Wednesday, 28 July 2021

আন্তঃজিলা যাতায়াতৰ বিশেষ ৰেহাই।

28 July, 2021

আন্তঃজিলা যাতায়াতৰ বিশেষ ৰেহাই।

নুমলীগড় তেল শোধনাগাৰ প্ৰকল্প কাৰ্যকৰীকৰণ কামৰ সৈতে পোনপটীয়াকৈ জড়িত বিষয়া-কৰ্মচাৰীৰ ক্ষেত্ৰত

28 July, 2021Covid Update Assam Covid19 Assam and actions taken as on 27/07/2021.

28 July, 2021

Covid Update Assam  

Covid19 Assam and actions taken as on 27/07/2021.

সত্য,শুদ্ধ আৰু যোগাত্মক বাৰ্তাবোৰ সমাজখনলৈ আগবঢ়াই দিয়াতোৱে আমাৰ প্ৰধান লক্ষ্য।

28 July, 2021

সত্য,শুদ্ধ আৰু যোগাত্মক বাৰ্তাবোৰ সমাজখনলৈ আগবঢ়াই দিয়াতোৱে আমাৰ প্ৰধান লক্ষ্য। 

পৃথিবী দেশ তথা ৰাজ্য এখন সকলো দিশৰ পৰা সুন্দৰ সব্বাঙ্গীন  সুন্দৰ ভাবমূর্তি সাস্কৃতিকবাণ আচাৰ আচৰণ শ্ৰদ্ধা ভক্তি আদি সমাজ খনলৈ আগবঢ়াই দিবলৈ সংবাদ মাধ্যমৰ বহোত কৰণীয় থাকে। লগতে দেশৰ প্ৰতেকজন নাগৰিকৰ দায়িত্ব আৰু কতব্য থাকে। 

তেতিয়াহে এখন সুস্থ সুন্দৰ সব্বাঙ্গীন দেশ ৰাজ্য বা সমাজ আশা কৰিৱ পাৰি। 

এই দিশত নৰ্থইষ্ট নিউজ ইণ্ডিয়া সদায় আগ্ৰহী। 

সেই নিমিত্তে নৰ্থইষ্ট নিউজ ইণ্ডিয়া ই সকলো ৰাজ্য তথা জিলাৰ পৰা নিস্বাৰ্থ ভাবে কাম কৰা কোনো আগ্ৰহী ব্যক্তিয়ে আপোনালোকৰ অঞ্চলৰপৰা সচাঁ বাৰ্তা সমাজখনৰ কোনো খতি নকৰা বাতৰি আমাৰ নিউজ চেনেলৰ জৰিয়তে প্ৰচাৰ কৰিৱ পাৰিব। 
 আমালৈ পঠাব পাৰিৱ। 

NORTHEAST NEWS INDIA

যোগাযোগ :- Email - northeastnewsindia@gmail.com

WhatsApp - 9859593814

Tuesday, 27 July 2021

অহা ইংৰাজী ২৮/০৭/২০২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ সৌজন্যত , জিলাখনৰ উল্লেখিত টীকাকৰণ কেন্দ্ৰসমূহত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ বিভিন্ন বিভাগৰ বিভাগীয় কৰ্মচাৰী সকল তথা সকলো ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তি সকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ দ্বিতীয় পালি টীকা(Covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । ।

27 July, 2021

অহা ইংৰাজী ২৮/০৭/২০২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ সৌজন্যত , জিলাখনৰ উল্লেখিত টীকাকৰণ কেন্দ্ৰসমূহত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ বিভিন্ন বিভাগৰ বিভাগীয় কৰ্মচাৰী সকল তথা সকলো ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তি সকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ  দ্বিতীয় পালি টীকা(Covishield) প্ৰদানৰ ব্যৱস্থা  কৰা হৈছে । ইয়াৰ উপৰিও ৱাৰ্ড নং ৭,৯ আৰু ১০ ত বাস কৰা ক'মৰ্বিদিতি ৰোগীসকলৰ প্ৰথম আৰু দ্বিতীয় পালি টীকা প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে । থলীতে পঞ্জীয়ন পক্ৰিয়াৰ দ্বাৰাও এই সুবিধা গ্ৰহণ কৰিব পাৰিব আৰু প্ৰথম পালি টীকা গ্ৰহণ কৰাৰ ৮৪ দিন অতিক্ৰম কৰা ব্যক্তিসকলক দ্বিতীয় পালি টীকা প্ৰদান কৰা হ'ব । এইক্ষেত্ৰত জিলা প্ৰশাসনে  ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব  আৰু  ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

