Wednesday, 7 July 2021
07 July, 2021অহা ইংৰাজী ৮, ৯ আৰু ১০ জুলাই, ২০২১ তাৰিখে তিনিদিনীয়া কাৰ্য্যসূচীৰে ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত উল্লেখিত স্থান/কেন্দ্ৰসমূহত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তি সকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ দ্বিতীয় পালি টীকা(Covaxin) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব আৰু ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।
07 July, 2021
অহা ইংৰাজী ৮, ৯ আৰু ১০ জুলাই, ২০২১ তাৰিখে তিনিদিনীয়া কাৰ্য্যসূচীৰে ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত উল্লেখিত স্থান/কেন্দ্ৰসমূহত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তি সকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ দ্বিতীয় পালি টীকা(Covaxin) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব আৰু ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।
ৰাজ্যত কৰোণা উৎপাতৰ লগতে ম'হৰো উৎপাত
07 July, 2021
ৰাজ্যত কৰোণা উৎপাতৰ লগতে ম'হৰো উৎপাত
গোলাঘাট,০৭ জুলাই : ৰাজ্যত কৰোণা উৎপাতৰ লগতে ম'হৰো উৎপাত বাঢ়িছে। চৰকাৰে কৰোণা উৎপাতৰ হাৰ কমাবলৈ বিভিন্ন উপায় অবলম্বন কৰা দেখা গৈছে। ৰাইজৰ জনসাধাৰণৰ অৱস্থা সংকতৰ গৰাহত। আমাৰ দুখীয়া জনসাধাৰণৰ আৰ্থিকভাৱে মৃত্যু মুখত পৰিছে। কৰোণাতকৈও ভংয়কৰ অৱস্থা হৈছে। কিন্তু এই দিখত কাৰো সময় নাই, সকলো নিজৰ নিজৰ অংকত । বেমাৰৰ নামত ব্যৱসায়, সকলো বস্তুৰ আকাশ লঙ্ঘী দাম। দুখীয়া জনসাধাৰণৰ অৱস্থা একে বাৰে বেয়া দিখত গতি কৰিছে। চৰকাৰে কৰোণা জনসমাগমৰ পৰা বৃদ্ধি হব বুলি ভাবি লক ডাউন দিছে, কিন্তু ম'হৰ পৰাও যে কৰোণা বৃদ্ধি হব পাৰে এই দিশত কিন্তু চৰকাৰে কোনো ব্যবস্থা লোৱা দেশা নাই বা ম'হক দেশৰ পৰা, ৰাজ্যৰ পৰা নাইকীয়া কৰিব পৰা নাই।
মাধৱ গগৈ ৰিৰ্পত নৰ্থইষ্ট নিউজ ইণ্ডিয়া।
Tuesday, 6 July 2021
Subscribe to:
Posts (Atom)
মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ
প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ গোলাঘাট, অসম...
-
জনসংযোগ, গোলাঘাট *সুলভ মূল্যৰ এজেণ্টসকলক প্ৰবঞ্চকৰ পৰা সতৰ্ক হ'বলৈ আহ্বান* *ভুৱা ফোন কলেৰে ধন দাবী কৰা প্ৰবঞ্চকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব...
-
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি: ১৪-১২-২০২২ *১৬ ডিচেম্বৰৰ পৰা গোলাঘাটত বিশেষ টিকাকৰন অভিযান ২.০ ...