29 May, 2021
ক'উইন আৰু আৰোগ্য সেতু এপত অনলাইনযোগে নাম পঞ্জীয়ন কৰা ১৮ বছৰ বয়সৰ পৰা ৪৪ বছৰ বয়সৰ লোকসকলক 30May2021 কাইলৈ গোলাঘাট জিলাত ক'ভিড 19ৰ প্ৰতিষেধক প্ৰদান কৰা হ'ব ।
29 May, 2021
*লখিমপুৰ কভিড টেষ্ট* Date :- 29/5/21
## লখিমপুৰ জিলা বিভিন্ন ৰাজহুৱা স্থানত জিলা উপায়ুক্তৰ নিদ্দেশ মতে কভিড ১৯ পৰীক্ষা কৰা হয়।
## যান বাহন আৰক্ষী আৰু চিকিৎসালয়ৰ সহযোগত জিলা পৰিবহণ বিভাগৰ কাৰ্য্যালয়ৰ দ্বাৰা বজাৰ, বাছ আস্থান আৰু ৰেলোৱাৰী ষ্টেচন আদি ৰাজহুৱা স্থানত কভিড ১৯ পৰীক্ষা কৰে।
## দিনটোত প্ৰায় ৫০০ লোকৰ পৰীক্ষা কৰাৰ লক্ষ্য বিভাগীয় লোকৰ।
## বত্তৰ্মানলৈকে ৬০ জন লোকৰ পৰীক্ষা কৰা হয়।
## ইয়াৰে ভিতৰত চাৰি জন লোকৰ দেহত ধৰা পৰিছে কভিড ১৯
Byte :-
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে। মৃত্যু মৃত্যু জীৱনৰ এটা অবিচ্ছেদ্য সত্য। পৃথিৱী...