Friday, 30 April 2021

গোলাঘাট জিলাত ২ মে'ত ড্ৰাই দে ঘোষণা

30 April, 2021

প্ৰেছ বিজ্ঞপ্তি নং : ৬৪/২০২১

গোলাঘাট জিলাত ২ মে'ত ড্ৰাই দে ঘোষণা

গোলাঘাট, ৩০এপ্ৰিল : বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলা প্ৰশাসনে অহা ২ মে'ৰ দিনটো ভোটগণনা শেষ নোহোৱালৈকে ড্ৰাই দে ঘোষণা কৰিছে । যদি ভোটগণনা ৩ মে' দিনৰ ১১বজাৰ পাছতো অব্যাহত থাকে তেনেহ'লে ৩ মে'ৰ দিনটোও ড্ৰাই দে হিচাপে গণ্য কৰা হ'ব ।  এই সময়ছোৱাত সকলো পাইকাৰী আৰু খুচুৰা সুৰাৰ বিপনী বন্ধ থাকিব । লগতে সুৰা বিক্ৰীৰ অনুজ্ঞাপ্ৰাপ্ত ক্লাব, হোটেল আদিতো সুৰাৰ বিক্ৰী নিষিদ্ধ কৰা হৈছে । এই সময়ছোৱাত অনুজ্ঞাপত্ৰ নথকা স্থানত সুৰা মজুত ৰাখিবও নোৱাৰিব । এই নিৰ্দেশ উলংঘা কৰিলে অসম আবকাৰী আইন আৰু নিৰ্বাচন বিধিৰ ১৩৫ চি ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।
 
জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

Covid Update Assam

30 April, 2021

Covid Update Assam 

Covid19 Assam and actions taken as on 29/04/2021.

Thursday, 29 April 2021

29 April, 2021 Golaghat Covid Update

29 April, 2021

Golaghat Covid Update

Press ReleaseGuwahati, 29th April 2021

Press Release
Guwahati, 29th April 2021

18+ নাগৰিকৰ টিকাকৰণৰ বাবে পঞ্জীয়ন মুকলি হৈছে।

29 April, 2021

18+ নাগৰিকৰ টিকাকৰণৰ বাবে পঞ্জীয়ন মুকলি হৈছে। এতিয়া আপোনাৰ স্লটটো কোউইন প্লেটফৰ্ম আৰু আৰোগ্য সেতু এপত বুক কৰক। 

সৰ্ববৃহৎ ভেকছিন ড্ৰাইভ য়ুনাইট2 ফাইট কৰোনা

গোলাঘাটত এতিয়া ক’ভীড-১৯ ভইৰাচ প্ৰতিৰোধৰ বাবে দৈনিক চলিছে টিকাকৰণ ৷

 29 April, 2021

গোলাঘাটত এতিয়া ক’ভীড-১৯ ভইৰাচ প্ৰতিৰোধৰ বাবে দৈনিক চলিছে টিকাকৰণ ৷


জিলাখনৰ বিভিন্ন ঠাইত ভেকচিন দিয়া হৈছে যদিও এই ব্যৱস্থাত নিয়োজিত পয্যাপ্ত চিকিৎসাকৰ্মীৰ অভাৱ হৈছে ৷ ফলত টিকা গ্ৰহণৰ বাবে অহা লোকে ঘণ্টাৰ পিছত ঘণ্টা অপেক্ষা কৰিবলগা হৈছে ৷ ইয়াৰ মাজতে হঠাতে ভেকচিন শেষ হোৱাত বুধবাৰে ভেকচিন লবলৈ অহা লোক নিৰাশ হৈ ওভতিবলগা হোপাৰ পিছত বৃহস্পতিবাৰে পুণৰ ৰাইজক ভেকচিন দিয়াৰ ব্যৱস্থা কৰা হয় ৷ :: 


গোলাঘাট পৰা প্ৰকাশ শৰ্মা   ৰিপৰ্ত  নৰ্থইষ্ট নিউজ ইণ্ডিয়া

Covid Update Assam

29 April, 2021

Covid Update Assam 
Covid19 Assam and actions taken as on 28/04/2021.

আহ্বান

।। জয় মা আৰু প্ৰকৃতি।।                👉  অহংকাৰ 👈 সেই মানৱ জাতি অহংকাৰ কৰি  কি পাবা ? কেতিয়াবা শ্মশানলৈ গৈ চাবা। তাত  দেখিবা আপোনাতকৈ ধনী...