Wednesday, 12 May 2021
গোলাঘাটৰ বৰফলং চাহ বাগিচা আৰু সৰুপথাৰৰ ধৰ্মপুৰ গাঁৱক কণটেইনমেণ্ট জ'ন হিচাপে ঘোষণা
কাইলৈ গোলাঘাট জিলাত ক'ভিড 19ৰ প্ৰতিষেধক প্ৰদান কৰা হ'ব ।
বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞি দেহাৱসান।
12 May, 2021
*BRAKING LAKHIMPUR* Date :- 12/5/21
## বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞি দেহাৱসান।
## ৮৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে সাহিত্যিক গৰাকীয়ে।
## পুৱা ৬ বাজি ৫৮ মিনিটত GNRC ত ইহলীলা সম্বৰণ কৰে সাহিত্যিক গৰাকীয়ে।
## কিছুদিনৰ পূর্বে ক'ভিডত আক্ৰান্ত হৈ সুস্থ হৈ উঠিছিল ।
## কিন্তু যোৱা নিশা বিচনা পৰা ঢলি পৰিছিল সাহিত্যিক গৰাকী।
## লগে লগে চিকিৎসায়ত ভৰ্তি কৰা হয়।
## পুৱা ৬:৫৮ মিনিটত চিকিৎসায়তে মৃত্যু হয়।
## হোমেন বৰগোহাঞি একেধাৰে সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ আছিল।
## ১৯৩২ চনত লখিমপুৰ জিলা ঢকুৱাখনাত জন্ম গ্ৰহণ কৰিছিল হোমেন বৰগোহাঞিয়ে।
## ১৯৭৮ চনত পিতা-পুত্ৰ গ্ৰন্থ খনৰ বাবেই অসমীয়া ভাষাত সাহিত্যি একাডেমি বটাঁ লাভ কৰিছিল।
## তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰি লখিমপুৰৰ মঙ্গলবোধ জাগৰণ কেন্দ্ৰৰ সমোহ সদস্যই এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰি শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।
Byte :-
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
সমগ্র ৰাজ্যৰ লগতে গোলাঘাট জিলাতো ক'ভিডৰ ভঙকৰ ৰূপ।
12 May, 2021
সমগ্র ৰাজ্যৰ লগতে গোলাঘাট জিলাতো ক'ভিডৰ ভঙকৰ ৰূপ।
গোলাঘাট জিলাৰ Hautley ত কৰুণাৰ ভয়াৱহ ৰূপ। দিনক দিনে বাঢ়িবলৈ লৈছে কৰুণা পজিটিভ লোকৰ সংখ্যা। বৰ্তমান গোলাঘাট জিলা প্ৰশাসনে Hautley ৰ এটা অঞ্চল যোৱাকালি Containment Zone ৰ ফলক ওলোমাই চিল কৰি দিলে পজিটিভ পোৱা এৰিয়াতো ।
গোলাঘাটৰ পৰা Sanjib Kumar Prajapati Report NORTHEAST NEWS INDIA
BREAKING NEWS 13 May, 2021 তাৰিখৰ ৰাতিপুৱা ৫ বজাৰ পৰা পৰবৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বলবৎ হোৱাকৈ অসম ৰাজ্যিক দুৰ্যোগ ব্যবস্থাপনা প্ৰাধিকৰণে ক'ভিড পৰিস্থিতিৰ সন্দৰ্ভত এই অতিৰিক্ত বাধা-নিষেধসমূহ জাৰি কৰিছে -
12 May, 2021
BREAKING NEWS
13 May, 2021 তাৰিখৰ ৰাতিপুৱা ৫ বজাৰ পৰা পৰবৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বলবৎ হোৱাকৈ অসম ৰাজ্যিক দুৰ্যোগ ব্যবস্থাপনা প্ৰাধিকৰণে ক'ভিড পৰিস্থিতিৰ সন্দৰ্ভত এই অতিৰিক্ত বাধা-নিষেধসমূহ জাৰি কৰিছে -
সকলো দোকান আৰু বাণিজ্যিক প্ৰতিষ্ঠান প্ৰতিদিনে দিনৰ ১ বজাত বন্ধ কৰিব লাগিব।
সাপ্তাহিক হাট-বজাৰ সমূহ ১৫ দিনৰ বাবে খোলাৰ অনুমতি নাথাকিব।
দৈনিক ২ বজাৰ পৰা ৰাতিপুৱা ৫ বজালৈ ৰাজহুৱা স্থানত অন্য ব্যক্তিৰ চলাচল সম্পৰ্ণভাৱে নিষিদ্ধ থাকিব।
সাধাৰণ জনগণে জনপ্ৰতিনিধি কেনেকৈ বাচনি কৰিব
সাধাৰণ জনগণে জনপ্ৰতিনিধি কেনেকৈ বাচনি কৰিব গণতান্ত্ৰিক সমাজত জনপ্ৰতিনিধি বাচনি কৰাৰ অধিকাৰ জনগণৰ হাততেই থাকে। এই অধিকাৰ সঠিকভাৱে ব্যৱহাৰ কৰ...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...