Friday, 18 June 2021

18 Jun, 2021অহা কালিলৈ ১৯/০৬/২১ তাৰিখে উল্লেখিত স্থান/কেন্দ্ৰত জিলাখনৰ চাহ বাগিচা অধ্যুষিত অঞ্চলত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ চাহ বাগিচাৰ কৰ্মচাৰী সকলৰ বাবে ক'ভিড ১৯ ৰ প্ৰথম পালি টীকা(covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । উল্লেখযোগ্য যে এই টীকা প্ৰদানৰ ক্ষেত্ৰত কেন্দ্ৰ সমূহত উক্ত বয়সৰ লোক সকলৰ spot registration কৰা হ'ব। জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব আৰু ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

18 Jun, 2021

অহা কালিলৈ ১৯/০৬/২১ তাৰিখে উল্লেখিত স্থান/কেন্দ্ৰত  জিলাখনৰ  চাহ বাগিচা অধ্যুষিত অঞ্চলত ১৮ বছৰ বয়সৰ  উৰ্দ্ধৰ চাহ বাগিচাৰ কৰ্মচাৰী সকলৰ বাবে ক'ভিড ১৯ ৰ  প্ৰথম পালি টীকা(covishield) প্ৰদানৰ ব্যৱস্থা  কৰা হৈছে । উল্লেখযোগ্য যে এই টীকা প্ৰদানৰ ক্ষেত্ৰত কেন্দ্ৰ সমূহত উক্ত বয়সৰ লোক সকলৰ spot registration কৰা হ'ব। জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব  আৰু  ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

অহা কালিলৈ ১৯ জুন তাৰিখে CKB কলেজ, JB কলেজ , DCB কলেজ, Jorhat কলেজ আৰু Bahona কলেজত ১৮ বছৰৰ ঊৰ্ধ্বৰ ব্যক্তিসকলক ক'ভিড প্ৰতিষেধক ক'ভেক্সিনৰ দ্বিতীয় পালি প্ৰতিষেধক প্ৰদান কৰা হ'ব৷

18 Jun, 2021

অহা কালিলৈ ১৯ জুন তাৰিখে CKB কলেজ, JB কলেজ , DCB কলেজ, Jorhat কলেজ আৰু Bahona কলেজত ১৮ বছৰৰ ঊৰ্ধ্বৰ ব্যক্তিসকলক ক'ভিড প্ৰতিষেধক ক'ভেক্সিনৰ দ্বিতীয় পালি প্ৰতিষেধক প্ৰদান কৰা হ'ব৷ 

যোৱা ৮ মে, ২০২১ তাৰিখে যি  সকল লোকে ক'ভেক্সিনৰ প্ৰথম পালি  প্ৰতিষেধক গ্ৰহণ কৰিছিল, সেইসকলে একেটা কেন্দ্ৰতে  গৈ  নাম ৰেজিষ্ট্ৰাৰ কৰি দ্বিতীয় পালি ক'ভিড প্ৰতিষেধক গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনে আহ্বান জনাইছে৷

নিজৰ পৰিচয় পত্ৰৰ লগতে  ম'বাইলত অহা এছ এম এছ বা প্ৰমান পত্ৰ লগত লৈ যাব লাগিব৷

পৰ্যায়ক্ৰমে প্ৰতিষেধক প্ৰদান কৰি থকা হৈছে৷ গতিকে ৮ মে'ৰ পিছত লোৱা সকলৰ বাবেও এনেদৰেই ব্যৱস্হা কৰা হ'ব৷

Directorate of Information and Public Relations, Assam

18 Jun, 2021সতৰ্কবাৰ্তানগাঁৱৰ কালিয়াবৰৰ চিলঘাট জয়সাগৰ গাঁৱত 8 টা কোভিড19 +ভে সক্ৰিয় ঘটনা ধৰা পৰিছেনিয়ন্ত্ৰণ ক্ষেত্ৰ নিৰ্ধাৰণ কৰা হৈছেঅৰ্ডাৰটো 14 দিনৰ বাবে 17.06.2021 ডব্লিউ.এফ. কাৰ্যকৰী হয়তথ্য আৰু জনসম্পৰ্ক সঞ্চালকালয়, অসম

18 Jun, 2021

সতৰ্কবাৰ্তা
নগাঁৱৰ কালিয়াবৰৰ চিলঘাট জয়সাগৰ গাঁৱত 8 টা কোভিড19 +ভে সক্ৰিয় ঘটনা ধৰা পৰিছে
নিয়ন্ত্ৰণ ক্ষেত্ৰ নিৰ্ধাৰণ কৰা হৈছে
অৰ্ডাৰটো 14 দিনৰ বাবে 17.06.2021 ডব্লিউ.এফ. কাৰ্যকৰী হয়

তথ্য আৰু জনসম্পৰ্ক সঞ্চালকালয়, অসম

18 Jun, 2021সতৰ্কবাৰ্তাৰাহা, নগাঁওৰ বাৰাপুজিয়া (ৰাজাগাঁও) গাঁৱত 7 টা কোভিড19 +ভে সক্ৰিয় ঘটনা ধৰা পৰিছেমাইক্ৰ' কণ্টেইনমেণ্ট জোন নিৰ্ধাৰণ কৰা হৈছেঅৰ্ডাৰটো 14 দিনৰ বাবে 17.06.2021 ডব্লিউ.এফ. কাৰ্যকৰী হয়তথ্য আৰু জনসম্পৰ্ক সঞ্চালকালয়, অসম

