Friday, 18 June 2021

অহা কালিলৈ ১৯/০৬/২১ তাৰিখে উল্লেখিত স্থান/কেন্দ্ৰত ডিব্ৰুগড় জিলাখনৰ ১৮ বছৰৰ পৰা ৪৪ বছৰ বয়সৰ লোক সকলৰ বাবে প্ৰথম পালি ক'ভিড ১৯ ৰ টীকা (covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ।

18 Jun, 2021

অহা কালিলৈ ১৯/০৬/২১ তাৰিখে উল্লেখিত স্থান/কেন্দ্ৰত ডিব্ৰুগড় জিলাখনৰ ১৮ বছৰৰ  পৰা ৪৪ বছৰ বয়সৰ  লোক সকলৰ বাবে প্ৰথম পালি ক'ভিড ১৯ ৰ  টীকা (covishield) প্ৰদানৰ ব্যৱস্থা  কৰা হৈছে । উল্লেখযোগ্য যে, এই টীকা উক্ত বয়সৰ লোক সকলে online registration প্ৰক্ৰিয়াৰে ল'ব পাৰিব । জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব  আৰু  ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে । online registration বিয়লি ৪ বজাৰ পৰা আৰম্ভ কৰা হৈছে ।

অহা ইংৰাজী ২০/০৬/২১ তাৰিখে ডিব্ৰুগড় জিলাখনৰ উল্লেখিত স্থান/কেন্দ্ৰসমূহত ১৮ ৰ পৰা ৪৪ বছৰ বয়সৰ ব্যক্তিসকলৰ বাবে ক'ভিড ১৯ ৰ দ্বিতীয় পালি টীকা (COVAXIN) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ।

18 Jun, 2021

অহা ইংৰাজী ২০/০৬/২১ তাৰিখে ডিব্ৰুগড় জিলাখনৰ উল্লেখিত স্থান/কেন্দ্ৰসমূহত ১৮ ৰ পৰা ৪৪ বছৰ বয়সৰ ব্যক্তিসকলৰ বাবে ক'ভিড ১৯ ৰ  দ্বিতীয় পালি টীকা (COVAXIN) প্ৰদানৰ ব্যৱস্থা  কৰা হৈছে । যিসকল ব্যক্তিয়ে, যোৱা ইংৰাজী ১০/০৫/২০২১ তাৰিখে প্ৰথম পালি ক'ভিড ১৯ টীকা গ্ৰহণ কৰিছিল তেওঁলোকে একেটা কেন্দ্ৰতে অহা ইংৰাজী ২০/০৬/২০২১ তাৰিখে Spot Registration কৰি দ্বিতীয় পালি টীকা গ্ৰহণৰ সুবিধা লাভ কৰিব । উল্লেখযোগ্য যে, লাহোৱাল মহাবিদ্যালয়ত গ্ৰহণ কৰা সকলে মহাবিদ্যালয়ৰ পৰিৱৰ্ত্তে লাহোৱাল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গ্ৰহণ কৰিব লাগিব । জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব  আৰু  ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

অহা কালিলৈ ১৯/০৬/২১ তাৰিখে জিলাখনৰ উল্লেখিত স্থান/কেন্দ্ৰসমূহত ১৮ ৰ পৰা ৪৪ বছৰ বয়সৰ ব্যক্তিসকলৰ বাবে ক'ভিড ১৯ ৰ দ্বিতীয় পালি টীকা (COVAXIN) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ।

18 Jun, 2021

অহা কালিলৈ  ১৯/০৬/২১ তাৰিখে জিলাখনৰ উল্লেখিত স্থান/কেন্দ্ৰসমূহত ১৮ ৰ পৰা ৪৪ বছৰ বয়সৰ ব্যক্তিসকলৰ বাবে ক'ভিড ১৯ ৰ  দ্বিতীয় পালি টীকা (COVAXIN) প্ৰদানৰ ব্যৱস্থা  কৰা হৈছে । । যিসকল ব্যক্তিয়ে, যোৱা ইংৰাজী ০৮/০৫/২০২১ তাৰিখে প্ৰথম পালি ক'ভিড ১৯ টীকা গ্ৰহণ কৰিছিল তেওঁলোকে একেটা কেন্দ্ৰতে অহা কালিলৈ ১৯/০৬/২০২১ তাৰিখে Spot Registration কৰি দ্বিতীয় পালি টীকা গ্ৰহণৰ সুবিধা লাভ কৰিব । উল্লেখযোগ্য যে, লাহোৱাল মহাবিদ্যালয়ত গ্ৰহণ কৰা সকলে মহাবিদ্যালয়ৰ পৰিৱৰ্ত্তে লাহোৱাল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গ্ৰহণ কৰিব লাগিব । জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব  আৰু  ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

18 Jun, 2021কৃতজ্ঞতা জ্ঞাপন মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।ক'ভিড-১৯ ৰ টীকাকৰণ অভিযানক জনআন্দোলনলৈ ৰূপান্তৰ কৰাৰ বাবে ৰাজ্য চৰকাৰে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আৰ্থিক বৰঙণি আগবঢ়োৱা ব্যক্তি তথা অনুষ্ঠানৰ প্ৰতি

18 Jun, 2021

কৃতজ্ঞতা জ্ঞাপন মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।

ক'ভিড-১৯ ৰ টীকাকৰণ অভিযানক জনআন্দোলনলৈ ৰূপান্তৰ কৰাৰ বাবে ৰাজ্য চৰকাৰে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আৰ্থিক বৰঙণি আগবঢ়োৱা ব্যক্তি তথা অনুষ্ঠানৰ প্ৰতি

18 Jun, 2021Covid Update Assam Covid19 Assam and actions taken as on 17/06/2021.

18 Jun, 2021

Covid Update Assam 

Covid19 Assam and actions taken as on 17/06/2021.

লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে।

      লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে।                                              মৃত্যু মৃত্যু জীৱনৰ এটা অবিচ্ছেদ্য সত্য। পৃথিৱী...