Thursday, 8 July 2021

মাজুলী জিলাৰ সকলো ব্যক্তিৰ সুবিধার্থে জিলা উপায়ুক্তৰ নিৰ্দেশমৰ্মে ৰাইজৰ সুবিধাৰ্থে নিম্নলিখিত ফাৰ্মাচী সমূহৰ জৰিয়তে মাজুলীত উপলব্ধ নোহোৱা ঔষধ সমূহ যোগান ধৰা হব |

08 July, 2021

মাজুলী জিলাৰ সকলো ব্যক্তিৰ  সুবিধার্থে জিলা উপায়ুক্তৰ  নিৰ্দেশমৰ্মে ৰাইজৰ সুবিধাৰ্থে নিম্নলিখিত ফাৰ্মাচী সমূহৰ জৰিয়তে মাজুলীত উপলব্ধ নোহোৱা ঔষধ সমূহ যোগান ধৰা হব |

1) ৰূপক মেডিকেল ষ্টোৰ,
ৰাৱনাপাৰা , ৮৭৬১০৭২১০৬

2) অনুপমা মেডিকেল, 
গড়মূৰ, ৭০৮৬৪১২১৮৫ 

3) অৰ্নৱ ফাৰ্মাচিউটিকেল, 
ফুলনি চাৰিআলি , ৬০০২৩৪৪৮৫৪

ইয়াৰ উপৰিও জিলা প্ৰশাসনে ব্যৱস্থা কৰা জিলা আপাতকালীন কেন্দ্ৰ নম্বৰ -১০৭৭ (টোল  ফ্ৰি) আৰু দূৰভাষ- ৭৬৩৫৯৬১৫২২ নম্বৰত যোগাযোগ কৰিব পাৰিব |

08 July, 2021COVID-19🦠😷 Vaccination Session site list Sonitpur District. On 09/07/2021

08 July, 2021

COVID-19🦠😷 Vaccination Session site list Sonitpur District. On 09/07/2021

গোলাঘাটত কভিড সৃষ্ট পৰিৱেশে হাহাকাৰ সৃষ্টি কৰা দৰিদ্ৰ পৰিয়ালৰ কাষত ছাত্র মুক্তি সংগ্রাম সমতি।

08 July, 2021

গোলাঘাটত কভিড সৃষ্ট  পৰিৱেশে হাহাকাৰ সৃষ্টি কৰা দৰিদ্ৰ পৰিয়ালৰ কাষত ছাত্র মুক্তি সংগ্রাম সমতি।

