Friday, 9 July 2021

অহা কালিলৈ ইংৰাজী ১০/০৭/২০২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত উল্লেখিত স্থান/কেন্দ্ৰত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তি সকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ দ্বিতীয় পালি টীকা(covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ।

09 July, 2021

অহা কালিলৈ ইংৰাজী ১০/০৭/২০২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত উল্লেখিত স্থান/কেন্দ্ৰত ১৮ বছৰ বয়সৰ  উৰ্দ্ধৰ ব্যক্তি সকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ  দ্বিতীয় পালি টীকা(covishield) প্ৰদানৰ ব্যৱস্থা  কৰা হৈছে । লগতে, উক্ত বয়সৰ লোকসকল, যিসকলৰ প্ৰথম পালি ক'ভিড ১৯ টীকা গ্ৰহণৰ ৮৪ দিন উকলি গৈছে তেওঁলোকে দ্বিতীয় পালি টীকা গ্ৰহণৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ লাভ কৰিব । ইয়াৰোপৰি বাম কলাখোৱা জনতা বিদ্যালয়ত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ বানপীড়িত অঞ্চলৰ ব্যক্তিসকল, মৰাণ প্ৰাথমিক বিদ্যালয়ত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ (NRLM) ৰ আত্ম সহায়ক গোটৰ সদস্যসকল আৰু ১৩ নং শান্তিপাৰা ৱাৰ্ডত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ চাফাই কৰ্মচাৰী সকলৰ বাবে সংৰক্ষিত কৰা হৈছে । ঠিক সেইদৰে, উক্ত বয়সৰ ক'মৰ্বিদিতি (Co-morbidity) ৰোগীসকল আৰু সংক্ৰমণৰ পৰিমাণ বাঢ়ি থকা অঞ্চলসমূহৰ বাবেও বিশেষ প্ৰতিষেধক শিবিৰৰ ব্যৱস্থা কৰা হৈছে । জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব  আৰু  ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

09 July, 2021COVID-19🦠😷 Vaccination Session site list Golaghat District. On 10/07/2021

09 July, 2021

COVID-19🦠😷 Vaccination Session site list Golaghat District. On 10/07/2021

Nowcast Bulletin

09 July, 2021

Nowcast Bulletin

Date: 09/07/2021                                                                    
Time of issue:: 2020   HRS IST
Thunderstorms / Lightning   and light to moderate  spell of rainfall  very likely to continue  in parts of   EAST KARBI ANGLONG, GOLAGHAT ,  districts  during next 3  hours.              
Regional Weather   Centre, Guwahati

শৃংখলাবদ্ধভাৱে ক'ভিড প্ৰতিষেধক প্ৰদান কৰাৰ প্ৰতি লখ্য ৰাখি যোৰহাট জিলা প্ৰশাসনে প্ৰতিটো ৰাজহ চক্ৰৰ অধীনত প্ৰতিষেধক গ্ৰহণ কৰিবলৈ বাকী থকা ব্যক্তিসকলৰ বাবে কুপনৰ ব্যৱস্থা কৰিছে৷

09 July, 2021
👉শৃংখলাবদ্ধভাৱে  ক'ভিড প্ৰতিষেধক প্ৰদান কৰাৰ প্ৰতি লখ্য ৰাখি যোৰহাট জিলা প্ৰশাসনে প্ৰতিটো ৰাজহ চক্ৰৰ অধীনত প্ৰতিষেধক গ্ৰহণ কৰিবলৈ বাকী থকা ব্যক্তিসকলৰ বাবে কুপনৰ ব্যৱস্থা কৰিছে৷যিসকল ব্যক্তিয়ে  ইতিমধ্যে কুপন লাভ কৰিছে তেওঁলোকক কাইলৈ ১০ জুলাইত নিজৰ নিদিষ্ট কেন্দ্ৰত ক'ভিড প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হ'ল৷
 
👉 আনহাতে কুপন নোপোৱা অৰ্থাৎ প্ৰতিষেধক ল'বলৈ বাকী থকা কোনো লোকক প্ৰতিষেধক প্ৰদান কেন্দ্ৰসমূহত অনাহকত ভিৰ নকৰিবলৈ  আৰু ক'ভিড প্ৰট'কল মানি চলিবলৈ জিলা প্ৰশাসনে অনুৰোধ জনাইছে৷ এনে ব্যৱস্থা সাম্প্রতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সাময়িক ভাৱে কৰা হৈছে। 

👉পর্যায়ক্ৰমে , সকলো প্ৰতিষেধক ল'বলৈ বাকী থকা ব্যক্তিক, এই প্রক্রিয়াত সামৰি লোৱা হ'ব বুলিও জিলা প্ৰশাসনে জনাইছে।

👉কুপনসমূহ প্ৰশাসনে ঘৰে ঘৰে পর্যায়ক্ৰমে দিয়াৰ ব্যৱস্থা কৰিছে।গতিকে কুপন বিছাৰি কোনো ব্যক্তিকে ঘৰৰ পৰা ওলাই নাহিবলৈ জিলা প্ৰশাসনে আহ্বান জনাইছে।
Directorate of Information and Public Relations, Assam

09 July, 2021Daily COVID-19🦠😷 bulletin Golaghat

09 July, 2021

Daily COVID-19🦠😷 bulletin Golaghat

09 July, 2021Golaghat Covid🦠😷 Details

09 July, 2021

Golaghat Covid🦠😷 Details

09 July, 2021Fight against Corona-19 Virus

09 July, 2021

Fight against Corona-19 Virus

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...