Tuesday, 11 May 2021
৬০০ বছৰীয়া অধ্যায়
গোলাঘাটত ক’ভীড-১৯ৰ পজিটিভে ২০০০ অতিক্ৰম কৰিলে ৷ মৃত্যু ১৫ : কণ্টেনমেণ্ট এলেকা-৩ ৷
11 May, 2021
: গোলাঘাটত ক’ভীড-১৯ৰ পজিটিভে ২০০০ অতিক্ৰম কৰিলে ৷ মৃত্যু ১৫ : কণ্টেনমেণ্ট এলেকা-৩ ৷
গোলাঘাট ১১মে’
গোলাঘাটৰ ক’ভীড-১৯ ৰ ব্যাপক সংক্ৰমিত হৈয়েই আছে ৷ পজিটিভ সংখ্যা আজি দুহেজাৰৰ ঘৰ অতিক্ৰম কৰিলে ৷ দ্বীতীয়টো ঢ়ৌত আজি পয্যন্ত ৫৮৬০৬ গৰাকীক ৰেপিড টেষ্ট কৰাত ২০৫৬ গৰাকীৰ দেহত এই ভাইৰাছৰ অৱস্থিতি ধৰাপৰে ৷ আক্ৰান্তহৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৰ্তমানলৈকে ১৫ ৷ মুঠ এক্টিভ ১০৭৯ গৰাকী ৷ তিনিটা এলেকা কণ্টেনমেণ্ট জ’ন ঘোষণা কৰা হৈছে ৷আজি সৰুপথাৰৰ ২ নং গন্ধকৰৈৰ ৰিষেশ্বৰ কোঁৱৰ (৫৭) নামৰ লোকজনে গোলাঘাটৰ ছহিদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত শেষ নিশ্বাস এৰাৰ লগতে সৰুপথাৰৰ নলনীৰ মিঠু দে’ (৪৪) ৰ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয় ৷ আজি ১৮৫২ গৰাকীক ৰেপিড টেষ্ট আৰু ১৪২ গৰাকীক RTPCR টেষ্ট কৰা হয় ৷ আৰু ১৭৪ গৰাকী পজিটিভ ৰোগীক চিনাক্ত কৰা হয় ৷ :
প্ৰকাশ শৰ্মা গোলাঘাট
NORTHEAST NEWS INDIA
কাইলৈ গোলাঘাট জিলাত ক'ভিড 19ৰ প্ৰতিষেধক প্ৰদান কৰা হ'ব ।
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...