 অতিমাৰী ক'ভিডৰ দ্বিতীয়টো ঢৌৱে সৰ্বতে যি মানৱ জীৱনলৈ অন্ধকাৰ ভৱিষ্যত আৰু অনিশ্চিয়তা নমাই আনিছে, তাৰ সমান্তৰাল ভাৱে গোলাঘাট জিলা খনটো ক'ভিড ১৯ য়ে মাৰাত্মক ৰূপ ধাৰণ কৰিছে। অসমৰ আন আন প্ৰান্তৰ পৰিস্থিতি কিছু উন্নত হৈছে যদিও সাত খন জিলাৰ পৰিস্থিতি এতিয়াও নিয়ন্ত্রণৰ বাহিৰত। তাৰে ভিতৰত গোলাঘাট জিলাৰ পৰিস্থিতি অধিক জটিল। ফলত ক'ভিড নিয়ন্ত্রণৰ বাবে জিলা খনত সম্পূর্ণ ৰূপে লক ডাউন ঘোষণা কৰা হৈছে। তাৰোপৰি জিলাখনৰ ভিতৰতে বহু ঠাইত মাইক্ৰ কন্টেইনমেন জ'ন হিচাপে চিনাক্ত কৰি তেনে অঞ্চল সমূহত জনসাধাৰণৰ চলাচল সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। যি ধৰণে কৰোনাৰ আতংকত জিলা খনৰ জনসাধাৰণ ভৱিষ্যতৰ প্ৰতি অন্ধকাৰ নামি আহিছে তাৰ সমান্তৰাল ভাৱে ক'ৰনা নিয়ন্ত্রণৰ বাবে চৰকাৰ-প্ৰশাসনে লোৱা লক ডাউনৰ দৰে কঠোৰ পদক্ষেপৰ ফলত দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ জনসাধাৰণ মাজত কৰ্মহীনতা  আৰু আৰ্থিক অনাটনে ভয়াবহ ৰূপ ধাৰণ কৰিছে । বিশেষভাৱে দিন হাজিৰা কৰা ব্যক্তি, কোম্পানিত কৰ্মৰত শ্রমিক, ক্ষুদ্র ব্যৱসায়ী, পদপথৰ ব্যৱসায়ী ঠেলা চালক, ৰিক্সা চালক, গাড়ী চালক ইত্যাদি বৃত্তিৰ লগত জড়িত ব্যক্তি সকলৰ দুবেলা দুমুঠি অন্নৰ বাবে হাহকাৰ পৰিৱেশ সূষ্টি হৈছে। এনে অনিশ্চয়তাৰ দু:সময় চোৱাত আৰ্তজনৰ কাষত ঠিয় দিছে জিলা খনৰ অন্যতম 
 ছাত্র সংগঠন ছাত্র মুক্তি সংগ্ৰাম সমিতি গোলাঘাট জিলা সমিতিয়ে। সংগঠনটোৰ তৰফৰ পৰা ক'ভিডৰ প্ৰথমটো ঢৌৰ সময়চোৱাতো ৰাইজৰ ওচৰত বিভিন্ন ধৰণে সংগঠনটোৰ সদস্য সকলে ঠিয় দিয়াৰ পৰিলক্ষিত হৈছিল। পুনৰ দ্বিতীয়টো ঢৌৱে ৰাইজৰ আৰ্থিক অৱস্থা পূৰ্বতকৈ অধিক দুৰ্বল কৰি তোলাৰ সময়ত ৰুগী সকলৰ চিকিৎসা লাভৰ ক্ষেত্রত কোনো কাৰণতে যাতে বঞ্চিত হব লগা নহয় তাৰ বাবে বিভিন্ন সময়ত চকু দি আহিছে। সংগঠনটোৱে আজিৰ পৰা পুনৰ দ্বিতীয় ঢৌৰ ফলত আৰ্থিক ভাৱে জুৰুলা হৈ পৰা দৰিদ্ৰ ৰাইজৰ মাজত কিছু খাদ্য সামগ্রী লগতে মাস্ক আৰু চেনিটাইজাৰ যোগানৰ দৰে প্ৰশাসনীয় পদক্ষেপ গ্রহণ কৰিছে। জিলাখনত সম্পূর্ণৰূপে কাৰ্ফিউ চলি থকাৰ মাজতে প্ৰশাসনৰ অনুমতি লৈ সংগঠনটোৰ কৰ্মী সকলে নিজৰ জীৱনকো তুচ্ছ কৰি কৰ্মহীন হৈ পৰা দুশ টা দৰিদ্ৰ পৰিয়ালৰ মাজত আজি কিছু খাদ্য সামগ্রী বিতৰণ কৰে। সংগঠনটোৱে চৰকাৰক ৰুগীসকলৰ উন্নত চিকিৎসাৰ লগতে কৰোনা মহামাৰী ফলত কৰ্মহীন হৈ আৰ্থিক অনাতনৰ সন্মুখীন হোৱা প্ৰতিটো পৰিয়ালক পাচ হাজাৰকৈ এক কালীন সাহায্য প্ৰদানৰ দাবী উত্থাপন কৰিছে।আজিৰ সাহাৰ্য বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া, গোলাঘাট জিলা সমিতিৰ সভাপতি সত্যব্ৰত শইকীয়া, কাৰ্যকৰী সভাপতি অৰিন্দম তামুলী, সাধাৰণ সম্পাদক ৰূপম গগৈ, সুপ্রতিম ৰাজখোৱা, প্ৰাক্তন জিলা সভাপতি মৃণাল নাথ, প্ৰাক্তন প্ৰচাৰ সম্পাদক উৎপল শইকীয়া, জিলাৰ বৰ্তমানৰ প্ৰচাৰ সম্পাদক সুৰজ গগৈ, জিলা সদস্য ৰাজীৱ কর্মকাৰ, মক্ৰং আঞ্চলিকৰ সভাপতি ডিম্পলজিৎ বৰা,  ফৰকাটিং আঞ্চলিকৰ ছাত্ৰ মুক্তিৰ দেৱাশীষ শইকীয়া, ভাইমন হুছেইন, মণি লিম্বু আৰু সূৰ্য্য লিম্বু । ::

গোলাঘাটৰ পৰা প্ৰকাশ শৰ্মা ৰ সৈতে  কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া  ৷

08 July, 2021Daily COVID-19🦠😷 bulletin Dibrugarh

08 July, 2021

Daily COVID-19🦠😷 bulletin Dibrugarh

08 July, 2021Daily COVID-19🦠😷 bulletin Lakhimpur

08 July, 2021

Daily COVID-19🦠😷 bulletin Lakhimpur

08 July, 2021Daily COVID-19🦠😷 bulletin Golaghat

08 July, 2021

Daily COVID-19🦠😷 bulletin Golaghat

08 July, 2021COVID-19🦠😷 Vaccination Session site list Golaghat District. On 09/07/2021

08 July, 2021

COVID-19🦠😷 Vaccination Session site list Golaghat District. On 09/07/2021

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...