Wednesday, 5 May 2021
ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৰেচন কাৰ্ড আৰু চাউল লাভ কৰি থকা যোগ্যতাবিহীন পৰিয়ালসমূহক অচিৰেই কাৰ্ডসমূহ ওভতাই দিয়াৰ নিৰ্দেশ
Tuesday, 4 May 2021
জাগৃত নাৰী শক্তি লখিমপুৰ আৰু ধেমাজি জিলা সমিতিয়ে বিতৰণ কৰে মাক্স ।
04 May, 2021
*বগীনদীত মাক্স বিতৰণ* Date :- 4/5/21
## লখিমপুৰৰ বগীনদীত সাপ্তাহিক বজাৰৰ লগতে বগীনদী আৰক্ষী থানাত মাক্স বিতৰণ ও কৰোণাৰ সজাগতা বৃদ্ধি ।
## জাগৃত নাৰী শক্তি লখিমপুৰ আৰু ধেমাজি জিলা সমিতিয়ে বিতৰণ কৰে মাক্স ।
## সমগ্ৰ ৰাজ্যৰ লগতে লখিমপুৰতো দিনে দিনে বৃদ্ধি পাইছে কভিড ১৯ ৰ সংখ্যা ।
## সোমবাৰৰ সন্ধিয়া প্ৰয্যন্ত জিলাখনত কভিড পজিটিভৰ সংখ্যা হলগৈ ৬০২ জন ।
## লখিমপুৰত আজিও ৰাইজ কভিডক লৈ সজাগ নোহোৱা পৰিলক্ষিত হৈছে।
## একাংশ লোকে মুখত মাক্স পৰিধান নকৰাকৈয়ে ঘুৰি আছে।
## সেই সকলক সজাগ কৰি কৰোণা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ জাগৃত নাৰী শক্তি লখিমপুৰ আৰু ধেমাজি জিলা সমিতিয়ে লখিমপুৰৰ বগীনদী মঙ্গলবৰীয়া সাপ্তাহিক বজাৰৰ লগতে বগীনদী আৰক্ষী থানাত মাক্স বিতৰণ কৰাৰ উপৰিও কৰোণাৰ সজাগতা বৃদ্ধি কৰে ।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
মানৱ জাতিৰ ধ্বংস সমাগত
মানৱ জাতিৰ ভৱিষ্যৎক লৈ মাধৱ গগৈৰ সতৰ্কবাণী বিশেষ সংবাদ মাধৱ গগৈ এ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থা আৰু মানৱ সমাজৰ ভৱিষ্যৎক লৈ গভীৰ উদ্বেগ প্ৰকাশ ক...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
।।জয় গুৰু মা প্ৰকৃতি।। বিশ্বৰ সকলো মানৱ জাতিলৈ আহ্বান। যুদ্ধই একো সমস্যা সমাধান নহয়। দুয়ো পক্ষৰ অকল ক্ষতি হোৱাৰ বাহিৰে একো লা...