Wednesday, 9 June 2021

কৃতজ্ঞতা জ্ঞাপন মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।

09 Jun, 2021

কৃতজ্ঞতা জ্ঞাপন মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।

ক'ভিড-১৯ ৰ টীকাকৰণ অভিযানক জনআন্দোলনলৈ ৰূপান্তৰ কৰাৰ বাবে ৰাজ্য চৰকাৰে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আৰ্থিক বৰঙণি আগবঢ়োৱা ব্যক্তি তথা অনুষ্ঠানৰ প্ৰতি

09 Jun, 2021COVID-19🦠 update in Dima Hasao District date 08-06-2021

09 Jun, 2021

COVID-19🦠  update in 
Dima Hasao District date 08-06-2021

09 Jun, 2021Covid Update Assam Covid19 Assam and actions taken as on 08/06/2021.

09 Jun, 2021

Covid Update Assam 

Covid19 Assam and actions taken as on 08/06/2021.

Tuesday, 8 June 2021

08 Jun, 2021অহা ৯/০৬/২১ তাৰিখে ডিব্ৰুগড়ৰ বি আৰ আম্বেদকাৰ ভৱন আৰু আৰক্ষী নিৱেশ হস্পিতালত ৪৫ বছৰৰ উৰ্দ্ধৰ ব্যক্তি সকল যাৰ কোভিড ১৯ ৰ টীকা (covaxin) ৰ দ্বিতীয় পালি লবলগীয়া হৈ আছে তেখেত সকলে গৈ উক্ত কেন্দ্ৰত এই টীকা গ্ৰহণ কৰিব পাৰিব।লগতে উক্ত বয়সৰ ব্যক্তি যাৰ এই টীকা লোৱা ৪২ দিন অতিক্ৰম কৰিছে তেখেত লোকক এই ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হব। জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব আৰু কোভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

08 Jun, 2021

অহা ৯/০৬/২১ তাৰিখে ডিব্ৰুগড়ৰ  বি আৰ আম্বেদকাৰ ভৱন আৰু আৰক্ষী নিৱেশ হস্পিতালত ৪৫ বছৰৰ উৰ্দ্ধৰ ব্যক্তি সকল যাৰ কোভিড ১৯ ৰ টীকা (covaxin) ৰ দ্বিতীয় পালি লবলগীয়া হৈ আছে তেখেত সকলে গৈ উক্ত কেন্দ্ৰত এই টীকা গ্ৰহণ কৰিব পাৰিব।লগতে উক্ত বয়সৰ ব্যক্তি যাৰ এই টীকা লোৱা ৪২ দিন অতিক্ৰম কৰিছে তেখেত লোকক এই ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হব।  জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব  আৰু কোভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

08 Jun, 2021অহা ৯/০৬/২১ তাৰিখে জিলাখনৰ উল্লেখিত স্থান/কেন্দ্ৰ সমূহত ৪৫ বছৰৰ উৰ্দ্ধৰ ব্যক্তি সকলৰ লগতে উক্ত বয়সৰ ব্যক্তি যাৰ কোভিডৰ টীকা (covishield)ৰ প্ৰথম পালি লোৱা ৮৪ দিন হৈছে তেওঁলোকে উল্লেখিত কেন্দ্ৰত গৈ কোভিড ১৯ ৰ টীকা গ্ৰহণ কৰিব পাৰিব । জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব আৰু ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

08 Jun, 2021

অহা ৯/০৬/২১ তাৰিখে জিলাখনৰ উল্লেখিত স্থান/কেন্দ্ৰ সমূহত  ৪৫ বছৰৰ উৰ্দ্ধৰ ব্যক্তি  সকলৰ লগতে উক্ত বয়সৰ ব্যক্তি যাৰ কোভিডৰ টীকা (covishield)ৰ প্ৰথম পালি লোৱা ৮৪ দিন হৈছে তেওঁলোকে উল্লেখিত কেন্দ্ৰত গৈ কোভিড ১৯ ৰ  টীকা গ্ৰহণ কৰিব পাৰিব ।  জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব  আৰু ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

08 Jun, 2021Sites for Covishield for both doses( 1st & 2nd)District Administration, Jorhat

08 Jun, 2021

Sites for Covishield for both doses( 1st & 2nd)

District Administration, Jorhat

08 Jun, 20213 session sites for Covaxin on 09/6/2021Interested persons are requested to bring a Identify Proof and the certificate/ Text SMS received during 1 dose of Vaccination.District Administration, Jorhat

08 Jun, 2021

3 session sites for Covaxin on 09/6/2021

Interested persons are requested to bring a Identify Proof and the certificate/ Text SMS received during 1 dose of Vaccination.

District Administration, Jorhat

লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে।

      লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে।                                              মৃত্যু মৃত্যু জীৱনৰ এটা অবিচ্ছেদ্য সত্য। পৃথিৱী...