Sunday, 1 August 2021

ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত অহা ইংৰাজী ০২/০৮/২০২১ তাৰিখে উল্লেখিত স্থান/কেন্দ্ৰত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তি সকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ দ্বিতীয় পালি টীকা(Covaxin) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ।

01 August, 2021

ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত অহা ইংৰাজী ০২/০৮/২০২১ তাৰিখে  উল্লেখিত স্থান/কেন্দ্ৰত ১৮ বছৰ বয়সৰ  উৰ্দ্ধৰ ব্যক্তি সকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ  দ্বিতীয় পালি টীকা(Covaxin) প্ৰদানৰ ব্যৱস্থা  কৰা হৈছে । জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব  আৰু  ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

অহা ইংৰাজী ০২/০৮/২০২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ সৌজন্যত , জিলাখনৰ উল্লেখ কৰা টীকাকৰণ কেন্দ্ৰসমূহত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তিসকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ প্ৰথম আৰু দ্বিতীয় পালি টীকা(Covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । থলীতে পঞ্জীয়ন পক্ৰিয়াৰ দ্বাৰাও এই সুবিধা গ্ৰহণ কৰিব পাৰিব ।

01 August, 2021

অহা ইংৰাজী ০২/০৮/২০২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ সৌজন্যত , জিলাখনৰ উল্লেখ কৰা টীকাকৰণ কেন্দ্ৰসমূহত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তিসকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ  প্ৰথম আৰু দ্বিতীয় পালি টীকা(Covishield) প্ৰদানৰ ব্যৱস্থা  কৰা হৈছে । থলীতে পঞ্জীয়ন পক্ৰিয়াৰ দ্বাৰাও এই সুবিধা গ্ৰহণ কৰিব পাৰিব । লগতে প্ৰথম পালি টীকা গ্ৰহণ কৰি ৮৪ দিন অতিক্ৰম কৰা ব্যক্তিসকলক দ্বিতীয় পালি টীকা প্ৰদানত  অগ্ৰাধিকাৰ দিয়া হ'ব । এইক্ষেত্ৰত জিলা প্ৰশাসনে  ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব  আৰু  ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

01 August, 2021Daily COVID-19🦠😷 bulletin Dibrugarh

01 August, 2021

Daily COVID-19🦠😷 bulletin Dibrugarh

01 August, 2021

01 August, 2021Daily COVID-19🦠😷 bulletin Golaghat

01 August, 2021

Daily COVID-19🦠😷 bulletin Golaghat

01 August, 2021COVID-19🦠😷 Vaccination Session site list Golaghat District. On 02/08/2021

01 August, 2021

COVID-19🦠😷 Vaccination Session site list Golaghat District. On 02/08/2021

২০২১-২২ বৰ্ষৰ ক্ৰীড়া জলপানিৰ বাবে আবেদন আহ্বান:

01 August, 2021

Breaking News
২০২১-২২ বৰ্ষৰ ক্ৰীড়া জলপানিৰ বাবে আবেদন আহ্বান:

ডিব্ৰুগড়, ১ আগষ্ট : ২০২০ চনৰ এপ্ৰিল মাহৰ পৰা ২০২১ চনৰ মাৰ্চ মাহৰ ভিতৰত ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত পদক প্ৰাপ্ত ডিব্ৰুগড় জিলাৰ খেলুৱৈ সকলৰ পৰা ২০২১-২২ বৰ্ষৰ ক্ৰীড়া জলপানিৰ বাবে আবেদন আহ্বান কৰা হৈছে। 

বিদ্যালয় পৰ্যায়ৰ খেলুৱৈ সকলৰ বয়সৰ সীমা ৩১ মাৰ্চ, ২০২১ চনত ১৯ বছৰৰ ভিতৰত হ'ব লাগিব আৰু মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ খেলুৱৈ সকলৰ বয়সৰ  সীমা ২৫ বছৰৰ ভিতৰত হ'ব লাগিব। আবেদন কৰাৰ বাবে প্ৰ-পত্ৰ সমূহ অহা ২ আগষ্টৰ পৰা ১৫ আগষ্টলৈ ডিব্রুগড়  জিলা ক্ৰীড়া বিষয়াৰ কাৰ্য্যালয়ৰ পৰা সংগ্ৰহ কৰিব পাৰিব। প্ৰ-পত্ৰ সমূহ পূৰণ কৰি অহা ১৬ আগষ্টৰ পৰা ২৫ আগষ্টলৈকে কাৰ্য্যালয়ত জমা দিয়াৰ বাবে জিলা ক্ৰীড়া বিষয়া সঞ্জয় উপাধ্যায়ে আহ্বান জনাইছে । অধিক তথ্যৰ বাবে উল্লেখ কৰা মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰিব - ৮৬৩৮০৬৬৭৮৭ ।

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...