Sunday, 13 June 2021

13 Jun, 2021 ALERT 5 COVID19 +ve active cases detected in Rupahi Town Bhakatgaon, Samaguri, NagaonMICRO CONTAINMENT ZONE demarcatedThe order comes into force w.e.f. 13.06.2021 for 14 days

13 Jun, 2021

           ALERT

 5 COVID19 +ve active cases detected in Rupahi Town Bhakatgaon, Samaguri, Nagaon
MICRO CONTAINMENT ZONE demarcated
The order comes into force w.e.f. 13.06.2021 for 14 days

13 Jun, 2021অহা ১৪/০৬/২১ তাৰিখে উল্লেখিত স্থান/কেন্দ্ৰত জিলাখনৰ ৪৫ বছৰৰ উৰ্দ্ধৰ ব্যক্তি সকলৰ লগতে উক্ত বয়সৰ ব্যক্তি যাৰ কোভিডৰ টীকা (covishield)ৰ প্ৰথম পালি লোৱা ৮৪ দিন হৈছে তেওঁলোকে উল্লেখিত কেন্দ্ৰত গৈ কোভিড ১৯ ৰ টীকা গ্ৰহণ কৰিব পাৰিব । জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব আৰু কোভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

13 Jun, 2021

অহা ১৪/০৬/২১ তাৰিখে উল্লেখিত স্থান/কেন্দ্ৰত  জিলাখনৰ  ৪৫ বছৰৰ উৰ্দ্ধৰ ব্যক্তি  সকলৰ লগতে উক্ত বয়সৰ ব্যক্তি যাৰ কোভিডৰ টীকা (covishield)ৰ প্ৰথম পালি লোৱা ৮৪ দিন হৈছে তেওঁলোকে উল্লেখিত কেন্দ্ৰত গৈ কোভিড ১৯ ৰ  টীকা গ্ৰহণ কৰিব পাৰিব ।  জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব  আৰু কোভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

13 Jun, 2021অহা ১৪/০৬/২১ তাৰিখে উল্লেখিত স্থান/কেন্দ্ৰত জিলাখনৰ ১৮ বছৰৰ পৰা ৪৪ বছৰ বয়সৰ লোক সকলে গৈ উক্ত কেন্দ্ৰত কোভিড ১৯ ৰ টীকা(covishield) গ্ৰহণ কৰিব পাৰিব ।জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব আৰু কোভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।উল্লেখযোগ্য যে টীকা কেন্দ্ৰৰ online booking আজি বিয়লি ৪.০০ বজাত খুলি দিয়া হৈছে

13 Jun, 2021

অহা  ১৪/০৬/২১ তাৰিখে উল্লেখিত স্থান/কেন্দ্ৰত   জিলাখনৰ  ১৮ বছৰৰ  পৰা ৪৪ বছৰ বয়সৰ  লোক সকলে গৈ উক্ত কেন্দ্ৰত কোভিড ১৯ ৰ  টীকা(covishield) গ্ৰহণ কৰিব পাৰিব ।জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব  আৰু  কোভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।উল্লেখযোগ্য যে  টীকা কেন্দ্ৰৰ online booking  আজি বিয়লি ৪.০০ বজাত খুলি দিয়া হৈছে

13 Jun, 2021অহা ১৪/০৬/২১ তাৰিখে উল্লেখিত স্থান/কেন্দ্ৰত জিলাখনৰ চাহ বাগিচা এলেকাৰ ১৮ বছৰৰ পৰা ৪৪ বছৰ বয়সৰ লোক সকলৰ বাবে কোভিড ১৯ ৰ টীকা(covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ।উল্লেখযোগ্য যে এই টীকা প্ৰদানৰ ক্ষেত্ৰত কেন্দ্ৰ সমূহত উক্ত বয়সৰ লোক সকলৰ spot registration কৰা হব।জিলা প্ৰশাসনে এইক্ষেত্ৰ ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব আৰু কোভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

13 Jun, 2021

অহা ১৪/০৬/২১ তাৰিখে উল্লেখিত স্থান/কেন্দ্ৰত   জিলাখনৰ  চাহ বাগিচা এলেকাৰ ১৮ বছৰৰ  পৰা ৪৪ বছৰ বয়সৰ  লোক সকলৰ বাবে কোভিড ১৯ ৰ  টীকা(covishield) প্ৰদানৰ ব্যৱস্থা  কৰা হৈছে ।উল্লেখযোগ্য যে এই টীকা প্ৰদানৰ ক্ষেত্ৰত কেন্দ্ৰ সমূহত উক্ত বয়সৰ লোক সকলৰ spot registration কৰা হব।জিলা প্ৰশাসনে এইক্ষেত্ৰ ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব  আৰু  কোভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

