Friday, 14 May 2021

একোটা ভুৱা বাতৰিয়ে ৰাইজক বিভ্ৰান্ত কৰিব পাৰে ।

14 May, 2021

মেৰাপানী নিউজ নেটৱৰ্ক নামৰ ৱেব পৰ্টেল এটাই কাছমাৰী আদৰ্শ চিকিৎসালয়ক কণটেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা বুলি প্ৰচাৰ কৰা বাতৰি সম্পূৰ্ণৰূপে মিছা । সংকটৰ সময়ত এনে ভুৱা বাতৰি প্ৰকাশ কৰাৰ পৰা বিৰত থাকক । জিলা প্ৰশাসন আৰু গোলাঘাট স্বাস্থ্য বিভাগে দিনে নিশাই ক'ভিড পৰিস্থিতিৰ জোৰা মৰাৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছে । এনে পৰিস্থিতিত একোটা ভুৱা বাতৰিয়ে ৰাইজক বিভ্ৰান্ত কৰিব পাৰে । এনে ভুৱা বাতৰি প্ৰচাৰ কৰা লোকৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জিলা উপায়ুক্তই সকীয়াই দিছে ।এনে কাৰ্য কৰা লোকৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি উপায়ুক্ত ডাঙৰীয়াই স্পষ্ট কৰি দিছে ।
জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

সাধাৰণ জনগণে জনপ্ৰতিনিধি কেনেকৈ বাচনি কৰিব

সাধাৰণ জনগণে জনপ্ৰতিনিধি কেনেকৈ বাচনি কৰিব গণতান্ত্ৰিক সমাজত জনপ্ৰতিনিধি বাচনি কৰাৰ অধিকাৰ জনগণৰ হাততেই থাকে। এই অধিকাৰ সঠিকভাৱে ব্যৱহাৰ কৰ...