Saturday, 15 May 2021

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ নতুন নিৰ্দেশনা ।

15 May, 2021

BREAKING NEWS

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ নতুন নিৰ্দেশনা ।
এতিয়াৰে পৰা ক'ভিশ্বিল্ড প্ৰতিষেধকৰ প্ৰথম পালি লোৱাৰ ১২ৰ পৰা ১৬ সপ্তাহৰ ভিতৰতহে ল'ব পাৰিব দ্বিতীয় পালি । পূৰ্বে ৬ৰ পৰা ৮সপ্তাহৰ ভিতৰত দ্বিতীয়টো পালি ল'ব পৰা গৈছিল । 

টিকাকৰণ আপডেট কৰক 
টিকাকৰণ ড্ৰাইভ আটাইতকৈ ডাঙৰ

NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...