Wednesday, 19 May 2021

গোলাঘাট জিলাত কভিড-১৯ প্ৰতিষেধক দিয়া হয় :: ১.১২.৯১১ গৰাকীক গোলাঘাট জিলাত কভিড-১৯ প্ৰতিষেধক দিয়া হয় :: ১.১২.৯১১ গৰাকীক গোলাঘাট জিলাত কভিড-১৯

 19 May, 2021

গোলাঘাট জিলাত কভিড-১৯ প্ৰতিষেধক দিয়া হয়


:: ১.১২.৯১১ গৰাকীক                                                                                                                                     মৃত্যু ২৪ ঘন্টাত 2 জনৰ  মৃত্যু




  গোলাঘাট :১৯ মে'



সমগ্ৰ ভাৰত বৰ্ষতে ত্ৰাসৰ সৃষ্টিকাৰি ক’ভীড-১৯ ভাইৰাছৰ  প্ৰতিৰোধৰ বাবে এই পয্যন্ত ১;১২;৯১১ গৰাকীক চৰকাৰিভাবে প্ৰতিষেধক প্ৰদান কৰা হয় ৷ ইয়াৰে ৮৬৩৯৮ গৰাকীক প্ৰথমপালি আৰু ২৬৫১৩ গৰাকীক দ্বিতীয় পালি প্ৰতিষেধক দিয়া হয় ৷ ১৮ ৰ পৰা৪৪ বছৰলৈকে ৯৩৯৩গৰাকী আৰু ৪৫ বছৰ বয়সৰ উদ্ধৰ ১০;২৫১৮ গৰাকীক প্ৰতিষেধক দিয়া হৈছে ৷ আনহাতে শেহতিয়াকৈ অনলাইন বুকিং কৰিবলৈ বোন্দাপৰ দিও সৰহসংখ্যকেই সফল নোহোৱাৰ অভিযোগ উঠিছে ৷ ৱেৱচাইট খুলিলেই ছেকেণ্ডৰ ভিতৰতে বুকিং সমাপ্ত হোৱাত যুৱক যুৱতী সকল বিমুখ  হৈছে বুলি জানিবপৰা গৈছে  ৷

গোলাঘাট জিলাত কভিড পৰিস্থিতিয়ে ক্ৰমাৎ উপসম হব ধৰিছে । জিলাখনত এতিয়া দৈনিক কভিড আক্ৰান্তৰ সংখ্যা  কিছূ কম হোৱাৰ লগে লগে মৃত্যুৰ সংখ্যাও কমিব ধৰিছে  ।   অন্যহাতে,আজিৰ তাৰিখত গোলাঘাট জিলাত নতুনকৈ  ১৩৮ জনকৈ লোকৰ শৰীৰত কভিডৰ অবস্থিতি ধৰা পৰাৰ পাছত জিলাখনত মুঠ আক্ৰান্ত লোকৰ সংখ্যা হ'লগৈ ৩২২০জন । ইয়াৰ ভিতৰত অবশ্যে আজিৰ দিনটোত জিলাখনত মুঠ ৯১৪ জন লোকৰ দেহতহে কোভিডৰ অবস্থিতি সক্ৰিয় হৈ আছে  ।  আজি জিলাখনৰ বিভিন্ন স্থানত ২৮৯৯ জন লোকৰ ৰেপিড এন্টিজেন টেষ্ট আৰু ১৪৮জনৰ আৰ টি পি চি আৰ পৰীক্ষা কৰা হয় ।  ১৩৮ জন  লোকৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰে । ::


 প্ৰকাশ শৰ্মা নৰ্থইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট

No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...