18 Jun, 2021

সতৰ্কবাৰ্তা

ৰাহা, নগাঁওৰ বাৰাপুজিয়া (ৰাজাগাঁও) গাঁৱত 7 টা কোভিড19 +ভে সক্ৰিয় ঘটনা ধৰা পৰিছে
মাইক্ৰ' কণ্টেইনমেণ্ট জোন নিৰ্ধাৰণ কৰা হৈছে
অৰ্ডাৰটো 14 দিনৰ বাবে 17.06.2021 ডব্লিউ.এফ. কাৰ্যকৰী হয়

তথ্য আৰু জনসম্পৰ্ক সঞ্চালকালয়, অসম

18 Jun, 2021 সতৰ্কবাৰ্তানগাঁওৰ ৰাহা, ৰাহা গাঁৱত 5 টা কোভিড19 +ভে সক্ৰিয় ঘটনা ধৰা পৰিছেমাইক্ৰ' কণ্টেইনমেণ্ট জোন নিৰ্ধাৰণ কৰা হৈছেঅৰ্ডাৰটো 14 দিনৰ বাবে 17.06.2021 ডব্লিউ.এফ. কাৰ্যকৰী হয়তথ্য আৰু জনসম্পৰ্ক সঞ্চালকালয়, অসম

18 Jun, 2021

          সতৰ্কবাৰ্তা

নগাঁওৰ ৰাহা, ৰাহা গাঁৱত 5 টা কোভিড19 +ভে সক্ৰিয় ঘটনা ধৰা পৰিছে
মাইক্ৰ' কণ্টেইনমেণ্ট জোন নিৰ্ধাৰণ কৰা হৈছে
অৰ্ডাৰটো 14 দিনৰ বাবে 17.06.2021 ডব্লিউ.এফ. কাৰ্যকৰী হয়

তথ্য আৰু জনসম্পৰ্ক সঞ্চালকালয়, অসম

অহা কালিলৈ ১৯/০৬/২১ তাৰিখে উল্লেখিত স্থান/কেন্দ্ৰত ডিব্ৰুগড় জিলাখনৰ ১৮ বছৰৰ পৰা ৪৪ বছৰ বয়সৰ লোক সকলৰ বাবে প্ৰথম পালি ক'ভিড ১৯ ৰ টীকা (covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ।

18 Jun, 2021

অহা কালিলৈ ১৯/০৬/২১ তাৰিখে উল্লেখিত স্থান/কেন্দ্ৰত ডিব্ৰুগড় জিলাখনৰ ১৮ বছৰৰ  পৰা ৪৪ বছৰ বয়সৰ  লোক সকলৰ বাবে প্ৰথম পালি ক'ভিড ১৯ ৰ  টীকা (covishield) প্ৰদানৰ ব্যৱস্থা  কৰা হৈছে । উল্লেখযোগ্য যে, এই টীকা উক্ত বয়সৰ লোক সকলে online registration প্ৰক্ৰিয়াৰে ল'ব পাৰিব । জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব  আৰু  ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে । online registration বিয়লি ৪ বজাৰ পৰা আৰম্ভ কৰা হৈছে ।

অহা ইংৰাজী ২০/০৬/২১ তাৰিখে ডিব্ৰুগড় জিলাখনৰ উল্লেখিত স্থান/কেন্দ্ৰসমূহত ১৮ ৰ পৰা ৪৪ বছৰ বয়সৰ ব্যক্তিসকলৰ বাবে ক'ভিড ১৯ ৰ দ্বিতীয় পালি টীকা (COVAXIN) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ।

18 Jun, 2021

অহা ইংৰাজী ২০/০৬/২১ তাৰিখে ডিব্ৰুগড় জিলাখনৰ উল্লেখিত স্থান/কেন্দ্ৰসমূহত ১৮ ৰ পৰা ৪৪ বছৰ বয়সৰ ব্যক্তিসকলৰ বাবে ক'ভিড ১৯ ৰ  দ্বিতীয় পালি টীকা (COVAXIN) প্ৰদানৰ ব্যৱস্থা  কৰা হৈছে । যিসকল ব্যক্তিয়ে, যোৱা ইংৰাজী ১০/০৫/২০২১ তাৰিখে প্ৰথম পালি ক'ভিড ১৯ টীকা গ্ৰহণ কৰিছিল তেওঁলোকে একেটা কেন্দ্ৰতে অহা ইংৰাজী ২০/০৬/২০২১ তাৰিখে Spot Registration কৰি দ্বিতীয় পালি টীকা গ্ৰহণৰ সুবিধা লাভ কৰিব । উল্লেখযোগ্য যে, লাহোৱাল মহাবিদ্যালয়ত গ্ৰহণ কৰা সকলে মহাবিদ্যালয়ৰ পৰিৱৰ্ত্তে লাহোৱাল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গ্ৰহণ কৰিব লাগিব । জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব  আৰু  ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।