Friday, 18 June 2021

অহা কালিলৈ ১৯/০৬/২১ তাৰিখে জিলাখনৰ উল্লেখিত স্থান/কেন্দ্ৰসমূহত ৪৫ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তিসকলৰ বাবে ক'ভিড ১৯ ৰ প্ৰথম পালি টীকা(covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ।

18 Jun, 2021

অহা কালিলৈ ১৯/০৬/২১ তাৰিখে জিলাখনৰ উল্লেখিত স্থান/কেন্দ্ৰসমূহত ৪৫ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তিসকলৰ বাবে ক'ভিড ১৯ ৰ  প্ৰথম পালি টীকা(covishield) প্ৰদানৰ ব্যৱস্থা  কৰা হৈছে । লগতে উক্ত বয়সৰ লোকসকল, যিসকলৰ প্ৰথম পালি ক'ভিড ১৯ টীকা গ্ৰহণৰ ৮৪ দিন উকলি গৈছে তেওঁলোকে এই কেন্দ্ৰসমূহতে দ্বিতীয় পালি টীকা গ্ৰহণৰ সুবিধা লাভ কৰিব । উল্লেখযোগ্য যে, ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ Health Care Workers, Front Line Workers, টেক্সী চালক, ৰিক্সা চালক, ঠেলাচালক, Delivery Boys, ফল-মূলৰ ব্যৱসায়ী, ফেৰীৱালা, মাংস ব্যৱসায়ী আৰু মুছিৱালা সকলেও উল্লেখ কৰা নিৰ্দিষ্ট কেন্দ্ৰত প্ৰথম পালি ক'ভিড ১৯ৰ টীকা গ্ৰহণ কৰিব পাৰিব । এই টীকা প্ৰদানৰ ক্ষেত্ৰত কেন্দ্ৰ সমূহত উক্ত বয়সৰ লোক সকলৰ spot registration কৰা হ'ব । কেৱল নাহৰণী প্ৰাৰ্থমিক চিকিৎসা কেন্দ্ৰতহে ৪৫ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তিসকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ দ্বিতীয় পালি টীকা(covaxin) ৰ ব্যৱস্থা কৰা হৈছে । জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব  আৰু  ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

18 Jun, 2021COVID-19🦠😷 Vaccination Session site list Golaghat District. On 19/06/2021


18 Jun, 2021

COVID-19🦠😷 Vaccination Session site list Golaghat District. On 19/06/2021

18 Jun, 2021অহা কালিলৈ ১৯/০৬/২১ তাৰিখে উল্লেখিত স্থান/কেন্দ্ৰত জিলাখনৰ চাহ বাগিচা অধ্যুষিত অঞ্চলত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ চাহ বাগিচাৰ কৰ্মচাৰী সকলৰ বাবে ক'ভিড ১৯ ৰ প্ৰথম পালি টীকা(covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । উল্লেখযোগ্য যে এই টীকা প্ৰদানৰ ক্ষেত্ৰত কেন্দ্ৰ সমূহত উক্ত বয়সৰ লোক সকলৰ spot registration কৰা হ'ব। জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব আৰু ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

18 Jun, 2021

অহা কালিলৈ ১৯/০৬/২১ তাৰিখে উল্লেখিত স্থান/কেন্দ্ৰত  জিলাখনৰ  চাহ বাগিচা অধ্যুষিত অঞ্চলত ১৮ বছৰ বয়সৰ  উৰ্দ্ধৰ চাহ বাগিচাৰ কৰ্মচাৰী সকলৰ বাবে ক'ভিড ১৯ ৰ  প্ৰথম পালি টীকা(covishield) প্ৰদানৰ ব্যৱস্থা  কৰা হৈছে । উল্লেখযোগ্য যে এই টীকা প্ৰদানৰ ক্ষেত্ৰত কেন্দ্ৰ সমূহত উক্ত বয়সৰ লোক সকলৰ spot registration কৰা হ'ব। জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব  আৰু  ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

অহা কালিলৈ ১৯ জুন তাৰিখে CKB কলেজ, JB কলেজ , DCB কলেজ, Jorhat কলেজ আৰু Bahona কলেজত ১৮ বছৰৰ ঊৰ্ধ্বৰ ব্যক্তিসকলক ক'ভিড প্ৰতিষেধক ক'ভেক্সিনৰ দ্বিতীয় পালি প্ৰতিষেধক প্ৰদান কৰা হ'ব৷

18 Jun, 2021

অহা কালিলৈ ১৯ জুন তাৰিখে CKB কলেজ, JB কলেজ , DCB কলেজ, Jorhat কলেজ আৰু Bahona কলেজত ১৮ বছৰৰ ঊৰ্ধ্বৰ ব্যক্তিসকলক ক'ভিড প্ৰতিষেধক ক'ভেক্সিনৰ দ্বিতীয় পালি প্ৰতিষেধক প্ৰদান কৰা হ'ব৷ 

