Thursday, 5 August 2021

*গোলাঘাট জিলাত অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগৰ ব্যাপক অভিযান অব্যাহত*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ১৩৮

*গোলাঘাট জিলাত অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগৰ ব্যাপক অভিযান অব্যাহত*
গোলাঘাট, ৫ আগষ্ট : গোলাঘাট জিলাত চুলাই মদ আৰু অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগে ব্যাপক অভিযান অব্যাহত ৰাখিছে । জিলাখনত অবৈধ চুলাই মদৰ ঘাটিসমূহ যাতে ক'ভিডৰ সংক্ৰমণস্থলীলৈ পৰিণত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ব্যাপক অভিযান চলাবলৈ ৰাজ্য চৰকাৰে দিয়া নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত আবকাৰী অধীক্ষক সঞ্জীৱ শইকীয়াৰ নেতৃত্বত বিভাগে অভিযান তীব্রতৰ কৰি তুলিছে । জিলাখনৰ ভিন ভিন ঠাইত যোৱা সময়ছোৱাত গোলাঘাট জিলাৰ আবকাৰী বিভাগে অবৈধ সুৰাৰ বিৰুদ্ধে চলোৱা অভিযানত বৃহৎ পৰিমাণৰ অবৈধ সুৰা আৰু সুৰা প্ৰস্তুত কৰা সামগ্ৰী জব্দ কৰা হয় ।  কালিৰ দিনটোত গোলাঘাট আবকাৰী বিভাগে ৬টা স্থানত ৪টা অভিযান চলাই বৃহৎ পৰিমাণৰ চুলাই মদ জব্দ কৰি নষ্ট কৰে ।  ঘটনা সংক্ৰান্তত এজন লোকক গ্ৰেপ্তাৰ কৰা হয় । অভিযানকাৰী দলে এই অভিযানকালত ৮,২৮০ লিটাৰ চুলাই মদ প্ৰস্তুত কৰা পাছ,৬০ লিটাৰ চুলাই মদ, ৫টা চুলাই মদ প্ৰস্তুত কৰা সঁজুলি, ৩৭৫ কিলোগ্ৰাম লালিগুড় আৰু ১০ কিলোগ্ৰাম পাচোৱাই জব্দ কৰে । জিলাখনৰ বোকাখাত চক্ৰৰ অধীনৰ চাপৰি গাঁও, কান্ধুলিমাৰি আৰু পৰঙীয়া, ফৰকাটিং চক্ৰৰ অধীনৰ বৰজান, দেৰগাঁও চক্ৰৰ অধীনৰ কাঠকটীয়া আৰু গোলাঘাট সদৰ চক্ৰৰ অধীনৰ আঁঠুকঢ়াচুক আদি ঠাইত অভিযান চলাই এই বৃহৎ পৰিমাণৰ চুলাই আৰু অবৈধ সুৰা তথা সুৰা প্ৰস্তুত কৰা সামগ্ৰী জব্দ কৰা হয় । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Covid Update Assam Covid19 Assam and actions taken as on 04/08/2021.

Covid Update Assam  

Covid19 Assam and actions taken as on 04/08/2021.

Wednesday, 4 August 2021

Enforcement activity report of Golaghat district.

Enforcement activity report of Golaghat district.
Date: 03-08-2021

Places : Lokujan Bhuyan Gaon, Lokujan Nijorapar & Halowainchi Gaon under Bokakhat circle.
Adarsha, Baghedhora, 4 & 5 No Gomari, Torani, Shantipur, Athkhelia & Polikaitoni under Furkating circle.
Duliabasti, Seuzpur & Molia gaon area's under Dergaon circle.
Naojan, Chungajan & Panjan area's under Sarupathar circle.

✔️Seizure⤵️

➡️F/W ( মদ বনোৱা পাছ) : 2650 ltrs
➡️IDL(চুলাই মদ) : 55 ltrs
➡️D/A(চুলাই মদ বনোৱা সঁজুলি): 6 sets
➡️Pachowai(পাঁচোৱাই ): 20KG

session plan for Covishield 2nd dose.Tomorrow's(5th August) Jurhat District

session plan for Covishield 2nd dose.
Tomorrow's(5th August) Jurhat District

Breaking News

Vaccination

Daily COVID-19🦠😷 bulletin Golaghat

Daily COVID-19🦠😷 bulletin Golaghat

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...