Tuesday, 4 May 2021
Monday, 3 May 2021
গোলাঘাট জিলাৰ ওৱাটিং গাড়ীগাঁৱৰ এগৰাকী সফল খেতিয়ক।
03 May, 2021
গোলাঘাট জিলাৰ ওৱাটিং গাড়ীগাঁৱৰ এগৰাকী সফল খেতিয়ক।
গোলাঘাট জিলাৰ ওৱাটিং গাড়ীগাঁৱৰ এগৰাকী সফল খেতিয়ক পোনা বৰা। পোনা বৰাই কৃষি ক্ষেত্ৰত মনোনিৱেশ কৰি এগৰাকী আদৰ্শ খেতিয়ক হিচাপে স্বীকৃতি লাভ কৰিছে। উন্নত প্ৰজাতিৰ ধান খেতি কৰি প্ৰচুৰ উৎপাদন হোৱাৰ লগতে বৰাই যোৱা বছৰৰে পৰা বেলেগ পদ্ধতিৰে ভোট জলকীয়াৰ খেতি কৰি বিশেষ সফলতা লাভ কৰিছে। এই বাৰো হেজাৰ জোপাৰো অধিক ভোট জলকীয়াৰ পুলি প্লাষ্টিক বস্তাত ৰুই শাৰী শাৰীকৈ থৈ দিয়া দৃশ্যই সকলোকে মোহিত কৰিছে। বৰ্তমান জলকীয়াৰ কলি পেলাবলৈ আৰম্ভ কৰিছে। কৃষি বিভাগৰ কোনো সহায় নোপোৱাকৈ নিজৰ প্ৰচেষ্টাৰে খেতি কৰি আদৰ্শ খেতিয়ক হোৱা পোনা বৰাই আন দহজনকো আদৰ্শ দেখুৱাইছে।
গোলাঘাটৰ পৰা সঞ্জীৱ কুমাৰ প্ৰজাপতি ৰ সৈতে দীপজ্যোতি বৰদলৈ। নৰ্থইষ্ট নিউজ ইণ্ডিয়া।
লখিমপুৰৰ জহিং ৰঙানদী কোৱাৰিত ৰবিবাৰে অঘটন।
03 May, 2021
*লখিমপুত দূৰ্ঘটনা* Date :- 3/5/21
## লখিমপুৰৰ জহিং ৰঙানদী কোৱাৰিত ৰবিবাৰে অঘটন।
## এলথিৰীমুছ কাছুৱা নামৰ এজন যুৱক পানীত পৰি মৃত্যু হোৱাত স্থানীয় একাংশ ৰাইজ জাঙুৰ খাই উঠিছে এই ৰঙানদী কোৱাৰি বিৰোদ্ধে।
## ৰবিবাৰে পুৱা ১০ মান বজাত সংঘটিত হোৱা ঘটনাৰ পাছত প্ৰায় ৫ ঘণ্টা অন্তৰত দূৰ্য্যোগ ব্যৱস্থাপনাৰ লোকে যুৱকজনক পানীৰ পৰা উঠাই আনিবলৈ সক্ষম হয়।
## স্থানীয় ৰাইজৰ মতে এই জহিঙৰ ৰঙানদী কোৱাৰিত আজি কেইবাবছৰৰ পৰা জেচিবি আৰু ফক্লেনৰ জৰিয়তে অবৈধভাৱে খনন কাৰ্য্য চলি থকা বাবেই বাৰে বাৰে তাত যুৱকে প্ৰাণ হেৰুৱাইছে।
## ইয়াৰ পূৱেও ২০১৯ চনত এই কোৱাৰিত এনেধৰণৰ ঘটনা সংঘটিত হৈছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে।
## আনহাতে স্থানীয় ৰাইজৰ দাবী অনতিপলমে এই অবৈধ কুৱাৰী বন্ধ কৰিব লাগে আৰু কোৱাৰী মহলদাৰে মৃত যুৱক পৰিয়াল বৰ্গলৈ ২০ লাখ টকা ক্ষতি পুৰন দিব লাগে বুলি জিলা উপায়ুক্তলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
धरती को पाप मय कर दिया
दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...

-
30 January, 2021 *লখিমপুৰ ফুটবল ৰেফাৰী চেমিনাৰ* Date :- 30/1/21 ## সদৌ অসম ফুটবল ৰেফাৰী কৈল্যাণ সন্থাৰ তত্ত্বৱধানত হাতীলোং ফুটবল ক্'চিং...
-
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...