যোৱা ৮ মে, ২০২১ তাৰিখে যি  সকল লোকে ক'ভেক্সিনৰ প্ৰথম পালি  প্ৰতিষেধক গ্ৰহণ কৰিছিল, সেইসকলে একেটা কেন্দ্ৰতে  গৈ  নাম ৰেজিষ্ট্ৰাৰ কৰি দ্বিতীয় পালি ক'ভিড প্ৰতিষেধক গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনে আহ্বান জনাইছে৷

নিজৰ পৰিচয় পত্ৰৰ লগতে  ম'বাইলত অহা এছ এম এছ বা প্ৰমান পত্ৰ লগত লৈ যাব লাগিব৷

পৰ্যায়ক্ৰমে প্ৰতিষেধক প্ৰদান কৰি থকা হৈছে৷ গতিকে ৮ মে'ৰ পিছত লোৱা সকলৰ বাবেও এনেদৰেই ব্যৱস্হা কৰা হ'ব৷

Directorate of Information and Public Relations, Assam

18 Jun, 2021সতৰ্কবাৰ্তানগাঁৱৰ কালিয়াবৰৰ চিলঘাট জয়সাগৰ গাঁৱত 8 টা কোভিড19 +ভে সক্ৰিয় ঘটনা ধৰা পৰিছেনিয়ন্ত্ৰণ ক্ষেত্ৰ নিৰ্ধাৰণ কৰা হৈছেঅৰ্ডাৰটো 14 দিনৰ বাবে 17.06.2021 ডব্লিউ.এফ. কাৰ্যকৰী হয়তথ্য আৰু জনসম্পৰ্ক সঞ্চালকালয়, অসম

18 Jun, 2021

সতৰ্কবাৰ্তা
নগাঁৱৰ কালিয়াবৰৰ চিলঘাট জয়সাগৰ গাঁৱত 8 টা কোভিড19 +ভে সক্ৰিয় ঘটনা ধৰা পৰিছে
নিয়ন্ত্ৰণ ক্ষেত্ৰ নিৰ্ধাৰণ কৰা হৈছে
অৰ্ডাৰটো 14 দিনৰ বাবে 17.06.2021 ডব্লিউ.এফ. কাৰ্যকৰী হয়

তথ্য আৰু জনসম্পৰ্ক সঞ্চালকালয়, অসম

18 Jun, 2021সতৰ্কবাৰ্তাৰাহা, নগাঁওৰ বাৰাপুজিয়া (ৰাজাগাঁও) গাঁৱত 7 টা কোভিড19 +ভে সক্ৰিয় ঘটনা ধৰা পৰিছেমাইক্ৰ' কণ্টেইনমেণ্ট জোন নিৰ্ধাৰণ কৰা হৈছেঅৰ্ডাৰটো 14 দিনৰ বাবে 17.06.2021 ডব্লিউ.এফ. কাৰ্যকৰী হয়তথ্য আৰু জনসম্পৰ্ক সঞ্চালকালয়, অসম

18 Jun, 2021

সতৰ্কবাৰ্তা

ৰাহা, নগাঁওৰ বাৰাপুজিয়া (ৰাজাগাঁও) গাঁৱত 7 টা কোভিড19 +ভে সক্ৰিয় ঘটনা ধৰা পৰিছে
মাইক্ৰ' কণ্টেইনমেণ্ট জোন নিৰ্ধাৰণ কৰা হৈছে
অৰ্ডাৰটো 14 দিনৰ বাবে 17.06.2021 ডব্লিউ.এফ. কাৰ্যকৰী হয়

তথ্য আৰু জনসম্পৰ্ক সঞ্চালকালয়, অসম

18 Jun, 2021 সতৰ্কবাৰ্তানগাঁওৰ ৰাহা, ৰাহা গাঁৱত 5 টা কোভিড19 +ভে সক্ৰিয় ঘটনা ধৰা পৰিছেমাইক্ৰ' কণ্টেইনমেণ্ট জোন নিৰ্ধাৰণ কৰা হৈছেঅৰ্ডাৰটো 14 দিনৰ বাবে 17.06.2021 ডব্লিউ.এফ. কাৰ্যকৰী হয়তথ্য আৰু জনসম্পৰ্ক সঞ্চালকালয়, অসম

18 Jun, 2021

          সতৰ্কবাৰ্তা

নগাঁওৰ ৰাহা, ৰাহা গাঁৱত 5 টা কোভিড19 +ভে সক্ৰিয় ঘটনা ধৰা পৰিছে
মাইক্ৰ' কণ্টেইনমেণ্ট জোন নিৰ্ধাৰণ কৰা হৈছে
অৰ্ডাৰটো 14 দিনৰ বাবে 17.06.2021 ডব্লিউ.এফ. কাৰ্যকৰী হয়

তথ্য আৰু জনসম্পৰ্ক সঞ্চালকালয়, অসম

লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে।

      লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে।                                              মৃত্যু মৃত্যু জীৱনৰ এটা অবিচ্ছেদ্য সত্য। পৃথিৱী...