Thursday, 24 June 2021

24 Jun, 2021

24 Jun, 2021Daily Covid bulletin Golaghat

24 Jun, 2021
Daily Covid bulletin Golaghat

অহা কালিলৈ ২৫ জুন তাৰিখে CKB কলেজ, JB কলেজ , DCB কলেজ, Jorhat কলেজ আৰু Bahona কলেজত ১৮ বছৰৰ উৰ্ধৰ ব্যক্তিসকলক ক'ভিড প্ৰতিষেধক ক'ভেক্সিনৰ দ্বিতীয় পালি প্ৰতিষেধক প্ৰদান কৰা হ'ব৷

24 Jun, 2021

অহা কালিলৈ ২৫ জুন তাৰিখে CKB কলেজ, JB কলেজ , DCB কলেজ, Jorhat কলেজ আৰু Bahona কলেজত ১৮ বছৰৰ উৰ্ধৰ ব্যক্তিসকলক ক'ভিড প্ৰতিষেধক  ক'ভেক্সিনৰ  দ্বিতীয় পালি প্ৰতিষেধক প্ৰদান কৰা হ'ব৷ 

যোৱা ১২ মে, ২০২১ তাৰিখে যি  সকল লোকে ক'ভেক্সিনৰ প্ৰথম পালি  প্ৰতিষেধক গ্ৰহণ কৰিছিল, সেইসকলে একেটা কেন্দ্ৰতে  গৈ  নাম ৰেজিষ্ট্ৰাৰ কৰি দ্বিতীয় পালি ক'ভিড প্ৰতিষেধক গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনে আহ্বান জনাইছে ।

নিজৰ পৰিচয় পত্ৰৰ লগতে  ম'বাইলত অহা এছ এম এছ বা প্ৰমান পত্ৰ লগত লৈ যাব লাগিব৷

24 Jun, 2021Golaghat Covid Detail

24 Jun, 2021

Golaghat Covid Detail

24 Jun, 2021COVID-19🦠😷 Vaccination Session site list Golaghat District. On 25/06/2021

24 Jun, 2021

COVID-19🦠😷 Vaccination Session site list Golaghat District. On 25/06/2021

অহা ইংৰাজী ২৭/০৬/২০২১ তাৰিখে, ১৮ বছৰৰপৰা ৪৪ বছৰ বয়সসীমাৰ অন্তৰ্গত যিসকল ব্যক্তিয়ে যোৱা ইংৰাজী ১৪/০৫/২০২১ তাৰিখে কভাস্কিন টীকাৰ প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰিছিল তেওঁলোকক কভাস্কিন (Covaxin) প্ৰতিষেধকৰ দ্বিতীয় পালি টীকা প্ৰদান কৰাৰ বাবে ব্যৱস্থা হাতত লোৱা হৈছে।

24 Jun, 2021

অহা ইংৰাজী ২৭/০৬/২০২১ তাৰিখে,  ১৮ বছৰৰপৰা  ৪৪ বছৰ বয়সসীমাৰ অন্তৰ্গত যিসকল ব্যক্তিয়ে যোৱা ইংৰাজী ১৪/০৫/২০২১ তাৰিখে কভাস্কিন টীকাৰ প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰিছিল তেওঁলোকক কভাস্কিন (Covaxin) প্ৰতিষেধকৰ দ্বিতীয় পালি টীকা প্ৰদান কৰাৰ বাবে ব্যৱস্থা হাতত লোৱা হৈছে। যিসকল ব্যক্তিয়ে ওপৰত উল্লেখিত টীকাকৰণ কেন্দ্ৰসমূহৰ ভিতৰত, যিটো কেন্দ্ৰতে প্ৰথম পালি টীকা গ্ৰহণ কৰিছিল  সেই একেটা কেন্দ্ৰতে কভাস্কিন (Covaxin) প্ৰতিষেধকৰ দ্বিতীয় পালি গ্ৰহণ কৰিব পাৰিব। টীকাকৰণ কেন্দ্ৰসমূহত সকলোকে জিলা প্ৰশাসনে ক’ভিডৰ বিধিসমূহ পালন কৰিবলৈ আৰু শৃংখলা বজাই ৰাখিবলৈ আহ্বান জনাইছে।

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।