15 May, 2021
Saturday, 15 May 2021
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ নতুন নিৰ্দেশনা ।
15 May, 2021
BREAKING NEWS
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ নতুন নিৰ্দেশনা ।
এতিয়াৰে পৰা ক'ভিশ্বিল্ড প্ৰতিষেধকৰ প্ৰথম পালি লোৱাৰ ১২ৰ পৰা ১৬ সপ্তাহৰ ভিতৰতহে ল'ব পাৰিব দ্বিতীয় পালি । পূৰ্বে ৬ৰ পৰা ৮সপ্তাহৰ ভিতৰত দ্বিতীয়টো পালি ল'ব পৰা গৈছিল ।
টিকাকৰণ আপডেট কৰক
টিকাকৰণ ড্ৰাইভ আটাইতকৈ ডাঙৰ
NORTHEAST NEWS INDIA
Friday, 14 May 2021
14May, 2021 BREAKING NEWSক'উইন আৰু আৰোগ্য সেতু এপত অনলাইনযোগে নাম পঞ্জীয়ন কৰা ১৮ বছৰ বয়সৰ পৰা ৪৫ বছৰ বয়সৰ লোকসকলক কাইলৈ গোলাঘাট জিলাত ক'ভিড 19ৰ প্ৰতিষেধক প্ৰদান কৰা হ'ব ।NORTHEAST NEWS INDIA
14May, 2021
BREAKING NEWS
ক'উইন আৰু আৰোগ্য সেতু এপত অনলাইনযোগে নাম পঞ্জীয়ন কৰা ১৮ বছৰ বয়সৰ পৰা ৪৫ বছৰ বয়সৰ লোকসকলক কাইলৈ গোলাঘাট জিলাত ক'ভিড 19ৰ প্ৰতিষেধক প্ৰদান কৰা হ'ব ।
একোটা ভুৱা বাতৰিয়ে ৰাইজক বিভ্ৰান্ত কৰিব পাৰে ।
14 May, 2021
মেৰাপানী নিউজ নেটৱৰ্ক নামৰ ৱেব পৰ্টেল এটাই কাছমাৰী আদৰ্শ চিকিৎসালয়ক কণটেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা বুলি প্ৰচাৰ কৰা বাতৰি সম্পূৰ্ণৰূপে মিছা । সংকটৰ সময়ত এনে ভুৱা বাতৰি প্ৰকাশ কৰাৰ পৰা বিৰত থাকক । জিলা প্ৰশাসন আৰু গোলাঘাট স্বাস্থ্য বিভাগে দিনে নিশাই ক'ভিড পৰিস্থিতিৰ জোৰা মৰাৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছে । এনে পৰিস্থিতিত একোটা ভুৱা বাতৰিয়ে ৰাইজক বিভ্ৰান্ত কৰিব পাৰে । এনে ভুৱা বাতৰি প্ৰচাৰ কৰা লোকৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জিলা উপায়ুক্তই সকীয়াই দিছে ।এনে কাৰ্য কৰা লোকৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি উপায়ুক্ত ডাঙৰীয়াই স্পষ্ট কৰি দিছে ।
জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট
NORTHEAST NEWS INDIA
14 May, 2021মাননীয় প্ৰধানমন্ত্ৰী দ্বাৰা PMKisanSammanNidhi আঁচনিৰ অধীনত আজি লাভান্বিত হোৱা কৃষকৰ সংখ্যা আৰু পুঁজিৰ বিৱৰণ ৰাজ্য অনুসৰি। PMKisanNORTHEAST NEWS INDIA
14 May, 2021
মাননীয় প্ৰধানমন্ত্ৰী দ্বাৰা PMKisanSammanNidhi আঁচনিৰ অধীনত আজি লাভান্বিত হোৱা কৃষকৰ সংখ্যা আৰু পুঁজিৰ বিৱৰণ ৰাজ্য অনুসৰি।
PMKisan
আয়ুষ সঞ্জীৱনী এপৰ দ্বাৰা আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ পুৰণি আয়ুৰ্বেদ জ্ঞানৰ বিষয়ে সকলো শিকক!
উপযুক্ত আচৰণৰ COVID19 অনুসৰণ কৰাৰ উপৰিও, চিকিৎসা বিশেষজ্ঞসকলে পুনৰ এজনৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
আয়ুষ সঞ্জীৱনী এপৰ দ্বাৰা আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ পুৰণি আয়ুৰ্বেদ জ্ঞানৰ বিষয়ে সকলো শিকক!
এতিয়া ডাউনলোড কৰক:
https://t.co/US6k7JKQ2z https://t.co/jkkAuY9BnY
Subscribe to:
Posts (Atom)
धरती को पाप मय कर दिया
दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...

-
30 January, 2021 *লখিমপুৰ ফুটবল ৰেফাৰী চেমিনাৰ* Date :- 30/1/21 ## সদৌ অসম ফুটবল ৰেফাৰী কৈল্যাণ সন্থাৰ তত্ত্বৱধানত হাতীলোং ফুটবল ক্'চিং...
-
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...