Thursday, 20 May 2021
Wednesday, 19 May 2021
গোলাঘাট জিলাত কভিড-১৯ প্ৰতিষেধক দিয়া হয় :: ১.১২.৯১১ গৰাকীক গোলাঘাট জিলাত কভিড-১৯ প্ৰতিষেধক দিয়া হয় :: ১.১২.৯১১ গৰাকীক গোলাঘাট জিলাত কভিড-১৯
19 May, 2021
গোলাঘাট জিলাত কভিড-১৯ প্ৰতিষেধক দিয়া হয়
:: ১.১২.৯১১ গৰাকীক মৃত্যু ২৪ ঘন্টাত 2 জনৰ মৃত্যু
গোলাঘাট :১৯ মে'
সমগ্ৰ ভাৰত বৰ্ষতে ত্ৰাসৰ সৃষ্টিকাৰি ক’ভীড-১৯ ভাইৰাছৰ প্ৰতিৰোধৰ বাবে এই পয্যন্ত ১;১২;৯১১ গৰাকীক চৰকাৰিভাবে প্ৰতিষেধক প্ৰদান কৰা হয় ৷ ইয়াৰে ৮৬৩৯৮ গৰাকীক প্ৰথমপালি আৰু ২৬৫১৩ গৰাকীক দ্বিতীয় পালি প্ৰতিষেধক দিয়া হয় ৷ ১৮ ৰ পৰা৪৪ বছৰলৈকে ৯৩৯৩গৰাকী আৰু ৪৫ বছৰ বয়সৰ উদ্ধৰ ১০;২৫১৮ গৰাকীক প্ৰতিষেধক দিয়া হৈছে ৷ আনহাতে শেহতিয়াকৈ অনলাইন বুকিং কৰিবলৈ বোন্দাপৰ দিও সৰহসংখ্যকেই সফল নোহোৱাৰ অভিযোগ উঠিছে ৷ ৱেৱচাইট খুলিলেই ছেকেণ্ডৰ ভিতৰতে বুকিং সমাপ্ত হোৱাত যুৱক যুৱতী সকল বিমুখ হৈছে বুলি জানিবপৰা গৈছে ৷
গোলাঘাট জিলাত কভিড পৰিস্থিতিয়ে ক্ৰমাৎ উপসম হব ধৰিছে । জিলাখনত এতিয়া দৈনিক কভিড আক্ৰান্তৰ সংখ্যা কিছূ কম হোৱাৰ লগে লগে মৃত্যুৰ সংখ্যাও কমিব ধৰিছে । অন্যহাতে,আজিৰ তাৰিখত গোলাঘাট জিলাত নতুনকৈ ১৩৮ জনকৈ লোকৰ শৰীৰত কভিডৰ অবস্থিতি ধৰা পৰাৰ পাছত জিলাখনত মুঠ আক্ৰান্ত লোকৰ সংখ্যা হ'লগৈ ৩২২০জন । ইয়াৰ ভিতৰত অবশ্যে আজিৰ দিনটোত জিলাখনত মুঠ ৯১৪ জন লোকৰ দেহতহে কোভিডৰ অবস্থিতি সক্ৰিয় হৈ আছে । আজি জিলাখনৰ বিভিন্ন স্থানত ২৮৯৯ জন লোকৰ ৰেপিড এন্টিজেন টেষ্ট আৰু ১৪৮জনৰ আৰ টি পি চি আৰ পৰীক্ষা কৰা হয় । ১৩৮ জন লোকৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰে । ::
প্ৰকাশ শৰ্মা নৰ্থইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট
19 May, 2021 BREAKING NEWSক'উইন আৰু আৰোগ্য সেতু এপত অনলাইনযোগে নাম পঞ্জীয়ন কৰা ১৮ বছৰ বয়সৰ পৰা ৪৫ বছৰ বয়সৰ লোকসকলক কাইলৈ গোলাঘাট জিলাত ক'ভিড 19ৰ প্ৰতিষেধক প্ৰদান কৰা হ'ব । NORTHEAST NEWS INDIA
কোনো কাম পেলাই নৰখাৰ মানসিকতা সফলতাৰ চাবিকাঠি : উপায়ুক্ত বিভাষ চন্দ্ৰ মোদী
মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি অনুষ্ঠিত হোৱা কেবিনেট বৈঠকে নিম্নোল্লিখিত সিদ্ধান্তসমূহ গ্ৰহণ কৰে।
লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে।
লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে। মৃত্যু মৃত্যু জীৱনৰ এটা অবিচ্ছেদ্য সত্য। পৃথিৱী...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...