Sunday, 30 May 2021
30 May, 2021COVID Vaccination Centres on 31st May 2021 in Sonitpur,Assam. Tomorrow no vaccination sites of 18+.National Health Mission,Assam Deputy Commissioner, Sonitpur Janasanyog, Sonitpur
30 May, 2021ক'উইন আৰু আৰোগ্য সেতু এপত অনলাইনযোগে নাম পঞ্জীয়ন কৰা ১৮ বছৰ বয়সৰ পৰা ৪৪ বছৰ বয়সৰ লোকসকলক 31 May2021 কাইলৈ গোলাঘাট জিলাত ক'ভিড 19ৰ প্ৰতিষেধক প্ৰদান কৰা হ'ব ।NORTHEAST NEWS INDIA
সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মী গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা বিশ্বজিৎ গগৈৰ এক প্ৰশংসনীয় পদক্ষেপ।
তেওঁ বিগত সাত দিন ধৰি কভিডত আক্ৰান্ত হৈ গৃহবণ্দীত্বত থকা লোকসকলক সম্পূৰ্ণ ব্যক্তিগত ভাৱে পুষ্টিকৰ খাদ্য যোগান ধৰি আহিছে।লগতে তেওঁ পদপথত বাস কৰা লোকসকলকো এই ক’ভীড-১৯ মহামাৰীৰ সময়চোৱাত দুপৰীয়াৰ আহাৰ যোগান ধৰি আহিছে।উল্লেখযোগ্য যে তেওঁক এইক্ষেত্ৰত আছুৰ কেইবাজনো সদস্যই সহযোগীতা আগবঢ়াইছে। তেওঁৰ এই পদক্ষেপক গোলাঘাটৰ বিভিন্ন লোকে প্ৰশংসা কৰিছে আৰু সামাজিক মাধ্যমতো যথেষ্ট
কভীড ভাইৰাছৰ বাবেই ৰাজ্যখনৰ লগতে গোলাঘাটৰো গাডীৰ মালিক -চালক সকল বিপয্যৰ সন্মুখিন হৈছে ৷
30 May, 2021
কভীড ভাইৰাছৰ বাবেই ৰাজ্যখনৰ লগতে গোলাঘাটৰো গাডীৰ মালিক -চালক সকল বিপয্যৰ সন্মুখিন হৈছে ৷
গোলাঘাটৰ ঊষা গৰঙাত তিনিআলিৰ বহু কেইজন ব্যক্তিয়ে গাড়ী ঋণত লৈ ভাড়া মাৰি নিজৰ পৰিয়াল পোহপাল দিয়াৰ লগতে আন পৰিয়ালকো সংস্থাপন দি আহিছে তেনে সময়তে ক'ভিড ১৯ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে যি সন্ধ্যা আইন প্ৰনয় কৰি আহিছে তাৰ ফলত গাড়ী সমূহে ভাড়া নোপোৱা ফলত ঋণ পৰিশোধ কৰিবলৈ অসুবিধা সন্মুখীন হৈ । কাৰণ বৰ্তমান ফাইন্সেচ কোম্পানীয়ে ঋণ পৰিশোধ কৰিবলৈ ফোন কৰি আছে । কিন্তু বৰ্তমান উপাৰ্জনৰ পথ নথকা বাবে এই ঋণ পৰিশোধ কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। সেয়েহে বৰ্তমান সময়ত ইয়াৰ পৰা চৰকাৰে এই কেইমাহ ৰেহাই দিবলৈ এই চালক সকলে ৰেহাই কৰি দিবলৈ চৰকাৰক অনুৰোধ জনাইছে। ::
ভিডিঅ জাৰ্নেলিষ্ট বিশ্বজিত নাথৰ সৈতে প্ৰকাশ শৰ্মা গোলাঘাট নৰ্থইষ্ট নিউজ ইণ্ডিয়া।
30 May, 2021ক'ভিড ১৯ প্ৰতিষেধকপ্ৰশাসনে উক্ত স্হানসমূহত টিকাকৰণৰ ব্যৱস্হা কৰিছে৷ ইচ্ছুক ব্যক্তিয়ে এই সুবিধা গ্ৰহণ কৰিব পাৰিব৷ District Administration, Jorhat
পৃথিৱীৰ ধংশ সমাগত
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...
-
03 December, 2020 GOLAGHAT SUKAFA DIVAS চ্যুকাফা দিবস l চ্যুকাফা দিবস উপলক্ষে বুধবাৰে গোলাঘাট নগৰৰ মাজমজিয়া স্থিত চ্যুকাফা ক্ষেত্ৰত চ্যু...
-
30 November, 2020 সময়ৰ নিৰ্মম সত্য উপলব্ধি কৰো আহক... # উচ্চ শিক্ষিত আৰু কম শিক্ষিতৰ কোনো পাৰ্থক্য নাথাকে চল্লিশ বছৰ বয়সত । উচ্চ শিক্ষিত জন...
-
08 December, 2020 কৃষক আন্দোলনৰ নামত আজি ঘোষণা কৰা হ’ল ভাৰত বন্ধ ৷ কিন্ত আজিৰ বন্ধদিনা দুখিয়া ভোকাতুৰৰ ওচৰত উপস্থিত হ"ল এজন সমাজকৰ্মী ...