Friday, 18 June 2021

অহা কালিলৈ ১৯/০৬/২১ তাৰিখে জিলাখনৰ উল্লেখিত স্থান/কেন্দ্ৰসমূহত ১৮ ৰ পৰা ৪৪ বছৰ বয়সৰ ব্যক্তিসকলৰ বাবে ক'ভিড ১৯ ৰ দ্বিতীয় পালি টীকা (COVAXIN) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ।

18 Jun, 2021

অহা কালিলৈ  ১৯/০৬/২১ তাৰিখে জিলাখনৰ উল্লেখিত স্থান/কেন্দ্ৰসমূহত ১৮ ৰ পৰা ৪৪ বছৰ বয়সৰ ব্যক্তিসকলৰ বাবে ক'ভিড ১৯ ৰ  দ্বিতীয় পালি টীকা (COVAXIN) প্ৰদানৰ ব্যৱস্থা  কৰা হৈছে । । যিসকল ব্যক্তিয়ে, যোৱা ইংৰাজী ০৮/০৫/২০২১ তাৰিখে প্ৰথম পালি ক'ভিড ১৯ টীকা গ্ৰহণ কৰিছিল তেওঁলোকে একেটা কেন্দ্ৰতে অহা কালিলৈ ১৯/০৬/২০২১ তাৰিখে Spot Registration কৰি দ্বিতীয় পালি টীকা গ্ৰহণৰ সুবিধা লাভ কৰিব । উল্লেখযোগ্য যে, লাহোৱাল মহাবিদ্যালয়ত গ্ৰহণ কৰা সকলে মহাবিদ্যালয়ৰ পৰিৱৰ্ত্তে লাহোৱাল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গ্ৰহণ কৰিব লাগিব । জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব  আৰু  ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

18 Jun, 2021কৃতজ্ঞতা জ্ঞাপন মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।ক'ভিড-১৯ ৰ টীকাকৰণ অভিযানক জনআন্দোলনলৈ ৰূপান্তৰ কৰাৰ বাবে ৰাজ্য চৰকাৰে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আৰ্থিক বৰঙণি আগবঢ়োৱা ব্যক্তি তথা অনুষ্ঠানৰ প্ৰতি

18 Jun, 2021

কৃতজ্ঞতা জ্ঞাপন মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।

ক'ভিড-১৯ ৰ টীকাকৰণ অভিযানক জনআন্দোলনলৈ ৰূপান্তৰ কৰাৰ বাবে ৰাজ্য চৰকাৰে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আৰ্থিক বৰঙণি আগবঢ়োৱা ব্যক্তি তথা অনুষ্ঠানৰ প্ৰতি

18 Jun, 2021Covid Update Assam Covid19 Assam and actions taken as on 17/06/2021.

18 Jun, 2021

Covid Update Assam 

Covid19 Assam and actions taken as on 17/06/2021.

Thursday, 17 June 2021

17 Jun, 2021COVID-19🦠😷 Vaccination Session site list Golaghat District. On 18/06/2021

17 Jun, 2021

COVID-19🦠😷 Vaccination Session site list Golaghat District. On 18/06/2021

17 Jun, 2021COVID-19🦠 update in Dima Hasao District date 17-06-2021

17 Jun, 2021

COVID-19🦠  update in 
Dima Hasao District date 17-06-2021

17 Jun, 2021Daily COVID-19🦠😷 Bulletin Golaghat District

17 Jun, 2021

Daily COVID-19🦠😷 Bulletin Golaghat District

গোলাঘাট জিলাত যোৱা ৮মে' আৰু ৯ মে'ত ক'ভিড 19 ৰ প্ৰতিষেধক ক'ভাক্সিনৰ প্ৰথমপালি লোৱা ১৮ বছৰৰ পৰা ৪৪ বছৰ বয়সৰ লোকসকলে ১৮ জুনত দ্বিতীয় পালি প্ৰতিষেধক ল'ব পাৰিব ।

17 Jun, 2021

গোলাঘাট জিলাত যোৱা ৮মে' আৰু ৯ মে'ত ক'ভিড 19 ৰ প্ৰতিষেধক ক'ভাক্সিনৰ প্ৰথমপালি লোৱা ১৮ বছৰৰ পৰা ৪৪ বছৰ বয়সৰ লোকসকলে ১৮ জুনত দ্বিতীয় পালি প্ৰতিষেধক ল'ব পাৰিব । কাইলৈ জিলাখনৰ ১৫ টা কেন্দ্ৰত ১৮বছৰৰ পৰা ৪৪ বছৰ বয়সৰ লোকক ক'ভাক্সিন প্ৰতিষেধকৰ দ্বিতীয় পালি প্ৰদান কৰা হ'ব । এইক্ষেত্ৰত ৮ মে'ত প্ৰথম পালি লোৱাসকলক অগ্ৰাধিকাৰ দিয়া হ'ব । পৰ্যায়ক্ৰমে ৯ মে'ত প্ৰথম পালি লোৱাসকলকো প্ৰতিষেধক প্ৰদান কৰা হ'ব । যিটো কেন্দ্ৰত প্ৰথম পালি প্ৰতিষেধক লোৱা হৈছিল কেৱল সেই কেন্দ্ৰতহে দ্বিতীয় পালি প্ৰতিষেধক ল'ব পাৰিব । দ্বিতীয় পালি প্ৰতিষেধকৰ বাবে ঠাইতে পঞ্জীয়ন কৰা হ'ব । অনলাইন পঞ্জীয়ন কৰাৰ প্ৰয়োজন নাই । আনহাতে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ৪৫ বছৰ বয়সৰ উৰ্ধৰ লোকক কাইলৈ ক'ভাক্সিনৰ দ্বিতীয় পালি প্ৰদান কৰা হ'ব । ক'ভিশ্বিল্ড প্ৰতিষেধকৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহয় ।

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।