Wednesday, 21 July 2021

21 July, 2021Covid Update Assam Covid19 Assam and actions taken as on 20/07/2021.

21 July, 2021

Covid Update Assam  

Covid19 Assam and actions taken as on 20/07/2021.

সমগ্র দেশবাসীলৈ মুং ইদুজ্জোহা ৰ আন্তৰিক স্ৰদ্ধা সেৱা অভিন্দন শুভেচ্ছা জ্ঞাপন জনাইছো। নৰ্থইষ্ট নিউজ ইণ্ডিয়া পৰিয়ালৰ হৈ।

21 July, 2021

সমগ্র দেশবাসীলৈ মুং ইদুজ্জোহা ৰ আন্তৰিক স্ৰদ্ধা সেৱা অভিন্দন শুভেচ্ছা জ্ঞাপন জনাইছো। নৰ্থইষ্ট নিউজ ইণ্ডিয়া পৰিয়ালৰ হৈ। 
আহি থকা দিনবোৰত শান্তি সম্প্রতি একটা ভাতিত্ববোধ দেশবাসীৰ  অতোত থাকে তাৰে কামনা কৰিলো।। 
NORTHEAST NEWS INDIA

Tuesday, 20 July 2021

20 July, 2021Daily report of stock and price of Essential Commodities under Kamrup District as on 20th July 2021

20 July, 2021

Daily report of stock and price of Essential Commodities under Kamrup District as on 20th July 2021

19 Jun, 2021Daily Covid🦠 Bulletin Golaghat District

19 Jun, 2021
Daily Covid🦠 Bulletin Golaghat District

২০১৯ বৰ্ষৰ ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া ডা: নেহা যাদৱৰ।বোকাখাত মহকুমাৰ মহকুমাধিপতি হিচাপে যোগদান

20 July, 2021

২০১৯ বৰ্ষৰ ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া  ডা: নেহা যাদৱৰ।বোকাখাত মহকুমাৰ মহকুমাধিপতি হিচাপে যোগদান 
বোকাখাত ২০ জুলাই: ২০১৯ বৰ্ষৰ  ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া ডা: নেহা যাদৱে আজি বোকাখাত মহকুমাৰ মহকুমাধিপতি হিচাপে যোগদান কৰে। আজি দিনৰ ১১ বজাত নৱনিযুক্ত মহকুমাধিপতি ডা:  নেহা যাদৱে বিদায়ী মহকুমাধিপতি শ্ৰীযুত বিপুল দাসৰ পৰা দায়িত্বভাৰ গ্ৰহণ কৰে। উল্লেখযোগ্য যে, বোকাখাতৰ মহকুমাধিপতি হিচাপে যোগদান কৰাৰ পূৰ্বে ডা: নেহা যাদৱে ধুবুৰী জিলাত সহকাৰী আয়ুক্ত হিচাপে কৰ্মৰত আছিল। আনহাতে, পূৰ্বৰ মহকুমাধিপতি শ্ৰীযুত বিপুল দাসৰ কৰিমগঞ্জ জিলালৈ অতিৰিক্ত উপায়ুক্ত হিচাপে বদলি হৈছে। দায়িত্বভাৰ গ্ৰহণ কৰি নৱনিযুক্ত মহকুমাধিপতিগৰাকীয়ে কাৰ্য্যালয়ৰ প্ৰতিটো বিভাগৰ বিষয়া-কৰ্মচাৰীৰ 
সৈতে চিনাকি হোৱাৰ লগতে কামকাজৰ বুজ লয়।

Session schedule of Covid Vaccination Centres under Majuli district.

20 July, 2021

Session schedule of Covid Vaccination Centres under Majuli district.
  
Date   - 21/7/2021 
Time -  9am- 5pm

(Age Group- 18 + )
Target  - 200
1st dose & 2nd Dose

1) Auniati Bishnudev High School, Dhodang - Covishield

20 July, 2021Daily COVID-19🦠😷 bulletin Majuli

20 July, 2021

Daily COVID-19🦠😷 bulletin Majuli

মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ

প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ  মাধৱ গগৈ গোলাঘাট, অসম...