Tuesday, 15 June 2021

১৬ জুন ২০২১ তাৰিখে নগাঁও জিলাত COVAXIN ৰ দ্বিতীয় পালি টিকাকৰণৰ সম্পৰ্কত জিলা প্ৰশাসনে কিছু প্ৰদক্ষেপ গ্ৰহণ কৰিছে।

15 Jun, 2021

১৬ জুন ২০২১ তাৰিখে নগাঁও জিলাত COVAXIN ৰ দ্বিতীয় পালি টিকাকৰণৰ সম্পৰ্কত জিলা প্ৰশাসনে কিছু প্ৰদক্ষেপ গ্ৰহণ কৰিছে।

 নগাঁও জিলাৰ চহৰ অঞ্চলৰ (Town Area) ১৮ ৰ পৰা ৪৪ বছৰ বয়সৰ ভিতৰৰ  আৰু ৪৫ বছৰৰ উৰ্ধৰ বয়সৰ যিসকল ব্যক্তিয়ে ৭ মে' ২০২১ তাৰিখলৈকে COVAXIN ৰ প্ৰথম পালি টিকা গ্ৰহণ কৰিছিল সেইসকল ব্যক্তিক নগাঁও চহৰৰ হয়বৰ গাওঁ উচ্চ মাধ্যমিক বিদ্যালয় কোভিড টিকাকৰণ কেন্দ্ৰত অহা ১৬ জুন ২০২১ তাৰিখে তেওঁলোকৰ ২য় পালি ভেকচিন প্ৰদান কৰা হব। 

 উক্ত কেন্দ্ৰত  টিকা গ্ৰহণ কৰিবলৈ উপস্থিত হোৱা  প্ৰথম ২৫০ জন ব্যক্তিক দ্বিতীয় পালি টিকা পুৱা ৯ বজাৰ পৰা বিয়লি ২ বজালৈ প্ৰদান কৰা হব।

Directorate of Information and Public Relations, Assam
Nagaon District Administration

যোৰহাট জিলা প্ৰশাসনে জিলাখনত ক'ভিড প্ৰতিষেধক কেন্দ্ৰসমূহত অধিক জনসমাগম হোৱাৰ প্ৰতি লক্ষ্য ৰাখি সকলোৱে পোৱাকৈ প্ৰতিষেধক পৰ্যায়ক্ৰমে প্ৰদানৰ ব্যৱস্হা কৰিছে৷

15 Jun, 2021

যোৰহাট জিলা প্ৰশাসনে জিলাখনত ক'ভিড প্ৰতিষেধক কেন্দ্ৰসমূহত অধিক জনসমাগম হোৱাৰ প্ৰতি লক্ষ্য ৰাখি সকলোৱে পোৱাকৈ প্ৰতিষেধক পৰ্যায়ক্ৰমে প্ৰদানৰ ব্যৱস্হা কৰিছে৷ সেই অনুসৰি যোৱা  ২৮ এপ্ৰিলত  ৪৫ বছৰৰ ঊৰ্ধ্বৰ যিসকল ব্যক্তিয়ে প্ৰথম পালি প্ৰতিষেধক "ক'ভেক্সিন" গ্ৰহণ কৰিছিল তেওঁলোকে অহা ১৬ জুন তাৰিখে  বৰভেটা পাব্লিক স্কুলত ক'ভেক্সিনৰ দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণ কৰিব পাৰিব৷

সেইদৰে যোৱা ২২, ২৩, ২৪, ২৬ আৰু ২৭ এপ্ৰিলত যিসকল ৪৫ বছৰ ঊৰ্ধ্বৰ ব্যক্তিয়ে ক'ভেক্সিনৰ প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰিছিল তেওঁলোকৰ বাবে জিলা প্ৰশাসনে অহা কাইলৈ তথা ১৬ জুন তাৰিখে বাঘচোং ডনবস্ক' স্কুলত দ্বিতীয় পালি প্ৰতিষেধক প্ৰদান কৰাৰ ব্যৱস্হা কৰিছে৷

উল্লেখিত নিদিষ্ট তাৰিখ সমূহত প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰা ইচ্ছুক ব্যক্তিসকলক উক্ত স্হানত গৈ প্ৰতিষেধক গ্ৰহণ  কৰিবলৈ আহ্বান জনোৱাৰ লগতে তেওঁলোকৰ বাহিৰে অন্য ব্যক্তিক সেই স্হান দুটাত  অন্যথা ভিৰ নকৰিবলৈ  তথা ক'ভিড প্ৰটোকল ভঙ্গ নকৰিবলৈ জিলা প্ৰশাসনে আহ্বান জনাইছে৷

District Administration, Jorhat 
Directorate of Information and Public Relations, Assam

15 Jun, 2021Golaghat Daily COVID-19🦠😷Bulletin

15 Jun, 2021
Golaghat Daily COVID-19🦠😷Bulletin

15 Jun, 2021Golaghat Covid- 19🦠Update

15 Jun, 2021

Golaghat Covid- 19🦠Update

15 Jun, 2021Order Notifications

15 Jun, 2021

Order Notifications

15 Jun, 2021Order Notifications

15 Jun, 2021

Order Notifications

লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে।

      লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে।                                              মৃত্যু মৃত্যু জীৱনৰ এটা অবিচ্ছেদ্য সত্য। পৃথিৱী...