13 Jun, 2021Vaccines for 45 plus citizens ( second dose covaxin and first dose covishield )are available in the CCP CVC. Online registration for first dose for 18-44 years will be opened after 4 pm today i.e 13-06-2021Other than the mentioned session sites offline session will also be given at Jatinga , Hatikali, Manderdisa HWC, Umrangso Kopili TE, NEEPCO, Harangajao for the local citizens

13 Jun, 2021

Vaccines for 45 plus citizens ( second dose covaxin and first dose covishield )are available  in the CCP CVC. 

Online registration for first dose for 18-44 years will be opened after 4 pm today i.e 13-06-2021

Other than the mentioned session sites offline session will also be given at Jatinga , Hatikali, Manderdisa HWC, Umrangso Kopili TE, NEEPCO, Harangajao for the local citizens

13 Jun, 2021Covaxin 2nd dose session plan for 18+ Years.

13 Jun, 2021
Covaxin 2nd dose session plan for 18+ Years.

13 Jun, 2021জিলা টিকাকৰণ বিষয়া জ্যোতি দেউৰীয়ে জনোৱা মতে যোৱা ৭ মে'ত ক'ভাক্সিনৰ প্ৰথমপালি প্ৰতিষেধক গ্ৰহণ কৰা ১৮ বছৰৰ পৰা ৪৪ বছৰ বয়সৰ লোকসকলক আজি দ্বিতীয় পালি প্ৰতিষেধক প্ৰদান কৰা হয় । ইয়াৰে আজি যিসকলে প্ৰতিষেধক লোৱা নাই তেওঁলোকক কাইলৈ প্ৰতিষেধক প্ৰদান কৰা হ'ব । গোলাঘাট জিলাই ক'ভাক্সিন প্ৰতিষেধকৰ ভায়েল পুনৰ লাভ কৰাৰ পাছতেই ৮ মে' আৰু তাৰ পাছত ক'ভাক্সিনৰ প্ৰথম পালি প্ৰতিষেধক লোৱাসকলক পৰৱৰ্তী সময়ত পৰ্যায়ক্ৰমে দ্বিতীয় পালি দিয়াৰ ব্যৱস্থা কৰা হ'ব । তাৰ বাবে অনলাইন বুকিং কৰিব নালাগে । যিটো কেন্দ্ৰত প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰিছিল সেই কেন্দ্ৰতে ক'ভাক্সিনৰ দ্বিতীয় পালি প্ৰতিষেধক লাভ কৰিব । ক'ভিছিল্ড প্ৰতিষেধকৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহয় ।

13 Jun, 2021

জিলা টিকাকৰণ বিষয়া জ্যোতি দেউৰীয়ে জনোৱা মতে যোৱা ৭ মে'ত ক'ভাক্সিনৰ প্ৰথমপালি প্ৰতিষেধক গ্ৰহণ কৰা ১৮ বছৰৰ পৰা ৪৪ বছৰ বয়সৰ লোকসকলক আজি দ্বিতীয় পালি প্ৰতিষেধক প্ৰদান কৰা হয় । ইয়াৰে আজি যিসকলে প্ৰতিষেধক লোৱা নাই তেওঁলোকক কাইলৈ প্ৰতিষেধক প্ৰদান কৰা হ'ব । গোলাঘাট জিলাই ক'ভাক্সিন প্ৰতিষেধকৰ ভায়েল পুনৰ লাভ কৰাৰ পাছতেই  ৮ মে' আৰু তাৰ পাছত ক'ভাক্সিনৰ প্ৰথম পালি প্ৰতিষেধক লোৱাসকলক পৰৱৰ্তী সময়ত পৰ্যায়ক্ৰমে দ্বিতীয় পালি দিয়াৰ ব্যৱস্থা কৰা হ'ব । তাৰ বাবে অনলাইন বুকিং কৰিব নালাগে । যিটো কেন্দ্ৰত প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰিছিল সেই কেন্দ্ৰতে ক'ভাক্সিনৰ দ্বিতীয় পালি প্ৰতিষেধক লাভ কৰিব । ক'ভিছিল্ড প্ৰতিষেধকৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহয় ।

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...