday, 6 August 2021
শিৱসাগৰ জিলাৰ ১৮ বছৰ বয়সৰ উৰ্ধৰ যিসকল COVAXIN ভেকচিনৰ প্ৰথম পালি যোৱা মাৰ্চ, এপ্ৰিল আৰু মে' মাহত গ্ৰহণ কৰিছিল আৰু দ্বিতীয় পালি গ্ৰহণ কৰাৰ সময় হৈ গৈছে, সেই ব্যক্তি সকলক অহা ৭ আগষ্ট তাৰিখে স্থানীয় বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা প্ৰতিষেধক প্ৰদান কেন্দ্ৰত গৈ COVAXIN ভেকচিনৰ দ্বিতীয় পালি গ্ৰহণ কৰিবলৈ জিলা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা আহ্বান ।
শিৱসাগৰ জিলাৰ ১৮ বছৰ বয়সৰ উৰ্ধৰ যিসকল COVAXIN ভেকচিনৰ প্ৰথম পালি যোৱা মাৰ্চ, এপ্ৰিল আৰু মে' মাহত গ্ৰহণ কৰিছিল আৰু দ্বিতীয় পালি গ্ৰহণ কৰাৰ সময় হৈ গৈছে, সেই ব্যক্তি সকলক অহা ৭ আগষ্ট তাৰিখে স্থানীয় বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা প্ৰতিষেধক প্ৰদান কেন্দ্ৰত গৈ COVAXIN ভেকচিনৰ দ্বিতীয় পালি গ্ৰহণ কৰিবলৈ জিলা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা আহ্বান জনাইছে। অহা ৭ আগষ্ট তাৰিখৰ বাবে উক্ত কেন্দ্ৰটিত ৩০০ পালি ভেকচিন মজুত ৰাখিব।
Subscribe to:
Posts (Atom)
মানৱ জাতিৰ ধ্বংস সমাগত
মানৱ জাতিৰ ভৱিষ্যৎক লৈ মাধৱ গগৈৰ সতৰ্কবাণী বিশেষ সংবাদ মাধৱ গগৈ এ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থা আৰু মানৱ সমাজৰ ভৱিষ্যৎক লৈ গভীৰ উদ্বেগ প্ৰকাশ ক...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
।।জয় গুৰু মা প্ৰকৃতি।। বিশ্বৰ সকলো মানৱ জাতিলৈ আহ্বান। যুদ্ধই একো সমস্যা সমাধান নহয়। দুয়ো পক্ষৰ অকল ক্ষতি হোৱাৰ বাহিৰে একো লা...