Saturday, 29 May 2021
Golaghat Drugs Paddler Arrested
29 May, 2021
Slug: Golaghat Drugs Paddler Arrested
Oc:Vo:নিশা গোলাঘাটত ড্ৰাগ্সৰ বিৰুদ্ধে কঠোৰ অভিযান গোলাঘাট আৰক্ষীৰ l অভিযানত ২. ৫ গ্ৰাম ড্ৰাগ্স সহ এখন স্কুতী কৰায়ত্ত কৰিবলৈ সক্ষম গোলাঘাট আৰক্ষীৰ।শুক্ৰবাৰে নিশা গোলাঘাট সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক বৰা নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে গোলাঘাট নগৰ স্থিত কুমাৰপট্টীৰ পৰা অভিষেক দাস নামৰ এটা ড্ৰাগছ ব্যৱসায়িকো ড্ৰাগ্স সহ গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে l উল্লেখযোগ্য যে দিনক দিনে ড্ৰাগছে চানি ধৰিছে গোলাঘাট জিলাত l ড্ৰাগছৰ কবলত পৰি নিজৰ জীবন নিজেই ধংস কৰিছে নব প্ৰজন্মই l পিচ পৰি ৰোৱা নাই গোলাঘাট আৰক্ষীয়ো। ইটোৰ পিছত সিতো ড্ৰাগছ ব্যৱসায়িক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে যদিও একাংশ লোকে আৰক্ষীৰ চকুট ধুলি দি চলাই নিছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় l
Byte: আৰক্ষী
Byte অভিষেক দাস
প্ৰকাশ শৰ্মা গোলাঘাট
নৰ্থইষ্ট নিউজ ইণ্ডিয়া।
29 May, 2021ক'উইন আৰু আৰোগ্য সেতু এপত অনলাইনযোগে নাম পঞ্জীয়ন কৰা ১৮ বছৰ বয়সৰ পৰা ৪৪ বছৰ বয়সৰ লোকসকলক 30May2021 কাইলৈ গোলাঘাট জিলাত ক'ভিড 19ৰ প্ৰতিষেধক প্ৰদান কৰা হ'ব ।NORTHEAST NEWS INDIA
29 May, 2021#ALERT📢16 COVID19 +ve active cases detected in Sagunbahi Grant, Kampur, Nagaon📢CONTAINMENT ZONE demarcated📢The order comes into force w.e.f. 29.05.2021 for 14 daysDirectorate of Information and Public Relations, AssamNagaon District
লখিমপুৰ জিলা বিভিন্ন ৰাজহুৱা স্থানত জিলা উপায়ুক্তৰ নিদ্দেশ মতে কভিড ১৯ পৰীক্ষা কৰা হয়।
29 May, 2021
*লখিমপুৰ কভিড টেষ্ট* Date :- 29/5/21
## লখিমপুৰ জিলা বিভিন্ন ৰাজহুৱা স্থানত জিলা উপায়ুক্তৰ নিদ্দেশ মতে কভিড ১৯ পৰীক্ষা কৰা হয়।
## যান বাহন আৰক্ষী আৰু চিকিৎসালয়ৰ সহযোগত জিলা পৰিবহণ বিভাগৰ কাৰ্য্যালয়ৰ দ্বাৰা বজাৰ, বাছ আস্থান আৰু ৰেলোৱাৰী ষ্টেচন আদি ৰাজহুৱা স্থানত কভিড ১৯ পৰীক্ষা কৰে।
## দিনটোত প্ৰায় ৫০০ লোকৰ পৰীক্ষা কৰাৰ লক্ষ্য বিভাগীয় লোকৰ।
## বত্তৰ্মানলৈকে ৬০ জন লোকৰ পৰীক্ষা কৰা হয়।
## ইয়াৰে ভিতৰত চাৰি জন লোকৰ দেহত ধৰা পৰিছে কভিড ১৯
Byte :-
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
ৰঙালী বিহুৰ শুভেচ্ছা
মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...