অহা ইংৰাজী ২৮/০৭/২০২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ সৌজন্যত , জিলাখনৰ সংক্ৰমিত অঞ্চলত থকা টীকাকৰণ কেন্দ্ৰসমূহত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তি সকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ প্ৰথম আৰু দ্বিতীয় পালি টীকা(Covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । থলীতে পঞ্জীয়ন পক্ৰিয়াৰ দ্বাৰাও এই সুবিধা গ্ৰহণ কৰিব পাৰিব ।

27 July, 2021

অহা ইংৰাজী ২৮/০৭/২০২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ সৌজন্যত , জিলাখনৰ সংক্ৰমিত অঞ্চলত থকা টীকাকৰণ কেন্দ্ৰসমূহত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তি সকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ  প্ৰথম আৰু দ্বিতীয় পালি টীকা(Covishield) প্ৰদানৰ ব্যৱস্থা  কৰা হৈছে । থলীতে পঞ্জীয়ন পক্ৰিয়াৰ দ্বাৰাও এই সুবিধা গ্ৰহণ কৰিব পাৰিব । লগতে প্ৰথম পালি টীকা গ্ৰহণ কৰি ৮৪ দিন অতিক্ৰম কৰা ব্যক্তিসকলক দ্বিতীয় পালি টীকা প্ৰদানত  অগ্ৰাধিকাৰ দিয়া হ'ব । এইক্ষেত্ৰত জিলা প্ৰশাসনে  ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব  আৰু  ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

ইংৰাজী ২৮/০৭/২০২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ সৌজন্যত ,অহা জিলাখনৰ উল্লেখিত চাহবাগিছাত অৱস্থিত টীকাকৰণ কেন্দ্ৰসমূহত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ চাহ বাগিচাৰ বাসিন্দা সকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ প্ৰথম পালি আৰু দ্বিতীয় পালি টীকা(Covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । থলীতে পঞ্জীয়ন পক্ৰিয়াৰেও প্ৰথম পালি টীকা গ্ৰহণ কৰিব পাৰিব ।

27 July, 2021

 ইংৰাজী ২৮/০৭/২০২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ সৌজন্যত ,অহা জিলাখনৰ উল্লেখিত চাহবাগিছাত অৱস্থিত টীকাকৰণ কেন্দ্ৰসমূহত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ চাহ বাগিচাৰ বাসিন্দা সকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ  প্ৰথম পালি আৰু দ্বিতীয় পালি টীকা(Covishield) প্ৰদানৰ ব্যৱস্থা  কৰা হৈছে । থলীতে পঞ্জীয়ন পক্ৰিয়াৰেও প্ৰথম পালি টীকা গ্ৰহণ কৰিব পাৰিব । লগতে প্ৰথম পালি টীকা গ্ৰহণ কৰা যিসকলৰ ৮৪ দিন অতিক্ৰম কৰিলে তেওঁলোকে দ্বিতীয় পালি টীকা গ্ৰহণ কৰিব পাৰিব । এইক্ষেত্ৰত জিলা প্ৰশাসনে  ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব  আৰু  ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত অহা ইংৰাজী ২৮/০৭/২০২১ তাৰিখে উল্লেখিত স্থান/কেন্দ্ৰত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তি আৰু বান পীড়িত অঞ্চলৰ ব্যক্তিসকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ প্ৰথম পালি আৰু দ্বিতীয় পালি টীকা(covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ।

27 July, 2021

ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত অহা ইংৰাজী ২৮/০৭/২০২১ তাৰিখে  উল্লেখিত স্থান/কেন্দ্ৰত ১৮ বছৰ বয়সৰ  উৰ্দ্ধৰ ব্যক্তি আৰু বান পীড়িত অঞ্চলৰ ব্যক্তিসকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ  প্ৰথম পালি আৰু দ্বিতীয় পালি টীকা(covishield) প্ৰদানৰ ব্যৱস্থা  কৰা হৈছে । উক্ত বয়সৰ লোকসকল, যিসকলৰ প্ৰথম পালি ক'ভিড ১৯ টীকা গ্ৰহণৰ ৮৪ দিন উকলি গৈছে তেওঁলোকে দ্বিতীয় পালি টীকা গ্ৰহণৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ লাভ কৰিব । লগতে প্ৰথম পালি টীকা গ্ৰহণ কৰিবলৈ থলীতে পঞ্জীয়ন কৰিব পাৰিব । জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব  আৰু  ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

আহ্বান

।। জয় মা আৰু প্ৰকৃতি।।                👉  অহংকাৰ 👈 সেই মানৱ জাতি অহংকাৰ কৰি  কি পাবা ? কেতিয়াবা শ্মশানলৈ গৈ চাবা। তাত  দেখিবা আপোনাতকৈ ধনী...