Monday, 7 June 2021

ডিব্ৰুগড় জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ উদ্যোগত বিশেষ কাৰ্যসূচীৰ অধীনত কোভিড ১৯ ৰ টীকা (covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ।

07 Jun, 2021

ডিব্ৰুগড় জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ উদ্যোগত বিশেষ কাৰ্যসূচীৰ অধীনত কোভিড ১৯ ৰ  টীকা (covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ।

অহা  ৮/০৬/২১ তাৰিখে উল্লেখিত স্থান/কেন্দ্ৰত   জিলাখনৰ  বিশেষ ভাবে সক্ষম ব্যক্তি সকলৰ বাবে , সেয়েহে আপোনালোকে গৈ উল্লেখিত কেন্দ্ৰ সমূহত এই টীকা গ্ৰহণ কৰিব পাৰিব। জিলা প্ৰশাসনে এইক্ষেত্ৰত  টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব  আৰু  কোভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ সকলোকে আহ্বান জনাইছে ।

07 Jun, 2021প্ৰতিষেধক গ্ৰহণ কৰিব পাৰিবইচ্ছুক ব্যক্তিয়ে উক্ত তিনি স্হানত ৷District Administration, Jorhat Directorate of Information and Public Relations, Assam

07 Jun, 2021

প্ৰতিষেধক গ্ৰহণ কৰিব পাৰিব
ইচ্ছুক ব্যক্তিয়ে উক্ত তিনি স্হানত ৷

District Administration, Jorhat 

Directorate of Information and Public Relations, Assam

গোলাঘাট জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ সৰুপথাৰৰ বিভিন্ন ঠাই পৰিদৰ্শন উপায়ুক্তৰ*

07 Jun, 2021

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং - ৮৮/২০২১

 *গোলাঘাট জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ সৰুপথাৰৰ বিভিন্ন ঠাই পৰিদৰ্শন উপায়ুক্তৰ* 
 *চেতিয়াগাঁৱৰ শেহতীয়া পৰিস্থিতিৰ বুজ ল'লে মানৱেন্দ্ৰ প্ৰতাপ সিঙে* 

গোলাঘাট, ৭জুন : গোলাঘাট জিলাৰ উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙে আজি জিলাখনৰ সৰুপথাৰৰ অসম-নাগালেণ্ড সীমান্তৰ বি চেক্টৰৰ চেতিয়াগাঁও শিবিৰ, জাহাজী গাঁও আৰু চেইনপুৰ অঞ্চল পৰিদৰ্শন কৰি সীমান্ত অঞ্চলৰ ভৌগলিক অৱস্থা আৰু বিভিন্ন দিশ পৰ্যবেক্ষণ কৰে । তেওঁ চি আৰ পি এফৰ ১৫৫ বেটেলিয়ন তথা বি চেক্টৰৰ চেক্টৰ কমাণ্ডাৰৰ ৰেংমাপানীত থকা মুখ্য কাৰ্যালয়ত সীমান্ত সম্পৰ্কীয় গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় । বৈঠকত স্পৰ্শকাতৰ এলেকাসমূহৰ লগতে সীমান্তৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰা হয় । বিশেষকৈ ২০১৪ চনত চেতিয়াগাঁৱত হোৱা আইন-শৃংখলাজনিত ঘটনাৰ পাছৰ বৰ্তমানৰ পৰিস্থিতি, সীমান্তৰ জাহাজী গাঁও আৰু চেইনপুৰৰ শেহতীয়া স্থিতি আদি সন্দৰ্ভত স্থানীয় আৰক্ষী আৰু চি আৰ পি এফৰ পৰা উপায়ুক্তগৰাকীয়ে বিতংভাৱে বুজ লয় । এই পৰিদর্শনকালত উপায়ুক্তগৰাকীৰ সৈতে চি আৰ পি এফৰ ১৫৫ বেটেলিয়নৰ কমাণ্ডেণ্ট, এ আৰু বি চেক্টৰৰ চেক্টৰ কমাণ্ডাৰ, বি চেক্টৰৰ সীমান্ত দণ্ডাধীশ, উৰীয়ামঘাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু ভালেকেইগৰাকী বিষয়া উপস্থিত আছিল । উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে যোৱা ৫ জুনত উপায়ুক্তগৰাকীয়ে জিলাখনৰ অসম-নাগালেণ্ড সীমান্তৰ মেৰাপানীৰ গড়বস্তি, কলাজান আদি অঞ্চল পৰিদর্শন কৰিছিল । 

জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

07 Jun, 2021ALERT8 কোভিড19 +নগাঁৱৰ কামপুৰৰ সাতলুঙ্গা গাঁৱত সক্ৰিয় ঘটনা ধৰা পৰিছেকণ্ট্ৰমেণ্ট জোন নিৰ্ধাৰণ কৰা হৈছেঅৰ্ডাৰটো 14 দিনৰ বাবে 07.06.2021 ডব্লিউ.ই.এফ. কাৰ্যকৰী হয়তথ্য আৰু জনসম্পৰ্ক সঞ্চালকালয়, অসমনগাঁও জিলা প্ৰশাসনৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান নগাঁও

07 Jun, 2021

ALERT

8 কোভিড19 +নগাঁৱৰ কামপুৰৰ সাতলুঙ্গা গাঁৱত সক্ৰিয় ঘটনা ধৰা পৰিছে

কণ্ট্ৰমেণ্ট জোন নিৰ্ধাৰণ কৰা হৈছে
অৰ্ডাৰটো 14 দিনৰ বাবে

 07.06.2021 ডব্লিউ.ই.এফ. কাৰ্যকৰী হয়

তথ্য আৰু জনসম্পৰ্ক সঞ্চালকালয়, অসম

নগাঁও জিলা প্ৰশাসন

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান নগাঁও

07 Jun, 2021

কৃতজ্ঞতা জ্ঞাপন মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।

07 Jun, 2021

কৃতজ্ঞতা জ্ঞাপন মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।

ক'ভিড-১৯ ৰ টীকাকৰণ অভিযানক জনআন্দোলনলৈ ৰূপান্তৰ কৰাৰ বাবে ৰাজ্য চৰকাৰে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আৰ্থিক বৰঙণি আগবঢ়োৱা ব্যক্তি তথা অনুষ্ঠানৰ প্ৰতি

07 Jun, 2021COVID-19 🦠 update in Dima Hasao Dist dtd 6-06-2021

07 Jun, 2021

COVID-19 🦠 update in 
Dima Hasao Dist dtd 6-06-2021

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।