06 Jun, 2021
Sunday, 6 June 2021
এতিয়াৰ পৰা মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত চেক বা বেংক ড্ৰাফ্ট জমা কৰাৰ ব্যৱস্থাটো অধিক সম্প্রসাৰিত কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে।
06 Jun, 2021
গোহাৰি :
আন্তঃজিলা যাতায়াত সম্প্ৰতি ব্যাহত হৈ থকাৰ পৰিপ্ৰেক্ষিতত আৰু সামাজিক দূৰত্ব-বিধিৰ প্ৰতি লক্ষ্য ৰাখি এতিয়াৰ পৰা মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত চেক বা বেংক ড্ৰাফ্ট জমা কৰাৰ ব্যৱস্থাটো অধিক সম্প্রসাৰিত কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে। সেই অনুসৰি এতিয়াৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ দান কৰা ধনৰাশিৰ চেক বা বেংক ড্ৰাফ্ট সদাসয় দাতাসকলে জিলা উপায়ুক্ত অথবা চক্ৰ বিষয়াক জমা দিব পাৰিব।
কৃতজ্ঞতা জ্ঞাপন মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।
06 Jun, 2021
কৃতজ্ঞতা জ্ঞাপন মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।
Subscribe to:
Comments (Atom)
পৃথিৱীৰ মানৱ জাতিলৈ আহ্বান
📰 বিশেষ নিউজ বাৰ্তা 🌏 পৃথিৱীৰ মানৱ জাতিলৈ সাৱধান আহ্বান গোলাঘাট, অসম, ভাৰত, ২৫ মাৰ্চ: সমগ্ৰ মানৱ জাতিলৈ এক গভীৰ সজাগ বাৰ্তা আগবঢ়োৱা হৈছে।...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...